• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অচিৰেই গুৱাহাটী মহানগৰত স্থাপন হ’ব ৪০০০ চিচি টিভি কেমেৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 21, 2018 9:05 am
v-2-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ ভিন্ন ভিন্ন স্থানত স্থাপন কৰা হ’ব ৪০০০ চিচি টিভি কেমেৰা। স্থানসমূহৰ গুৰুত্ব অনুসৰি এই চিচি টিভি কেমেৰাসমূহ স্থাপন কৰা হ’ব বুলি জানিব পৰা গৈছে। বিশেষকৈ যান-বাহনৰ দ্বাৰা সংঘটিত হোৱা বিভিন্ন দুৰ্ঘটনাৰ ওপৰত দৃষ্টি ৰখাৰ বাবে এই কেমেৰাসমূহ বহুলভাৱে ব্যৱহাৰ কৰা হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে বৰ্তমান গুৱাহাটীত ব্যক্তিগত খণ্ডৰ বোৰকে ধৰি মাত্ৰ ৩৫০ সংখ্যক চিচি টিভি কেমেৰাহে আছে।

Apply Now

শেহতীয়াভাৱে মহানগৰখনত স্থাপন হ’বলগীয়া ৪০০০ কেমেৰাৰ প্ৰায় ৮০০ কেমেৰা ব্যৱহাৰ কৰা হ’ব যান-বাহনৰ ওপৰত নজৰ ৰখাৰ বাবে।বিশেষকৈ পথ দুৰ্ঘটনা আৰু গাড়ীয়ে খু্ণ্ডিয়াই থৈ আঁতৰি যোৱা আদি ঘটনাৰ ওপৰত নজৰ ৰখাৰ বাবে এই কেমেৰাসমূহৰ ব্যাপক ব্যৱহাৰ কৰা হ’ব।

এই শেহতীয়া পদক্ষেপটো হৈছে গুৱাহাটীক স্মাৰ্ট-চিটিলৈ পৰ্যৱসিতকৰণ প্ৰকল্পৰ এটা অংশ। এই চিচি টিভি কেমেৰাসমূহ স্থাপন কৰিব গুৱাহাটী স্মাৰ্ট-চিটি লিমিটেডে।

কেন্দ্ৰীয় চৰকাৰৰ মতে গুৱাহাটী মহানগৰক স্মাৰ্ট চিটিলৈ উন্নীতকৰণৰ প্ৰস্তাৱিত ব্যয় হৈছে ২,২৯৬ কোটি টকা। ইয়াৰে ভিতৰত প্ৰায় ১,৫৭৯ কোটি টকাৰ এলেকাভিত্তিক উন্নয়ন ব্যয় আৰু পান-চিটি ব্যয় প্ৰায় ৬২২ কোটি টকাও ইয়াত অন্তৰ্ভুক্ত হৈ আছে।

গুৱাহাটীৰ নাগৰিকৰ নিৰাপত্তা নিশ্চিতকৰণৰ বাবে স্থাপন হ’বলগীয়া চিচি চিভি স্থাপনৰ এই প্ৰক্ৰিয়াটোৰ তত্বাৱধানৰ দায়িত্বত আছে অসম আৰক্ষী।

এই কেমেৰাসমূহ মহানগৰখনৰ পৰ্যটন স্থান, বাছষ্টপ, ট্ৰাফিক পইণ্ট আৰু অন্য ৰাজহুৱা স্থানসমূহত স্থাপন কৰা হ’ব।

যদিহে এই সমগ্ৰ চিচি টিভি কেমেৰা গুৱাহাটীত স্থাপন কৰা হয়, তেন্তে মহানগৰখনৰ পৰিসৰ আৰু জনসংখ্যাৰ ঘনত্ব ভিত্তিত গুৱাহাটী বিশ্বৰ আটাইতকৈ অধিক চিচি টিভি কেমেৰা স্থাপিত স্থানসমূহৰ অন্যতম হিচাপে বিৱেচিত হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

June 18, 2026 7:45 am
নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

June 18, 2026 6:45 am
ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

June 18, 2026 7:45 am
নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

June 18, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd