• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

অজৈৱিক পাচলি আমদানি নিষিদ্ধকৰণ প্ৰত্যাহাৰৰ দাবী ছিকিম ক্ৰান্তিকাৰী মঞ্চৰ

NE NOW NEWS এন ই নাও নিউজ
গেংটক , April 10, 2018 2:03 pm

1 min read

SKM
74
VIEWS
Share on FacebookShare on Twitter

জৈৱিক কৃষিক উৎসাহিত কৰিবলৈ ছিকিম চৰকাৰে ৰাজ্যখনত অজৈৱিক পাচলি আমদানি নিষিদ্ধকৰণ কৰাৰ যি সিদ্ধান্ত গ্ৰহণ তাৰ তীব্ৰ বিৰোধিতা কৰিছে ছিকিম ক্ৰান্তিকাৰী মঞ্চই।

সোমবাৰে এক সংবাদমেলযোগ ক্ষোভ প্ৰকাশ কৰি ছিকিম ক্ৰান্তিকাৰী মঞ্চই মুখ্যমন্ত্ৰী পৱন চামলিঙক উক্ত নিষিদ্ধকৰণ প্ৰত্যাহাৰ কৰাৰ দাবী জনায়।

গেংটকত আয়োজিত এক সংবাদমেল যোগে মঞ্চই কয়— ‘ৰাজ্য চৰকাৰখনে জৈৱিক পাচলিৰ ভঁৰাল আৰু উৎপাদন ক্ষমতাৰ বাস্তৱ পৰ্যালোচনা নকৰি এই নিষিদ্ধকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে প্ৰকৃততে জৈৱিক কৃষিৰ লগত জড়িত কৃষকসকলৰ উৎপাদন ক্ষমতা বিচাৰ কৰিহে সিদ্ধান্ত গ্ৰহণ কৰা উচিত আছিল’।

অনহাতে সংবাদমেলখন যোগে মঞ্চই ৰাজ্যখনত অজৈৱিক পাচলি আমদানি নিষিদ্ধকৰণ পৰ্যায়ক্ৰমে কৰা উচিত আছিল বুলি মন্তব্য কৰি চৰকাৰে কৃষিক্ষেত্ৰৰ লগত জড়িত পানীযোগানৰ দৰে বিভিন্ন সমস্যা সমাধানতহে প্ৰথমে গুৰুত্ব আৰোপ কৰা উচিত বুলি মন্তব্য প্ৰকাশ কৰে।

একদৰে এই সমগ্ৰ বিষয়টোত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পৱন চামলিঙক অন্ধকাৰত ৰখা হৈছে বুলিও অভিযোগ কৰে ছিকিম ক্ৰান্তিকাৰী মঞ্চই।

এইক্ষেত্ৰত হোৱা প্ৰতিবাদ- প্ৰতিক্ৰিয়াৰ পাছত ৰাজ্য চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।

 

Recent News

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd