• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ জাতীয় স্বাৰ্থত আছুকে ধৰি অসমৰ সমূহ জাতীয় সংগঠন এক হ’ব লাগিব : অৰূপ বৰবৰা

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
May 26, 2018 7:46 pm
Protest against citizenship bill
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগিৰকত্ব সংশোধনী বিধেয়ক, ২০১৬ যিকোনো বিনিময়ৰ মূল্যত অসমত প্ৰযোজ্য হ’বলৈ দিয়া নহ’ব। এই বিধেয়কৰ বিৰুদ্ধে প্ৰবল জনমত গঢ়িবলৈ অসমৰ সকলো জাতীয় সংগঠন, বুদ্ধিজীৱী আৰু ৰাইজে সন্মিলিত ভাবে প্ৰচেষ্টা চলাব লাগিব এই মন্তব্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাৰ।

বিশ্বনাথ চাৰিআলিৰ বিনাপাণি নাট্যসমাজ প্ৰেক্ষাগৃহত বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ উদ্যোগত আৰু বিশ্বনাথ চাৰিআলি, বিহালী,হেলেম,গহপুৰ প্ৰেছক্লাৱৰ সহযোগত আজি  অনুষ্ঠিত এক বৃহৎ নাগৰিক সভাত মুখ্যঅতিথি হিচাপে অংশগ্ৰহণ কৰি তেওঁ এই মন্তব্য কৰে।

Apply Now

এইক্ষেত্ৰত জ্যেষ্ঠ অধিবক্তা গৰাকীয়ে ৰাজ্যখনৰ জাতীয় স্বাৰ্থত আছুকে ধৰি অসমৰ জাতীয় সংগঠন সমূহে পৃথকে পৃথকে আন্দোলনমুখী নহৈ সন্মিলিত ভাৱে ৰাজপথলৈ ওলাই অহা আহিব লাগিব বুলি কয়।

বিশ্বনাথ জিলাৰ সাংবাদিক সন্থাৰ সভাপতি নৰেন বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ মুখ্য অতিথি বৰবৰাই কয়, ‘অসমত সম্প্ৰতি অসমীয়া ভাষা কোৱা মানুহ কমি গৈ ৪৯% হৈছেগৈ। সেইবুলি হিন্দু বাংলাদেশী অসমলৈ আমদানি কৰি অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা বহোৱা জাতিধ্বংসী সিদ্ধান্তক কেতিয়াও মানি লোৱা নহ’ব।’

যুটীয়া সংসদীয় কমিটিৰ শেহতীয়া অসম ভ্ৰমণ সম্পৰ্কত তেওঁৰ মন্তব্য – এই আইনখন কোনো কাৰণতে বলবৎ হ’বলৈ দিব নালাগে বুলি মন্তব্য কৰি তেওঁ কয় যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক জাতীয় নায়কৰ মৰ্যাদা দিয়া হ’ল যদিও আইনখন সম্পৰ্কত তেওঁ নিশ্চুপ হৈ থকাটো অতি পৰিতাপৰ কথা। তেওঁ অসমৰ স্বাৰ্থত নাগৰিকত্ব সংশোধনী বিল সম্পৰ্কত মুখ্য মন্ত্ৰীক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায়।

আনহাতে বাংলাদেশত থকা হিন্দুসকল নিগৃহিত হোৱা বুলি আৰ এছ এছে অপপ্ৰচাৰ চলাই আহিছে বুলি উল্লেখ কৰি আৰ আৰ এছৰ নেতা ৰামমাধৱৰ লগতে অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিলাদিত্য, ৰাজেন গোহাঁই, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জীত দাস আদিৰ হাতত এইসম্পৰ্কে কিবা তথ্য আছে নেকি বুলিও প্ৰশ্ন কৰে।

বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ কাৰ্য্যকৰী সভাপতি নিৰঞ্জন হাজৰিকাই আঁত ধৰা আৰু সদৌ অসম সাংবাদিক সন্থাৰ সহকাৰী সম্পাদক ৰতন ভূঞাই  উদ্দেশ্য বাখ্যা কৰা সভাখন উদ্ধোধন কৰে সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ নাথে।

উদ্ধোধনী ভাষণত তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত অগপক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায়, অন্যথা অসম আন্দোলনৰ মাজেদি অহা এই দলটোক জনসাধাৰণে কেতিয়াও ক্ষমা নকৰিব বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে ‘জাতীয় নায়ক’ সৰ্বানন্দ সোণোৱালকো নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায়।

সভাৰ আদৰণি ভাষণ দিয়ে প্ৰেছ ক্লাৱৰ সম্পাদক বসন্ত বৰাই। প্ৰায় সাত শতাধিক লোক উপস্থিতিত থকা এই বিশাল নাগৰিক সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকী, বিশিষ্ট সাংবাদিক অঞ্জন গোস্বামী, আনোৱাৰ আহমেদ, প্ৰাক্তন মন্ত্ৰী প্ৰবীন হাজৰিকা, প্ৰাক্তন পৌৰপতি দিলীপ বৰুৱা, জমিৰ আহমেদ, ধ্ৰুৱজ্যোতি ৰাজখোৱা, খেমৰাজ নেপাল, দীপক দাস, ধনেশ্বৰ বৰা, তৰুণ শইকীয়া, প্ৰিয়ৰাম ভৰালী, দীপক শৰ্মা, দিগন্ত দাস, ভুৱন শইকীয়া, ভাস্কৰজ্যোতি ভূঞা, ভগৱান বৈশ্য, অপূৰ্ব দাসকে ধৰি অঞ্চলটোৰ বহু বিশিষ্ট লোক উপস্থিত আছিল।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd