DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

অনূৰ্ধ্ব ১৭ ভাৰতীয় মহিলা ফুটবল দলৰ প্ৰস্তুতি শিবিৰলৈ ছিকিমৰ কৰিশ্মা ৰায়

সাগৰ ছেত্ৰী by সাগৰ ছেত্ৰী
July 2, 2018 8:21 am
16siksoccer

ফাইল ফটো

72
VIEWS
Share on FacebookShare on Twitter

ফুটবল, হকী, বক্সিং, ভাৰোত্তলন, এথলেটিকছকে ধৰি বিভিন্ন খেলত এতিয়া ভাৰতীয় দলত প্ৰভুত্ব বিস্তাৰ কৰিছে উত্তৰ-পূবৰ খেলুৱৈয়ে। বিশেষভাৱে উত্তৰ-পূবৰ যুৱতীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিকোনো খেলতে উচ্চ পৰ্যায়ৰ প্ৰদৰ্শন আগবঢ়ায় দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰি আহিছে আৰু এইদৰে সমগ্ৰ উত্তৰ-পূবকে গৌৰৱ কৰাৰ সুযোগ দি আহিছে।

এতিয়া তেনে এক সুখবৰ আহিছে ছিকিম ফুটবল প্ৰেমীলৈ। উল্লেখ্য যে দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ গেইমছৰ বাবে অনূৰ্ধ্ব ১৭ ভাৰতীয় মহিলা ফুটবল দলটোৱে চলাবলগীয়া প্ৰশিক্ষণৰ প্ৰস্তুতি শিবিৰলৈ আমণ্ট্ৰণ লাভ কৰিছে ছিকিমৰ উদীয়মান তথা প্ৰচুৰ সম্ভাৱনাপূৰ্ণ খেলুৱৈ কৰিশ্মা ৰায়।

উল্লেখ্য যে ছিকিম ছিনিয়ৰ মহিলা দলটোৰ নিয়মীয়া সদস্যা কৰিশ্মাই নতুন দিল্লীৰ স্প’ৰ্টছ অথৰিটী অব ইণ্ডিয়াত ১ জুলাইৰ পৰা ১৫ জুলাইলৈ চলিবলগীয়া এই প্ৰস্তুতি শিবিৰত ইতিমধ্যে অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

দক্ষিণ ছিকিমৰ ৰাবংলাৰ নিবাসী কৰিশ্মাই লাভ কৰা এই সুযোগৰ বাবেই ছিকিম ফুটবল এছ’চিয়েশ্যনৰ সভাপতি মেনলা এথেনপাই খেলুৱৈগৰাকীক অভিনন্দন জনোৱাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।

Recent News

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd