DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ আসন্ন পঞ্চায়ত নিৰ্বাচনত যুঁজ দিব নৱগঠিত বাওঁ গণতান্ত্ৰিক মঞ্চই

এন ই নাও নিউজ by এন ই নাও নিউজ
December 26, 2017 8:46 pm
147
VIEWS
Share on FacebookShare on Twitter

নৱগঠিত বাওঁ গণতান্ত্ৰিক মঞ্চই অসমৰ আসন্ন পঞ্চয়ত নিৰ্বাচনত এক ঐক্যবদ্ধ ফ্ৰণ্ট হিচাপে যুঁজ দিয়াৰ পৰিকল্পনা কৰিছে। সৰ্বমুঠ ১১ টা ৰাজনৈতিক দল একে ছাটীৰ তলত সমৱেত হৈ এই বাওঁ গণতান্ত্ৰিক মঞ্চ গঠন কৰিছে। এই মঞ্চত সমৱেত হোৱা দল সমূহ হ’ল চি পি আই (এম), চি পি আই, চি পি আই (এম এল), জনতা দল (ধৰ্মনিৰপেক্ষ), সমাজবাদী পাৰ্টি, এন চি পি, আপ, অসম সংগ্ৰামী মঞ্চ, লিবাৰেল ডেমক্ৰেটিক পাৰ্টি, অল ইণ্ডয়া ফ’ৰৱাৰ্ড ব্লক আৰু আৰচিপি আই। ১১ টা বিৰোধী দলে ঐক্যবদ্ধভাৱে পঞ্চায়ত নিৰ্বাচনত যুঁজ দিবলৈ লোৱা সিদ্ধান্তটো তাৎপৰ্যপূৰ্ণ যিহেতু শাসকীয় মৰ্চাৰ বিজেপি, এজেপি আৰু বিপিএফ প্ৰত্যেকেই স্বাধীনভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। এতিয়ালৈকে যদিও পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হোৱা  নাই তথাপি অহা ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে এই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ২০১৬ চনৰ জুলাই মাহত অসমৰ ১২ খন তৈলক্ষেত্ৰ নিলামৰ বিৰেধীতা কৰি এই মঞ্চ গঠিত হৈছিল। চৰাকৰে ভাৰতৰ ৪৮ খন তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ কৰাৰ কথা ঘোষণা কৰিছিল। মঞ্চৰ অন্তৰ্ভুক্ত দলসমূহে নিৰ্বাচনত আসন ভাগাই লোৱাৰ সম্ভাৱনা আছে। কিন্তু মঞ্চৰ আহ্বায়ক দেৱেন ভট্টাচাৰ্যই জনোৱা অনুসৰি কংগ্ৰেছ আৰু এই আই আউ ডি এফৰ সৈতে আসন বুজাবুজি কৰাৰ সম্ভাৱনা নায়। দলকেইটাই ঐক্যবদ্ধ এজেণ্ডা লৈ নিৰ্বচনত অৱতীৰ্ণ হ’ব। উল্লেখযোগ্য যে এই মঞ্চই এন আৰ চি, বাংলাদেশী অনুপ্ৰৱেশকাৰী, বান সমস্যা আদি বিষয়ক লৈও মাত মাতি আহিছে। বাওঁ গণতান্ত্ৰিক মঞ্চই লগতে দাবী জনাই যে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত ১৯৭১ চনৰ ২৪ মাৰ্চেই ভিত্তি তাৰিখ হোৱা উচিত। মঞ্চই লগতে উচ্ছেদিত পৰিয়ালৰ সংস্থাপনৰ পৰিকল্পনা অবিহনে উচ্ছেদ অভিযান বন্ধ ৰখা আৰু ধৰ্মৰ ভিত্তিত উচ্ছেদ নচলোৱাৰ পোষকতা কৰে। হিন্দু শৰণাৰ্থীক নাগৰিকত্ব প্ৰদানৰ বিৰুদ্ধে হোৱা ব্যাপক জনবিক্ষোভৰ পৰিপ্ৰেক্ষিতত এই ৰাজনৈতিক দল সমূহে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত আন্দোলন তীব্ৰতৰ কৰাৰো পৰিকল্পনা কৰিছে।

Recent News

Rahul Gandhi Lok Sabha election

লক্ষ্য ২৪: বিৰোধীৰ মহা বৈঠকত উপস্থিত থাকিব ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গে

তিনিচুকীয়াত শহুৰেকৰ আক্ৰমণত প্ৰাণ গ’ল গৰ্ভস্থ শিশুসহ গৰ্ভৱতী মহিলাৰ

তিনিচুকীয়াত শহুৰেকৰ আক্ৰমণত প্ৰাণ গ’ল গৰ্ভস্থ শিশুসহ গৰ্ভৱতী মহিলাৰ

Manipur Violence

অশান্ত মণিপুৰ: সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত তিনিগৰাকী নিহত

কেতিয়াও নকৰে প্ৰৱঞ্চনা, প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু এইকেইটা ৰাশিৰ ছোৱালী

কেতিয়াও নকৰে প্ৰৱঞ্চনা, প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু এইকেইটা ৰাশিৰ ছোৱালী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd