DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অইল ইণ্ডিয়া লিমিটেডে ৰাজ্যৰ প্ৰতিভাসম্পন্ন খেলুৱৈক প্ৰদান কৰিলে ক্ৰীড়া জলপানি

এন ই নাও নিউজ by এন ই নাও নিউজ
March 22, 2018 8:48 am
_headquarters_of_Oil_India_Limited_a
77
VIEWS
Share on FacebookShare on Twitter

অসমৰ প্ৰতিভাসম্পন্ন খেলুৱৈক কিছু আৰ্থিক সাহাৰ্য কৰাৰ উদ্দেশ্যে মঙলবাৰে অইল ইণ্ডিয়া লিমিটেডে প্ৰদান কৰে ক্ৰীড়া জলপানি। কালি গুৱাহাটীৰ অসম অলিম্পিকৰ সন্থাৰ সভাগৃহত আয়োজিত এক আকৰ্ষণীয় অনুষ্ঠানৰ মাজেৰে অইল ইণ্ডিয়া লিমিটেডৰ হৈ মুখ্য পৰিচালন সঞ্চালক উৎপল বৰাই খেলুৱৈসকলক এই ক্ৰীড়া জলপানি প্ৰদান কৰে।

চলিত বৰ্ষত অইল ইণ্ডিয়াই প্ৰতিভাসম্পন্ন টেবুল টেনিছ খেলুৱৈ তৃষা গগৈ আৰু অগ্নিভ ভাস্কৰ গোহাঁইক ক্ৰীড়া জলপানি প্ৰদান কৰাৰ লগতে ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ ক্ৰিকেটত ভাৰতক প্ৰতিনিধিত্ব কৰা ক্ৰিকেটাৰ ৰিয়ান পৰাগক চুক্তিবদ্ধ খেলুৱৈ ৰূপে গ্ৰহণ কৰিছে।

আনহতে বেডমিণ্টন খেলুৱৈ স্বৰ্ণৰাজ বৰা, ক্ৰিকেটাৰ মুখতাৰ হুছেইনৰ লগতে কলকাতাৰ প্ৰতিভাসম্পন্ন টেবুল টেনিছ খেলুৱৈ সুতীৰ্থা মুখাৰ্জীকো চুক্তিবদ্ধ খেলুৱৈ ৰূপে গ্ৰহণ কৰে অইল ইণ্ডিয়া লিমিটেডে।

অসম টেবুল টেনিছ সন্থাৰ সম্পাদক ত্ৰিদিব দুৱৰাই আঁত ধৰা অনুষ্ঠানত অইল ইণ্ডিয়া লিমিটেডৰ মহাপ্ৰবন্ধক বি কে মিশ্ৰ, ক্ৰীড়া বিভাগৰ মহাপ্ৰবন্ধক তথা পি এছ পি বিৰ সমন্বয়ৰক্ষী বিষয়া ৰাজীৱ বৰুৱা, প্ৰশাসনীয় বিভাগৰ মুৰব্বী তথা প্ৰাক্তন ৰাষ্ট্ৰীয় টেবুল টেনিছ চেম্পিয়ন অৰুণজ্যোতি বৰুৱা, গৌতম হাজৰিকা আৰু এমপ্লয়িজ য়ুনিয়নৰ সভাপতি যাদৱ কলিতায়ো নিজৰ মনৰ ভাব প্ৰকাশ কৰে।

Recent News

Stampede broke out: প্ৰসাদৰ বাবে ল’ৰা ঢপৰা; পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত

Stampede broke out: প্ৰসাদৰ বাবে ল’ৰা ঢপৰা; পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত

নিশা অহা এজাক মুষলধাৰ বৰষুণতে বুৰ গ’ল ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰ

নিশা অহা এজাক মুষলধাৰ বৰষুণতে বুৰ গ’ল ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰ

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ভাৰতত দৃশ্যমান হ’বনে?

আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ভাৰতত দৃশ্যমান হ’বনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd