DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৩১ মাৰ্চৰ পৰা শোণিতপুৰ জিলা কুৰ্মি সমাজ মহিলা-যুৱ ছাত্ৰ পৰিষদৰ অধিৱেশন

এন ই নাও নিউজ by এন ই নাও নিউজ
March 29, 2018 2:03 pm
sonitpur
187
VIEWS
Share on FacebookShare on Twitter

অহা ৩১ মাৰ্চ আৰু ১ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে কেহেৰুখন্দা শাখা সমিতিৰ উদ্যোগত শোণিতপুৰ জিলা কুৰ্মি সমাজ মহিলা-যুৱ ছাত্ৰ পৰিষদৰ তৃতীয় বাৰ্ষিক অধিৱেশনখন কেহেৰুখন্দাত অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে এই উপলক্ষে ৩১ মাৰ্চৰ পুৱা ৮ বজাত পতাকা উত্তোলন কৰিব শোণিতপুৰ জিলা কুৰ্মি সমাজৰ সভাপতি শুকদেৱ কুৰ্মিয়ে। ৮.৩০ বজাত শ্বহীদ তৰ্পণ,  ৯ বজাত বৃক্ষৰোপণ আৰু ইয়াৰ পাছতেই খেল-ধেমালি আৰু সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

আনহাতে দিনৰ ১ বজাত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব অসম কুৰ্মি সমাজৰ সভাপতি গংগা প্ৰসাদ কুৰ্মিয়ে। ইয়াৰ পাছত অনুষ্ঠিত হ’বলগা প্ৰতিনিধি সভাৰ শিবিৰ মুকলি কৰিব ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ সভাপতি ভগৱান বৈশ্যই।

সন্ধিয়া ৭ বজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হোৱাৰ বিপৰীতে ১ এপ্ৰিলৰ পুৱা ৯ বজাত যুৱ সমাৰোহ অনুষ্ঠিত হ’ব।

এই অনুষ্ঠানটি উদ্বোধন কৰিব চলচ্চিত্ৰ অভিনেত্ৰী তৃষ্ণা কুৰ্মি আৰু সহযোগ কৰিব অসম শিশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যাপক গৌৰাংগ মাহাতুৱে। তদুপৰি উক্ত দিনা দিনৰ ১ বজাত শুকদেৱ কুৰ্মিৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগা মুকলি সভা আৰু বঁটা বিতৰণী  অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব অসম কুৰ্মি সমাজৰ ৰাজ্যিক সভাপতি গংগা প্ৰসাদ কুৰ্মি, মুখ্য অতিথি অখিল ভাৰতীয় কুৰ্মি মহাসভাৰ উপদেষ্টা জানুৰাম কুৰ্মি, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ঝাৰখণ্ড কুৰ্মি মহাসভাৰ সভাপতি কুমেশ্বৰ মাহাতো, বিশিষ্ট সাহিত্যিক সুশীল কুৰ্মি, মনোমতী কুৰ্মি, শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাতো, লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শুকদেৱ অধিকাৰী, চাহ জনগোষ্ঠী সাহিত্য সভাৰ সম্পাদক প্ৰধান মণীষ ঠাকুৰ আদিয়ে।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd