DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অইল ইণ্ডিয়া লিমিটিডলৈ চৰকাৰী ভাষা ৰূপায়ণৰ প্ৰথম স্থানৰ বঁটা

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
March 11, 2018 10:33 pm
Oil India Limited
206
VIEWS
Share on FacebookShare on Twitter

২০১৬-১৭ বৰ্ষত উত্তৰ-পূবত চৰকাৰী ভাষাৰ ৰুপায়ন আৰু প্ৰসাৰৰ ক্ষেত্ৰত দেখোৱা অত্যুত্তম প্ৰদৰ্শণৰ বাবে গুৱাহাটীত অৱস্থিত অইল ইণ্ডিয়া লিমিটেড পাইপলাইন মখ্যকেন্দ্ৰক প্ৰথম পুৰষ্কাৰেৰে সন্মানীত কৰা হয়।

পাটনাৰ জ্ঞান ভৱনৰ সম্ৰাট অশোক সভা কেন্দ্ৰত শনিবাৰে অনুষ্ঠিত ৰাজভাষা সন্মিলন আৰু বঁটা বিতৰনি অনুষ্ঠানত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব ব্ৰিজেশ মেহৰোত্ৰাৰ উপস্থিতিত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৰ পৰা প্ৰতিষ্ঠানটোৰ পাইপলাইন সেৱাৰ মুখ্য পৰিচালন সঞ্চালক বিজন কুমাৰ মিশ্ৰই সন্মানিয় ৰাজভাষা বঁটা গ্ৰহণ কৰে বুলি অইলৰ যোগাযোগ আৰু সম্পৰ্ক ৰক্ষা বিভাগৰ ডি জি এম জয়ন্ত বৰুৱাই সদৰী কৰে।

সঞ্চালক (চৰকাৰী ভাষা) নাৰায়ণ শৰ্মাই প্ৰশংসা পত্ৰ গ্ৰহণ কৰে। বৰুৱাই কয় যে প্ৰতিষ্ঠানটোৱে এইবাৰৰ সৈতে পঞ্চম বাৰৰ কাৰণে উক্ত বঁটা লাভ কৰিছিল।

উল্লেখযোগ্য যে ৰাজভাষাৰ ৰূপায়ণ আৰু প্ৰসাৰৰ উদ্দেশ্যে গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰত্যেক বছৰে উক্ত বঁটা প্ৰদান কৰি আহিছে।

ৰাজহুৱা সেৱা শাখাত অইল ইণ্ডিয়া লিমিটিডে উক্ত বঁটাটো লাভ কৰিছে।

Recent News

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd