DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত নৈমিত্তিক ঘটনাত পৰিণত পথ দুৰ্ঘটনা : ডিগবৈত ডাম্পাৰৰ খুন্দাত নিহত আৰক্ষী জোৱান

লক্ষ্মণ শৰ্মা by লক্ষ্মণ শৰ্মা
May 1, 2018 6:05 pm
road accident at digboi kills police constable
140
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়াৰ ডিগবৈ ( Digboi )ত কৰ্তব্যৰত অৱস্থাতে ডাম্পাৰে খুন্দিয়াই মাৰিলে দয়া ৰবি দাস নামৰ ৪৪ বছৰীয়া এজন আৰক্ষী কনিষ্টবলক। মৃত দাসে এৰি থৈ গৈছে পত্নী দীপাঞ্জলী দাস আৰু একমাত্ৰ পুত্ৰ জ্ঞানজ্যোতি দাস (১৬ বছৰীয়া)ক।

আৰক্ষী সূত্ৰই জনোৱা মতে ডিগবৈৰ তিংৰাইত নিজৰ কৰ্তব্য সম্পন্ন কৰি থানালৈ আহি থকা অৱস্থাত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বগাপানী অঞ্চলত বিপৰীত দিশৰ পৰা আহি AS 23 AC 7312 নম্বৰৰ ডাম্পাৰখনে দাসে চলাই থকা ASO6 C 4391 নং মটৰ চাইকেলখনত খুন্দা মৰাৰ ফলত তেওঁ মূৰত গুৰুতৰ আঘাত পায়।

ততাতৈয়াকৈ দাসক ডিগবৈ সামূহিক স্বাস্থ্যকেন্দ্ৰলৈ নিয়া হয় আৰু চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেওঁক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে যদিও ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্ছিহ’মে তেওঁ অনা অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰা বুলি ঘোষণা কৰে।

ডিগবৈৰ কালীবাৰী এলেকাৰ গোপাল বিশ্বাসৰ ডাম্পাৰখনৰ চালক দিলীপ তাঁতীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

দাসৰ অকাল মৃত্যুত ডিগবৈ আৰক্ষীত শোকৰ ছাঁ পেলাইছে। ‘দাসৰ অকাল মৃত্যুৱে আমাৰ বিভাগৰ লগতে শুভাকাংক্ষীসকলৰ মাজত শূন্যতাৰ সৃষ্টি কৰিছে’ ডিগবৈ থানাৰ পৰিদৰ্শক মোহন চন্দ্ৰ বৰাই কয়।

Recent News

Bharat Jodo Yatra

দেশৰ অৱস্থাক লৈ অধিক চিন্তিত হোৱাৰ বাবেই ভাৰত জোড়ো যাত্ৰাত যোগদান!

BBC documentary on Modi

বিবিচিৰ তথ্যচিত্ৰ প্ৰদৰ্শনক কেন্দ্ৰ কৰি উত্তপ্ত দিল্লী বিশ্ববিদ্যালয়: আটক কেইবাগৰাকীও শিক্ষাৰ্থী

China covid

ক’ভিদ সন্ত্ৰাস: চীনক দক্ষিণ কোৰিয়াৰ মোক্ষম আঘাত!

Lakhimpur Kheri case

কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ লখিমপুৰ খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত আশীষ মিশ্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd