• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অনূৰ্ধ্ব-১৩ যুৱ লীগৰ খেলত শ্বিলং লাজং একাডেমিয়ে ৭-১ গ’লত হৰুৱালে টাটা ফুটবল একাডেমিক

NE NOW NEWS এন ই নাও নিউজ
শ্বিলং , February 10, 2018 7:33 pm

1 min read

shillong lajong junior

শ্বিলং লাজং জুনিয়ৰ

70
VIEWS
Share on FacebookShare on Twitter

শ্বিলং লাজং একাডেমিয়ে টাটা ফুটবল একাডেমিক শ্বিলঙত হৈ থকা অনূৰ্ধ্ব-১৩ যুৱ লীগৰ এখন খেলত ৭-১ গ’লৰ বৃ্হৎ ব্যৱধানত পৰাজিত কৰিছে।

শ্বিলঙৰ এম এফ এ’ গ্ৰাউণ্ড প’ল’ খেলপথাৰত এই খেলখন অনুষ্ঠিত হৈছিল।

লাজঙৰ হৈ খেলখনত হেত্ৰিক অৰ্জন কৰা বাতচখেমলাং জিৰৱাই খেলখনৰ ৩, ২৩, ২৫ আৰু ৩৫ মিনিটত ৪টা গ’ল দিয়ে। মেহচানচখেম মাৰবানিয়াং, মাংকাৰা চুন আৰু ৱাদাজিদ ৰিংখলেমে খেলখনৰ ক্ৰমে ৬, ১৫ আৰু ৩১ মিনিটত এটাকৈ গ’ল দিয়ে।

টাটা ফুটবল একাডেমিৰ হৈ বামিয়া চামাদে খেলখনৰ ২৯ মিনিটত একমাত্ৰ গ’লটো দিয়ে।

শ্বিলং লাজং জুনিয়ৰে ২ খন খেলত ৬ পইণ্ট সংগ্ৰহ কৰি তালিকাৰ শীৰ্ষত আছে। ১২ ফেব্ৰুৱাৰিৰ দিনৰ ১০ বজাত হ’ব লগা পৰৱৰ্তী খেলত লাজং ৰাংদাজিদ য়ুনাইটে’ডৰ মুখামুখি হ’ব।

Recent News

Rafele -Oliviar Dasso

অৱসৰ কটাবলৈ গৈ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ৰাফেল যুদ্ধবিমানৰ নিৰ্মাতা অলিভিয়েৰ দাছোৰ

_89994403_ladies_special_bus_-4

বিশ্ব নাৰী দিৱসৰ দিনাই বৃহৎ ঘোষণা : ৰাজ্যজুৰি মহিলাৰ বাছ ভাৰা ৰেহাই দিব দেশৰ এখন ৰাজ্য চৰকাৰে

1593687950_RAAgrY_SupremeCourtofIndia-750x375

সংৰক্ষণৰ সৰ্বোচ্চ সীমা পুনৰ্বিবেচনা! ৰাজ্যসমূহৰ মতামত বিচাৰিলে উচ্চতম ন্যায়ালয়ে

Titabar-750x375

কংগ্ৰেছৰ এজন শক্তিশালী প্ৰাৰ্থীয়ে উজনিৰ এক সমষ্টিত কঁপাইছে বিজেপি-অগপৰ মিত্ৰজোঁটৰ ভেঁটি!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd