• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মজুৰি বৃদ্ধিৰ দাবী: ২৭ ফেব্ৰুৱাৰিত বাগিচা বন্ধৰ আহ্বান অসম চাহ মজদুৰ সংঘৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2018 2:29 pm
TeaWorker
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত অহা ২৭ ফেব্ৰুৱাৰিত বাগিচা বন্ধৰ আহ্বান জনাইছে অসম চাহ মজদুৰ সংঘই।

শনিবাৰে এই সন্দৰ্ভত ডিব্ৰুগড়স্থিত কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত সংঘৰ সভাপতি পৱনসিং ঘটোৱাৰে অসমৰ মাটিতে চাহ বাগিচা স্থাপন কৰি ব্যৱসায় চলাই থকা অসমৰ প্ৰথমটো চাহ কোম্পানী অসম চাহ কোম্পানীয়ে অসমৰ মাটি বন্ধকত থৈ বেংকৰ পৰা কোটি কৌটি টকা ঋণ লৈ অন্য স্থানত বিনিয়োগ কৰা বুলি অভিযোগ উত্থাপন কৰে।

Apply Now

সংবাদ মেলখনত ঘাটোৱাৰে অসমৰ প্ৰথম চাহ কোম্পানী অসম চাহ কোম্পানীক দেউলীয়া ঘোষণা কৰা বুলি উল্লেখ কৰি কয়, এই কোম্পানীৰ অধীনত থকা ১৪খন চাহ বাগিচাত ২৫ হাজাৰতকৈ অধিক শ্ৰমিকে কাম কৰি আছে।

অসমৰ মাটি বন্ধকত থৈ অসম চাহ কোম্পানীয়ে প্ৰায় এহেজাৰ কোটি টকাতকৈও অধিক ঋণ লৈ অন্য ঠাইত বিনিয়োগ কৰাৰ পাছতো অসম চৰকাৰে এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

আনকি এই সন্দৰ্ভত সংঘই মুখ্যমন্ত্ৰীক যোৱা ১৩ নৱেম্বৰত স্মাৰক-পত্ৰ প্ৰদান কৰিছিল যদিও আজিৰ তাৰিখলৈকে উক্ত স্মাৰক পত্রৰ কোনো সদুত্তৰ লাভ কৰা নাই।

আনহাতে দৰমহা নোপোৱাত শ্ৰমিকৰ পৰিয়ালৰ হাহাকাৰৰ সৃষ্টি হৈছে।

সেয়েহে কোম্পানীটোৰ কলকাতাস্থিত কাৰ্যালয়ত শ্ৰমিকে পাবলগীয়া ২৩ কোটি টকা শীঘ্ৰে মোকলাই দিয়াৰ বাবে দাবী উত্থাপন কৰিছোঁ।

আনহাতে অসম চৰকাৰৰ অধীনত থকা অসম টী কৰ্প’ৰেশনৰ ১৫খন বাগিচাত  প্ৰায় ২২ হাজাৰৰো অধিক স্থায়ী কৰ্মচাৰী আছে। কিন্তু এই কোম্পানীটোৱে শ্ৰমিকক দিয়ে মাত্ৰ ১১৫ টকা দিন হাজিৰা।

আনহাতে অসমৰ ক্ষুদ্ৰ চাহ বাগিচাত ২ লাখতকৈ অধিক শ্ৰমিকে ন্যূনতম হাজিৰাৰ বিনিময়ত কাম কৰি আছে বুলি জানিবলৈ দি তেওঁ কয়, অসম চৰকাৰে ২০১৪ চনতে ১৪০ টকা দিন হাজিৰা দিব লাগে বুলি জাননী জাৰি কৰিছিল।

কিয়নো উক্ত বাগিচাৰ শ্ৰমিকসকলে ৰেচন, আৱাস, প্ৰভিডেণ্ট ফাণ্ড, বোনাছ আদি একোৱে লাভ নকৰে।

ক্ষুদ্ৰ চাহ বাগিচাৰ মালিকসকলে শ্ৰমিকক মাত্ৰ ৯৫-১১০ টকাত নিয়োজিত কৰি আহিছে। কিন্তু চৰকাৰে সেই বাগিচাৰ মালিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd