• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ ২৮ খন নদীৰ পানী প্ৰদূষিত : কেন্দ্ৰীয় চৰকাৰৰ নদী পৰিষ্কৰণৰ শিতানত উপেক্ষিত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 18, 2018 6:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাবাহু ব্রহ্মপুত্রকে ধৰি ৰাজ্যখনৰ ২৮খন নদীৰ পানী প্রদূষিত হোৱা বুলি সংসদত কেন্দ্ৰীয় চৰকাৰে তথ্য প্রকাশ কৰিছে।

কেন্দ্রীয় বন আৰু পৰিৱেশ বিভাগৰ মন্ত্রী মহেশ শর্মাই প্রকাশ কৰা মতে ব্রহ্মপুত্রৰ উপৰি ৰাজ্যখনৰ বৰাক, ভৰলু, ভোগদৈ, বগীনদী, বুঢ়ীদিহিং, ডিগবৈ, দিচাং, জীয়া ভৰলী, সোৱনশিৰি, দিপৰ বিলকে ধৰি ২৮ খন নদীৰ পানী প্ৰদূষিত হৈছে।

Apply Now

উল্লেখযোগ্য যে কেন্দ্রীয় চৰকাৰে দেশৰ প্রদূষিত নদীসমূহ পৰিষ্কাৰ কৰাৰ বাবে কোটি কোটি টকা মোকলাই দিছে৷ এতিয়ালৈকে গংগাক বাদ দি দেশৰ আন আন প্রদূষিত নদীৰ বাবে কেন্দ্রীয় চৰকাৰে মুঠ ৪৫৭৯.৫৬ কোটি টকা ধার্য কৰিছে। ইয়াৰে ২২৩৬ কোটি টকা কেন্দ্রই মুকলি কৰি দিছে।

কিন্তু মনকৰিবলগীয়া যে অসমৰ ২৮খন নদীৰ পানী প্রদূষিত হোৱা বুলি কেন্দ্ৰীয় চৰকাৰৰ হাতত তথ্য থকাৰ পাছতো বৰ্তমানলৈকে অসমৰ নদীৰ পানী প্ৰদূষণমুক্ত কৰাৰ বাবে বা নদী সমূহ পৰিষ্কাৰ কৰাৰ বাবে এটকাও মুকলি কৰা নাই।

ইয়াৰ বিপৰীতে গোদাবৰী আৰু মুছি নদীৰ বাবে ৩৬৭.৫ কোটি টকা ধার্য কৰি এতিয়ালৈকে ২৫৯.৮০ কোটি টকা মোকলাই দিছে৷ একেদৰে গুজৰাটৰ সবৰমতী আৰু মিনদোলা নদীৰ বাবে ধার্য কৰা ৮০৮.৫৩ কোটি টকাৰ ভিতৰত ৩৩৩.২৬ কোটি, পঞ্জাবৰ ঘংগৰ, ব্যাস আৰু শতদ্রু নদীৰ বাবে ধার্য কৰা ৭৭৪.৪৩ কোটিৰ ভিতৰত ৫১৬.১৬ কোটি মোকলাই দিছে। আনকি নগালেণ্ডৰ ডিফু আৰু ধনশিৰি নদীৰ বাবেও ধার্য কৰা ৮২.৮০ কোটিৰ ভিতৰত ১৯.৫০ কোটি মোকলাই দিছে কেন্দ্রীয় চৰকাৰে।

কিন্তু কেন্দ্রীয় চৰকাৰে অসমৰ প্রদূষিত নদীসমূহৰ বাবে বৰ্তমানলৈকে এটকাও ধার্য নকৰাটো অসমবাসীৰ বাবে দুৰ্ভাগ্যজনক কথা।

আনহাতে কেন্দ্রীয় চৰকাৰে অসমৰ প্ৰদূষিত নদীসমূহৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰা কাৰ্যই প্ৰমাণ কৰিছে যে অসমৰ প্রদূষিত নদীসমূহক লৈ কেন্দ্রীয় চৰকাৰ অলপো দায়বদ্ধ নহয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হেৰীৰ যাদুত স্তম্ভিত বিশ্ববাসী! ডি আৰ কংগোক পৰাস্ত কৰি বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ইংলেণ্ডৰ

হেৰীৰ যাদুত স্তম্ভিত বিশ্ববাসী! ডি আৰ কংগোক পৰাস্ত কৰি বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ইংলেণ্ডৰ

July 2, 2026 8:01 am
অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

July 2, 2026 6:40 am
হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হেৰীৰ যাদুত স্তম্ভিত বিশ্ববাসী! ডি আৰ কংগোক পৰাস্ত কৰি বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ইংলেণ্ডৰ

হেৰীৰ যাদুত স্তম্ভিত বিশ্ববাসী! ডি আৰ কংগোক পৰাস্ত কৰি বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ইংলেণ্ডৰ

July 2, 2026 8:01 am
অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

July 2, 2026 6:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd