• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত একবিংশ শতিকা মহিলা শতিকা হিচাবে পৰিগনিত হ’ব : বিশ্বনাথত মুখ্য মন্ত্ৰী সৰ্বানন্দ

কাজি জেইদুল  ইছলাম by কাজি জেইদুল  ইছলাম
June 27, 2018 11:08 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অসমত একবিংশ শতিকা মহিলা শতিকা হিচাপে পৰিগণিত হব কিয়নো অসমৰ মহিলাসকল কৰ্ম সংস্কৃতিৰ প্ৰতি আগ্ৰহী হৈছে’ আজি বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ক্ষেত্ৰত অনুষ্ঠিত মহিলা সমাৰোহত মুখ্য অথিতি হিচাপে অংশ গ্ৰহণ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে মন্তব্য কৰে।

অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ উদ্যোগত আৰু শোণিতপুৰ আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত তথা মন্ত্ৰী ৰঞ্জীত দত্তই আদৰণি ভাষন দিয়া আজিৰ এই সভাত মুখ্য মন্ত্ৰীয়ে কয় যে অসমৰ মহিলা সকলে অসমৰ বুকুত পৰিৱৰ্তন আনিব বিচাৰিছে।

Apply Now

বিজেপিৰ দুবছৰীয়া কাৰ্যকালত চৰকাৰে দুৰ্নীতি নিৰ্মূলত গুৰুত্ব দিয়া বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে কংগ্ৰেছ চৰকাৰে আঁচনিবোৰ দিছিল ভোট পাবৰ বাবে। কিন্তু আমি আঁচনি দিছো ৰাইজক স্বাৱলম্বী কৰাৰ বাবে। এই ক্ষেত্ৰত অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ দ্বাৰা অসমৰ মহিলা সৱলীকৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিখনৰ কথা উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে এই আঁচনিৰ জৰিয়তে অসমৰ ৬৫ লাখ পৰিয়াল আর্থিকভাৱে স্বাৱলম্বী হ’ব।

শোণিতপুৰৰ উপায়ুক্ত মনোজ কুমাৰ ডেকাই উদ্দেশ্য বাখ্যা কৰা এই সভাত তেওঁ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে সহজ উপায়েৰে ধন ঘটাৰ কৌশল শিকাই আমাৰ ব্যক্তিত্ব নষ্ট কৰিলে বুলি মন্তব্য কৰি কয় যে এনে ব্যক্তিত্ব নষ্ট কৰা ধন আমাক নালাগে আমি পৰিশ্ৰমৰ দ্বাৰা ধন ঘটিম। নিজ ভাষণত মুখ্য মন্ত্ৰীয়ে মহিলা গোটসমূহৰ মাজত প্ৰতিযোগিতাৰ মনোভাব গঢ়ি তোলাৰ বাবে চৰকাৰে গোটসমূহক ৫ লাখ, ৩ লাখ আৰু ২ লাখ টকাকৈ পুৰস্কাৰ দিয়াৰ লগতে শ্ৰেষ্ঠ গোটসমূহৰ সদস্য সকলে বিদেশ ভ্ৰমণৰ সুবিধা লাভ কৰিব বুলি ঘোষণা কৰে।

ইফালে আজিৰ এই সভাত উপস্থিত থাকি বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰ কংগ্ৰেছ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি কয়, ‘তৰুণ গগৈয়ে মহিলা সকলক কনকলতা, মূলগাভৰু হ’ব লাগে বুলি কয় আনহাতে তেওঁলোকক চৰম প্ৰতাৰণা কৰে।’  ড° শৰ্মাই লগতে কয় বিজেপিয়ে প্ৰতিটো গোটক ২৫,০০০ টকাকে আদায় দিব। তদুপৰি প্ৰথম বছৰৰ লেনদেন চাই পিছৰ বছৰ ৫০,০০০ টকা আগবঢ়োৱাৰ লগতে পাঁচ বছৰত ৫ লাখ টকা আগবঢ়াব বুলি তেওঁ ৰাজহুৱা প্ৰতিশ্ৰুতি দিয়ে।

ইয়াৰ উপৰি ৬০ বছৰৰ ওপৰৰ সকলো লোকক অহা ২ অক্টোবৰত বৃদ্ধ পেঞ্চন প্ৰদান কৰাৰ লগতে জুলাইৰ ১০ তাৰিখৰ পৰা ৪৫ দিনৰ ভিতৰত বিভিন্ন গোটক ১০,০০০ খন ট্ৰেক্টৰ বিতৰণ কৰিব বুলি শৰ্মাই মন্তব্য কৰে। বিশ্বনাথ চাৰিআলিত এমাহৰ ভিতৰত বি এড কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ আৰু বিশ্বানাথ চাৰিআলি অসামৰিক চিকিৎসালয়ক ২০০খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰাৰ বাবে ২০ কোটি টকাৰ আৱন্তন দিয়াৰ কথা উল্লেখ কৰে।

আজিৰ এই সভাত মন্ত্ৰী নৱ দলে, ৰঞ্জীত দত্ত,পল্লবলোচন দাস, সাংসদ আৰ পি শৰ্মা, বিধায়ক গণেশ লিম্বু, অশোক সিংহাল, বৃন্দাবন গোস্বামী, প্ৰমোদ বৰঠাকুৰ, উৎপল বৰা প্ৰাক্তন মন্ত্ৰী প্ৰবীন হাজৰিকা অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ ৰঞ্জীত কুমাৰ  দাসকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

কাজি জেইদুল  ইছলাম

কাজি জেইদুল  ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd