• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাই যোৰহাটত সম্বৰ্দ্ধনা জনালে কৃষক নবনীতা দাসক

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
March 8, 2018 8:28 pm
M-2-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঁটা লাভৰ ক্ষেত্ৰত নবনীতা দাস অচিনাকি নহয়। কিন্তু যোৰহাটত আজি আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাই জনোৱা সম্বৰ্দ্ধনাটো আছিল বিশেষ উল্লেখনীয়, কিয়নো এগৰাকী মহিলা হিচাপে তেওঁ অৰ্জন কৰা সাফল্যৰ এক স্বীকৃতি আছিল এয়া।

মৰ্চাৰ তিনিগৰাকী সদস্যই চহৰখনৰ প্ৰায় ১২ কিলোমিটাৰ নিলগৰ নিমাতীঘাটৰ ওচৰৰ পতীয়া গাঁৱত থকা তেওঁৰ জৈৱিক পামখনত উপস্থিত হৈ কোনো আনুষ্ঠানিকতা অবিহনে এগৰাকী মহিলা হিচাপে কৃষি কৰ্মৰ জৰিয়তে তেওঁ অৰ্জন কৰা সফল্যৰ বাবে তেওঁক এযোৰ মেখলা চাদৰ আগবঢ়ায়।

Apply Now

বৃত্তিত এগৰাকী নাৰ্চ নবনীতাই ২০০৯ চনত তেওঁৰ বৃত্তি ত্যাগ কৰি তেওঁৰ দেউতাক আৰু পূৰ্বপুৰুষসকলে যুগ যুগ ধৰি কৰি অহা কামটো হাতত লয়।

‘’মোৰ এগৰাকী ভনী বিয়া হোৱা এলেঙমৰাত গজি উঠা ফল আৰু শাক পাচলিবোৰ দেখি অভিভূত হৈছিলো। মই প্ৰথমতে বৰছলা বিলৰ ওচৰত অৱস্থিত ব্ৰহ্মপুত্ৰৰ এটা বালি চাপৰি ২ নং চৰাইগাঁৱ চাপৰি মুকলি কৰি লৈছিলো। মোৰ দেউতা আৰু ককাদেউতাহঁতে ইয়াত পাচলিৰ খেতি কৰা মই দেখিছিলো কিন্তু এতিয়া ইয়াত বাঘৰ ভয়ত গৰুও নচৰোৱা হ’ল,’’-তেওঁ কয়।

বাৰিষাৰ সময়ত নদীৰ বাৰ্ষিক বানপানীৰ সময়ছোৱাত পানীৰ তলত থকা এই মাটিত সাফল্যৰ মুখ দেখা অথচ এতিয়াও সন্তুষ্ট নোহোৱা নবনীতাই পতীয়াগাঁৱত তিনি বিঘা মাটি লৈছিল। পিছত তেওঁ ইয়াক ছয় বিঘালৈ সম্প্ৰসাৰণ কৰে।

‘’ এই মাটি ডোখৰ ধাননি পথাৰ আছিল আৰু শাক-পাচলি, ফলমূল আৰু ফুলৰ খেতিৰ বাবে ইয়াক সলনি কৰি ল’বলগীয়া হৈছিল। মই জে চি ভিত ড্ৰাইবাৰৰ কাষত বহি মই কি কৰিব বিচাৰিছো সেয়া তেওঁক নিৰ্দেশনা দিয়া দৃশ্য দেখি মানুহবোৰ মুগ্ধ হৈ পৰিছিল। আজি আন কৃষক সকলে মোৰ পৰা পৰামৰ্শ গ্ৰহণ কৰে আৰু লগতে  তেওঁলোকৰ নিজৰ মাটিত পাচলিৰ খেতি কৰে,’’-নবনীতাই কয়।

নবনীতাৰ উৎপাদনসমূহ সম্পূৰ্ণ জৈৱিক। সম্পূৰ্ণ জৈৱিক সাৰ ব্যৱহাৰ কৰি তেওঁ পাচলিৰ লগতে আন খেতিসমূহ কৰিছে।

২০১৬ চনত ভাৰতীয় কৃষি গৱেষণা পৰিষদে অসম কৃষি বিশ্ববিদ্যালয়ত তেওঁক শ্ৰেষ্ঠ কৃষক বঁটা প্ৰদান কৰিছিল। চলিত বছৰৰ ২২ ফেব্ৰুৱাৰীত আইচিএআৰৰ পাটনা শাখাই তেওঁক বিশ্বিদ্যালয়খনৰ দ্বাৰা অঞ্চলটোৰ আন দহগৰাকী প্ৰগতিশীল খেতিয়কৰ লগতে পুনৰ নিৰ্বাচিত হোৱাৰ পিছত সন্মানিত কৰে।

গণতন্ত্ৰ দিৱসৰ দিনা তেওঁক যোৰহাটত পেৰাডাইজ গ্ৰুপ আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাই যৌথভাৱে সম্বৰ্দ্ধনা জনাইছিল।

ৰাজ্যিক বিজেপি মহিলা মৰ্চাৰ সভাপতি জোনালী বৰা, আঞ্জলি কোঁৱৰ আৰু মুনমী তামুলী, যোৰহাট জিলা বিজেপি মহিলা মৰ্চাৰ ক্ৰমে সভাপতি আৰু সম্পাদিকাই তেওঁৰ প্ৰচেষ্টাৰ বাবে নবনীতাক প্ৰশংসা কৰে।

স্মিতা ভট্টাচাৰ্য

স্মিতা ভট্টাচাৰ্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd