• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অইলৰ এলপিজি বিভাগ বন্ধ হোৱাৰ সম্ভাৱনা : ৰন্ধন গেছৰ নাটনিত ভূগিব উত্তৰ-পূবৰ গ্ৰাহক !

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 23, 2018 8:33 am

2 min read

lpg-3_650x400_61496935944
69
VIEWS
Share on FacebookShare on Twitter

দেশৰ ৰাজহুৱা খণ্ডৰ লাভজনক তেল উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ এটা গুৰুত্বপূৰ্ণ বিভাগ বন্ধ হোৱাৰ উপক্ৰম হৈছে।

অইল ইণ্ডিয়া লিমিটেডে চুক্তি অনুসৰি অসম গেছ কোম্পানীকে ধৰি আন কেইবাটাও উদ্যোগ প্ৰতিষ্ঠানক প্ৰয়োজন মতে গেছ যোগান ধৰিব পৰা নাই। ইয়াৰ বাবেই ১৯৮২ চনত স্থাপন কৰা এল পি জি বিভাগটো বন্ধ হোৱাৰ উপক্ৰম হৈছে।

জানিব পৰা মতে অইল ইণ্ডিয়া লিমিটেডে চুক্তি অনুসৰি বিচিপিএলক প্ৰতিদিনে ৬ মিলিয়ন  মেট্ৰিক ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ, ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেডক ১.৭ মিলিয়ন মোট্ৰিক ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ, নীপকোক ১.৪ মিলিয়ন মেট্ৰিক ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ, আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেশ্যন লিমিটেডক ১.১ মিলিয়ন মেট্ৰিক ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ, নুমলীগড় ৰিফাইনেৰী লিমিটেডক ১ মিলিয়ন মেট্ৰিক ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ, অসম গেছ কোম্পানী আৰু আন প্ৰতিষ্ঠানসমূহক ১.২ মিলিয়ন মেট্ৰিক ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ গেছ যোগান ধৰিব লাগে।

বৰ্তমান অইলৰ মুঠ গেছ উৎপাদন হৈছে হৈছে ৭.৮  মিলিয়ন মেট্ৰিক ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ। ২০১৬-১৭ বৰ্ষত অইলৰ ইতিহাসত সৰ্বাধিক ২৯৩৭ মিলিয়ন মেট্ৰিক ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ গেছ উৎপাদন কৰিছিল।

অইলৰ নিজা এলপিজি প্লান্টত প্ৰয়োজন হোৱা ২ মিলিয়ন মেট্ৰিক ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ গেছৰ লগতে অন্যান্য গেছ ভিত্তিক প্ৰতিষ্ঠানসমূহক মুঠতে ১৪.৪ মিলিয়ন মেট্ৰিক ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ গেছ যোগান ধৰিব লাগে।

উক্ত তথ্যৰ পৰা সহজেই অনুমান কৰিব পাৰি যে উদ্যোগ প্ৰতিষ্ঠানটো গেছ যোগানত ব্যৰ্থ হৈছে। জানিব পৰা মতে অইলে এতিয়া এলপিজি বিভাগটো বন্ধ কৰি অন্য গেছভিত্তিক প্ৰতিষ্ঠানক গেছৰ যোগান ধৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে।

এই সম্পৰ্কত এক প্ৰতিবেদন প্ৰস্তুত কৰি শীৰ্ষ কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিছে। যদিহে অইলৰ এলপিজি উৎপাদন বন্ধ হৈ পৰে তেতিয়াহ’লে উত্তৰ-পূবত ৰন্ধন গেছৰ নাটনি দেখা দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে।

Recent News

_89994403_ladies_special_bus_-4

বিশ্ব নাৰী দিৱসৰ দিনাই বৃহৎ ঘোষণা : ৰাজ্যজুৰি মহিলাৰ বাছ ভাৰা ৰেহাই দিব দেশৰ এখন ৰাজ্য চৰকাৰে

1593687950_RAAgrY_SupremeCourtofIndia-750x375

সংৰক্ষণৰ সৰ্বোচ্চ সীমা পুনৰ্বিবেচনা! ৰাজ্যসমূহৰ মতামত বিচাৰিলে উচ্চতম ন্যায়ালয়ে

Titabar-750x375

কংগ্ৰেছৰ এজন শক্তিশালী প্ৰাৰ্থীয়ে উজনিৰ এক সমষ্টিত কঁপাইছে বিজেপি-অগপৰ মিত্ৰজোঁটৰ ভেঁটি!

IMG-20210308-WA0132

বিপিএফৰ ৪জন প্ৰাৰ্থীৰ নাম ঘোষণা; দলত যোগদান কৰিয়েই প্ৰাৰ্থিত্ব পালে দুৰ্গাদাস বড়োৱে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd