• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰৰ শ্ৰমিক তথা জনবিৰোধী নীতিৰ বিৰুদ্ধে ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহৰ প্ৰতিবাদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 15, 2018 9:14 pm
Trade Union Protest
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰৰ বিজেপি চৰকাৰে দুই কোটি নিবনুৱাক কৰ্মসংস্থাপন দিয়া হ’ব বুলি প্ৰদান কৰা প্ৰতিশ্ৰুতিক শাসনত অহাৰ পিছত ধোঁৱা চাঙত পৰিণত কৰে বুলি চৰকাৰখনৰ বিৰুদ্ধে অভিযোগ কৰে ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰীসমূহৰ যৌথ মঞ্চই।

চৰকাৰৰ শ্ৰমিক তথা জনবিৰোধী নীতি পৰিবৰ্তনৰ দাবীত ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰীসমূহৰ যৌথ মঞ্চই আজি দিচপুৰ লাষ্টগেটত ৰূপায়ণ কৰা ধৰ্ণা কাৰ্য্যসূচীত উক্ত মন্তব্য কৰে।

Apply Now

প্ৰতিবাদকাৰীসকলৰ মতে, ‘পৰিবৰ্তনৰ শ্লোগানেৰে শাসনৰ গাদী দখল কৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ অৰ্থনৈতিক নীতি গ্ৰহণ কৰিছে। তদুপৰি বিজেপি শাসনাধীন ৰাজ্য চৰকাৰখনে পুঁজিপতিসকলৰ হাতত দেশৰ সম্পদ সমূহ গতাই দিব বিচৰাৰ ফলস্বৰূপে ৰাজ্যৰ নিবনুৱা যুবক-যুবতীসকল চৰম বিপদৰ সন্মুখীন হৈছে’।

আজিৰ ধৰ্ণা কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে কেন্দ্ৰৰ বিজেপি শাসনাধীন চৰকাৰে চাহ শ্ৰমিকসকলক লৈ ৰাজনীতি কৰাৰ অভিযোগ তুলি কয় যে কেন্দ্ৰীয় চৰকাৰে চাহ শ্ৰমিকসকলৰ নূন্যতম মজুৰিৰ বিষয়টো সমাধানত ব্যৰ্থ হোৱাৰ লগতে শ্ৰমিক সুৰক্ষা আইন সংশোধন ২০০৮ সংশোধন কৰি ‘অসম লেবাৰ ৱেলফেয়াৰ চ’চাইটি’ গঠন কৰি শ্ৰম বিভাগটোক গুৰুত্বহীন কৰিব বিচাৰিছে।

প্ৰতিবাদী কাৰ্য্যসূচীটোত অংশ লোৱা চি আই টি ইউৰ উপ-সভাপতি তথা বাওঁ গণতান্ত্ৰিক মঞ্চৰ আহ্বায়ক দেবেন ভট্টাচাৰ্য্যই নৰ্থ ইষ্ট নাওক কয়, ‘আজি সমগ্ৰ দেশতে কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰ ব্যক্তিগতকৰণ কৰিব খোজাৰ বিৰুদ্ধে বিক্ষোভ সংঘটিত হৈছে। চৰকাৰৰ জনবিৰোধী নীতিৰ ফলত দেশৰ জনসাধাৰণলৈ বিৰূপ প্ৰভাব নামি আহিছে। সেয়েহে আমি চৰকাৰক এই নীতি পৰিহাৰ কৰিবৰ বাবে দাবী জনাইছো।’

শ্ৰমিক শ্ৰেণীয়ে যাতে ইউনিয়ন গঠন কৰি একত্ৰিত হ’ব নোৱাৰে তাৰ উদ্দেশ্যে বিজেপি চৰকাৰে নীতি প্ৰস্তুত কৰাৰ ষডযন্ত্ৰত নামি পৰিছে বুলি তেওঁ চৰকাৰৰ বিৰুদ্বে ক্ষোভ প্ৰকাশ কৰি শ্ৰমিক বিৰোধী নীতিসমূহ বন্ধ কৰিবৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক সকিয়নী প্ৰদান কৰে।

আনহাতে চৰকাৰৰ অবহেলাৰ বাবে জাগীৰোড কাগজকলৰ অৱস্থা শোচনীয় হৈ পৰা বুলি মন্তব্য কৰি তেওঁ কয়, ‘চৰকাৰে পূৰ্বৰে পৰা এই কাগজকলৰ বাবে কিছু পদক্ষেপ গ্ৰহণ কৰাহেঁতেন কাগজকলটোৰ এনে অবস্থা নহ’লহেঁতেন।’

প্ৰতিবাদকাৰীসকলে মুখ্য মন্ত্ৰীলৈ অসম লেবাৰ ৱেলফেয়াৰ চ’চাইটি বাতিল কৰা, চাহ শ্ৰমিকৰ দৈনিক হাজিৰা নূন্যতম ৩৫০ টকা ধাৰ্য্য কৰা, অন্য শ্ৰমিকসকলৰ নূন্যতম মাহিলী মজুৰি ৬০০০ টকা ধাৰ্য্য কৰা, শ্ৰম আইন সংশোধন প্ৰক্ৰিয়া বন্ধ কৰা আৰু অসমৰ ৰাজহুৱা খণ্ডৰ অন্তৰ্গত তেল শিল্প আৰু কাগজ কলক ৰক্ষা কৰা ইত্যাদি দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে।

আজিৰ প্ৰতিবাদী কাৰ্য্যসূচীত এইছ এম এছ, চি আই টি ইউ, আই এন টি ইউ চি, এ আই টি ইউ চি, এ আই চিচি টি ইউ আৰু এ আই ইউ টি ইউ চি য়ে অংশগ্ৰহণ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

June 30, 2026 3:14 pm
পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

June 30, 2026 1:23 pm
ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

June 30, 2026 1:10 pm
‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

June 30, 2026 12:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

June 30, 2026 3:14 pm
পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

June 30, 2026 1:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd