• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যবাসীয়ে পৰাগ কুমাৰ দাসৰ জন্মদিন উদযাপন কৰি থকা অৱস্থাতে মাকৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2018 9:39 am
চহিদ সাংবাদিক পৰাগ কুমাৰ দাসৰ মাক অনুপমা দাস।

চহিদ সাংবাদিক পৰাগ কুমাৰ দাসৰ মাক অনুপমা দাস।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৯৬ চনৰ ১৭ মে’ত আততায়ীয়ে গুলীয়াই হত্যা কৰা, অসমৰ স্বাৰ্থত আপোচবিহীনভাৱে কলম চলোৱা নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ জন্মদিন ২৪ ফেব্ৰুৱাৰিটো অসমৰ মানুহে প্ৰতি বছৰে উদযাপন কৰাৰ দৰে এইবাৰো উদযাপন কৰাৰ যো-জা কৰি থাকোতেই সাংবাদিকজনৰ মাকৰ মৃত্যুৰ বাতৰি আহে। এই কথাই চহিদ সাংবাদিকজনৰ অনুৰাগীসকলক আন এক আঘাত দিলে।

মাক অনুপমা দাসৰ বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। তেওঁৰ বয়স হৈছিল ৯৪ বছৰ। অনুপমা দাসে অসীম ধৈৰ্য্যৰে বোৱাৰীয়েক আৰু নাতি-নাতিনীক দুৰ্য্যোগৰ দিনবোৰত সাহসেৰে সংগ দিছিল।

Apply Now

উল্লেখযোগ্য যে পৰাগ কুমাৰ দাসৰ এইটো আছিল ৫৭সংখ্যক জন্মদিন।  তেওঁৰ ১৯৬১ চনৰ ২৪ ফেব্ৰুৱাৰিত শ্বিলঙত জন্ম হৈছিল। শিক্ষা লাভা কৰিছিল ক্ৰমে গুৱাহাটীৰ চেনিকুঠি বালক বিদ্যালয়, এম চি এম ই স্কুল আৰু কটন কলেজিয়েট স্কুলৰ পৰা। ১৯৭৭ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁ অসমৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰিছিল।

আকৌ কটন কলেজৰ পৰা বিজ্ঞান শাখাত প্ৰাক- বিশ্ববিদ্যালয় পৰীক্ষাত অসমৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰিছিল। দিল্লীৰ ছেইণ্ট ষ্টিফেন্স কলেজৰ পৰা অৰ্থনীতি বিভাগত সন্মানসহ প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী লোৱাৰ পিছত দাসে দিল্লীৰ স্কুল অব ইকনমিকছৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

ইয়াৰ পিছতে ১৯৮৪ চনত পাঞ্জাব নেশ্যনেল বেংকত বিষয়া হিচাপে নিযুক্ত হয়। তাৰ পিছত য়ুনিট ট্ৰাষ্ট আৰু গুৱাহাটী ষ্টক এক্সছেইঞ্জত মহাপ্ৰবন্ধক হিচাপে যোগদান কৰে। ১৯৯৫ চনত চাকৰিৰ পৰা পদত্যাগ কৰে। তেওঁ বুধবাৰ কাকতখনৰ জৰিয়তে সাংবাদিকতা আৰম্ভ কৰি পিছত ‘অসমীয়া প্ৰতিদিন’ কাকতৰ কাৰ্যবাহী সম্পাদক পদত যোগদান কৰে।

মানৱ অধিকাৰ কৰ্মী হিচাপেও সক্ৰিয় আৰু সবল স্থিতি লোৱা পৰাগ কুমাৰ দাসৰ বিবাহ হৈছিল পূৰবী দাসৰ লগত। তেওঁলোকৰ দুই পুত্ৰ-কন্যা আছে।

১৯৯৬ চনৰ ১৭ মে’ তাৰিখে নিজৰ পুত্ৰক গুৱাহাটীৰ চান্দমাৰি-ৰাজগড় পথত থকা অসম জাতীয় বিদ্যালয়ৰ পৰা আনিবলৈ যাওঁতে পৰাগ কুমাৰ দাসক অচিনাক্ত আততায়ীয়ে নৃশংসভাৱে নিজ পুত্ৰৰ সন্মুখতে গুলীয়া হত্যা কৰে। এই হত্যাকাণ্ডত চাৰিজন ছালফা সদস্য, ক্ৰমে- মৃদুল ফুকন ওৰফে সমৰ তাঁতী, দিগন্ত বৰুৱা, তপন দত্ত ওৰফে বিশ্বজিত শইকীয়া আৰু নয়ন দাস ওৰফে গুলীক অভিযুক্ত কৰা হৈছিল যদিও প্ৰমাণৰ অভাৱত তেওঁলোক দোষমুক্ত হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

June 28, 2026 1:32 pm
আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm
ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

June 28, 2026 11:22 am
‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

June 28, 2026 10:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

June 28, 2026 1:32 pm
আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd