• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

অন্তিম খেলত ঘৰুৱা খেলপথাৰত আকৰ্ষণীয় ড্ৰৰে আই-লীগ সামৰিলে লাজঙে

by
March 5, 2018 9:50 pm
lajong

ৱেষ্ট বেংগলৰ বিৰুদ্ধে গ'ল দিয়াৰ পিছত লাজং এফ চিৰ খেলুৱৈৰ উল্লাস।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ঘৰুৱা খেলপথাৰত ইষ্ট বেংগলৰ বিৰুদ্ধে খেলা আই লীগৰ এখন খেলত প্ৰথমে পিছ পৰি থাকিও মূৰকত ড্ৰ ৰাখিবলৈ সক্ষম হয় লাজং এফ চি। ঘৰুৱা দলটোৱে ইয়াৰ স্থানীয় জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হোৱা খেলত প্ৰথমেই গ’ল খায় যদিও শেষত সমতা স্থাপন কৰে।

উল্লেখযোগ্য যে এইখন আছিল লাজঙৰ শেষৰখন খেল। পইণ্ট তালিকাৰ ষষ্ঠ স্থানত থকা দলটোৰ বাবে এইখন সিমান গুৰুত্বপূৰ্ণ খেল নাছিল যদিও ৱেষ্ট বেংগলৰ বাবে আছিল অতি গুৰুত্বপূৰ্ণ। আজিৰ জয়েৰে ৱেষ্ট বেংগলে ফাইনেললৈ যোৱাৰ সুযোগ বৃদ্ধি কৰাৰ থল আছিল।

Apply Now

প্ৰথমাৰ্ধত ৱেষ্ট বেংগলৰ ফৰ্মত থকা নাইজেৰিয়ান ষ্ট্ৰাইকাৰ দুদু ওমাংবেমিয় ২০ মিনিটতে দলটোক আকাংক্ষিত অগ্ৰগতি দিয়ে। কিন্তু সেই গ’ল খোৱাৰ পিছত ঘৰুৱা দৰ্শকৰ সমৰ্থনৰ মাজত ছন্দ বিচাৰি পোৱা লাজঙে দ্বিতীয়াৰ্ধত দুটাকৈ গ’ল দি ৱেষ্ট বেংগলক এক প্ৰকাৰৰ পৰাজয়ৰ গৰাহতে পেলাইছিল। ৪৯ মিনিটত লাজঙৰ আইবানভা ধলিঙে আৰু ৬৯ মিনিটত ছেমুৱেল লালমুংপুইয়াই গ’ল দিয়ে।

কিন্তু শেষ মুহূৰ্তত ৱেষ্ট বেংগল দলটোৰ বাবে আকৌ উদ্ধাৰকৰ্তাৰ ৰূপত অৱতীৰ্ণ হয় একেজন নাইজেৰিয়া খেলুৱৈ দুদু ওমাংবেমি (Dudu Omagbemi)। দুদুৱে খেল শেষ হ’বলৈ মাত্ৰ দুই মিনিট থকা অৱস্থাত লাজঙৰ নেটত বল প্ৰৱেশ কৰাই সমতা স্থাপন কৰাৰ লগতে ৱেষ্ট বেংগলৰ ফাইনেল খেলাৰ সম্ভাৱনা ক্ষীণকৈ হ’লেও সজীৱ কৰি ৰাখে। এখন খেল বাকী থকা অৱস্থাত এতিয়া ৱেষ্ট বেংগলৰ পইণ্ট হ’ল ৩০, যিটো শীৰ্ষৰ মিনাৰ্ভা পাঞ্জাবাতকৈ ২ কম।

আনহাতে ১৮খন খেলৰ পৰা লাজঙৰ সংগ্ৰহ হ’ল ২২ আৰু তালিকাত তেওঁলোকৰ স্থান হ’ল ৬ষ্ঠ।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am
এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

August 19, 2026 9:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd