DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 6, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত ফুড পাৰ্ক স্থাপনৰ পৰিকল্পনা কৰিছে ফিউচাৰ গ্ৰুপে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 2, 2018 12:54 pm
k-570x320

দেওবাৰে নতুনকৈ মুকলি কৰা গুৱাহাটী চেন্ট্ৰেল শ্বপিং মলত সংবাদ মাধ্যমক সম্বোধন কৰিছে ফিউচাৰ গ্ৰুপৰ মুখ্য কাৰ্যবাহী বিষয়া কিশোৰ বিয়ানীয়ে(মাজৰ জন)

194
VIEWS
Share on FacebookShare on Twitter

কিশোৰ বিয়ানীৰ নেতত্বৰ ফিউচাৰ গ্ৰুপে অসমত ফুড পাৰ্ক আৰু ফ্ল’ৰ মিল (আটা মিল) স্থাপনৰ কথা ব্যক্ত কৰিছে। গ্ৰুপটোৱে ঘোষণা কৰিছে যে তেওঁলোকে উত্তৰ-পূব ভাৰতত ইয়াৰ খুচুৰা সেৱা কেন্দ্ৰ মুকলি কৰিব।

দেওবাৰে গুৱাহাটীত উপস্থিত হোৱা বিয়ানীয়ে কয়, ‘’মই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত কথা পাতিছো আৰু আমি ফুড পাৰ্ক তথা ফ্ল’ৰ মিল স্থাপন কৰাৰ পৰিকল্পনা কৰিছো।‘’

তেওঁ কয়, ‘আমি এই ফ্ল’ৰ মিলত আমাৰ ব্ৰেণ্ডৰ ‘দেশী আটা’ উৎপাদন কৰিব। বৰ্তমান আমি ফুড পাৰ্ক স্থাপন কৰিব পৰা বিভিন্ন স্থান নিৰীক্ষণ কৰি আছো। আমি ইয়াৰ বিভিন্ন প্ৰকাৰৰ ধানৰ অধ্যয়ন চলাই আছো।‘’

দেওবাৰে গুৱাহাটীত ফিউচাৰ গ্ৰুপে ইয়াৰ প্ৰথমটো চেন্ট্ৰেল ষ্ট’ৰ মুকলি কৰে। গ্ৰুপটোৱে লগতে গুৱাহাটীত ২০ টা ইজি ডে’ ষ্ট’ৰ মুকলি কৰাৰ পৰিকল্পনা কৰিছে।

গ্ৰূপটোৱে লগতে অসমৰ ডিব্ৰুগড়, বঙাইগাওঁ, তেজপুৰ আৰু তিনিচুকীয়াত বিগ বাজাৰৰ শাখা মুকলি কৰাৰো পৰিকল্পনা কৰিছে। তেওঁলোকে লগতে বিগ বাজাৰৰ শাখা মেঘালয়ৰ শ্বিলঙত, মিজোৰামৰ আইজলত আৰু অৰুণাচল প্ৰদেশৰ ইটানগৰতো স্থাপনৰ কথা ঘোষণা কৰিছে।

বিয়ানীয়ে কয় যে গুৱাহাটীৰ চেন্ট্ৰেল ষ্ট’ৰত তেওঁলোকে প্ৰায় ৩৫০ কোটি টকা বিনিয়োগ কৰিছে। ‘’আমি গুৱাহাটীত আৰু দুটা বিগ বাজাৰৰ শাখা মুকলি কৰিম। গুৱাহাটীত বৰ্তমান এটা বিগ বাজাৰৰ শাখা আছে। এইটো দেশৰ বিগ বাজাৰৰ শাখাসমূহৰ ভিতৰত তৃতীয় বৃহৎ ফেশ্যন আৰু খুচুৰা বিক্ৰী কেন্দ্ৰ,’’-ইক’নমিক টাইমছে প্ৰকাশ কৰিছে।

বিয়ানীয়ে কয় যে বিমুদ্ৰাকৰণ আৰু জিএছটি ৰূপায়নে ব্যৱসায়ত বৰকৈ প্ৰভাৱ নেপেলায়।

Recent News

জঘন্য : মৰিয়নীত চলন্ত ৰে’লৰ পৰা দলিয়াই দিয়া হ’ল ৭ বছৰীয়া শিশুক!

জঘন্য : মৰিয়নীত চলন্ত ৰে’লৰ পৰা দলিয়াই দিয়া হ’ল ৭ বছৰীয়া শিশুক!

ৰাছিয়াই উৰুৱাই দিলে ইউক্ৰেইনৰ বান্ধ, বানে বুৰাই পেলালে কেইবাখনো গাঁও

ৰাছিয়াই উৰুৱাই দিলে ইউক্ৰেইনৰ বান্ধ, বানে বুৰাই পেলালে কেইবাখনো গাঁও

 মহানগৰত ১৪ বছৰেও সম্পূৰ্ণ নহ’ল পানী যোগান প্ৰকল্প

 মহানগৰত ১৪ বছৰেও সম্পূৰ্ণ নহ’ল পানী যোগান প্ৰকল্প

ড্ৰাগছৰ ভয়ানক কবলত ভূস্বৰ্গ কাশ্মীৰ : পাকিস্তানৰ পৰা আহে ড্ৰাগছ!

ড্ৰাগছৰ ভয়ানক কবলত ভূস্বৰ্গ কাশ্মীৰ : পাকিস্তানৰ পৰা আহে ড্ৰাগছ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd