• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ কৃষি আৰু বাণিজ্যৰ উত্তৰণত ভিয়েটনামক সহায়ৰ আহ্বান মুখ্য মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 14, 2018 8:02 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কৃষি মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত ১৩ গৰাকী বিধায়ক, ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়া আৰু ১৫ গৰাকী প্ৰগতিশীল কৃষকৰ দলে আজি ভিয়েটনামত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ গ্ৰহণ কৰাৰ উপৰি কৃষি খণ্ডৰ কেইবাটাও ক্ষেত্ৰ পৰিদৰ্শন কৰে।

ভিয়েটনামৰ কৃষি খণ্ডৰ আগশাৰীৰ এই প্ৰতিষ্ঠানটো পৰিদৰ্শনৰ সময়ত প্ৰতিষ্ঠানটোৰ অধ্যক্ষ ড০ নুৱেন হংচঙে দেশখনৰ কৃষি খণ্ডৰ বিকাশৰ বিভিন্ন দিশ সামৰি এটি পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনো প্ৰদৰ্শন কৰে।

Apply Now

ইয়াৰ পিছতে মুখ্য মন্ত্ৰী গৰাকীয়ে ভিয়েটনাম চৰকাৰৰ তিনি গৰাকীকৈ শীৰ্ষ পৰ্যায়ৰ ব্যক্তিৰ সৈতে এক বৈঠকত মিলিত হয়। মুখ্য মন্ত্ৰী গৰাকীয়ে ভিয়েটনামৰ কৃষি আৰু গ্ৰামোন্নয়ন দপ্তৰৰ উপমন্ত্ৰী হা কং টুৱাঙৰ সৈতে হোৱা বৈঠকত ভিয়েটনামে উন্নত প্ৰযুক্তি আৰু কৃষি পদ্ধতি প্ৰয়োগেৰে লাভ কৰা সফলতাৰে অসমৰ কৃষকক উপকৃত কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ আহ্বান জনায়।

আনহাতে বৈঠকতে ভিয়েটনামৰ মন্ত্ৰী গৰাকীয়ে অসমৰ কৃষি খণ্ডৰ লগতে মুখ্য মন্ত্ৰীয়ে উত্থাপন কৰা বিষয় সমূহৰ ক্ষেত্ৰত ইতিবাচক পদক্ষেপ লোৱা হ’ব বুলি মুখ্য মন্ত্ৰী গৰাকীক কয়।

ইয়াৰ পিছতে মুখ্য মন্ত্ৰী গৰাকীয়ে ভিয়েটনামৰ চেণ্ট্ৰেল ইক’নমিক কমিশ্যনৰ উপাধ্যক্ষ তথা কমিউনিষ্ট পাৰ্টি চেণ্ট্ৰেল কমিটিৰ অন্যতম সদস্য কাও ডুক ফাটৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

বৈঠকত মুখ্য মন্ত্ৰী গৰাকীয়ে এক্ট ইষ্ট পলিচিৰ ৰূপায়ণৰ অংশ হিচাপে হানৈ আৰু গুৱাহাটীৰ মাজত প্ৰত্যক্ষ বিমান সেৱা আৰম্ভ কৰাৰ পদক্ষেপ ল’বলৈ নেতা গৰাকীক আহ্বান জনায়। লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে গুৱাহাটীত ভিয়েটনামৰ এটা বাণিজ্যিক দূতাবাস মুকলি কৰাৰ পদক্ষেপ ল’বলৈও নেতা গৰাকীক আহ্বান জনায়।

ইয়াৰ পিছতে মুখ্য মন্ত্ৰী গৰাকীয়ে কমিউনিষ্ট পাৰ্টী অব ভিয়েটনামৰ অধ্যক্ষ হোৱাং বিন কুৱাঙৰ সৈতে এক বৈঠকত মিলিত হয়।

আজিৰ ভ্ৰমণ কালতে মুখ্য মন্ত্ৰীৰ লগতে অসমৰ পৰা যোৱা প্ৰগতিশীল কৃষকৰ দলটোৱে ভিয়েটনামৰ বিভিন্ন উন্নত কৃষি পথাৰ পৰিদৰ্শন কৰি তেওঁলোকে গ্ৰহণ কৰা উন্নত কৃষি পদ্ধতিৰ বিষয়ে অধ্যয়ন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd