DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম আৰক্ষীত মহিলা নিযুক্তিৰ ক্ষেত্ৰত হ’ব নিয়ম সংশোধন; নাৰীৰ বিৰুদ্ধে অপৰাধে ৰাইজৰ আস্থা হ্ৰাস কৰিছে : মুখ্য মন্ত্ৰী সোণোৱাল

এন ই নাও নিউজ by এন ই নাও নিউজ
March 27, 2018 3:59 pm
Veerangana assam police women
127
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীত মহিলাসকলৰ নিযুক্তিৰ ক্ষেত্ৰত থকা নিয়মত সংশোধন অনাৰ সিদ্ধান্ত লৈছে চৰকাৰে।

মুখ্য মন্ত্ৰীৰ সভাপতিত্বত সোমবাৰে বহা এক বৈঠকত এই সিদ্ধান্ত লোৱা হয়। বৈঠকখনত ৰাজ্যৰ মুখ্য সচিব টি ৱাই দাস, আৰক্ষী সঞ্চালকপ্ৰধান মুকেশ সহায় আৰু ৰাজ্য প্ৰশাসনৰ অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধে ৰাইজৰ আস্থা হ্ৰাস কৰিছে বুলি জোৰ দি সোণোৱালে অপৰাধীসকলক কঠোৰ শাস্তি বিহাৰ পোষকতা কৰে আৰু এনে অপৰাধৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে ব্যৱস্থা ল’বলৈ মুখ্য সচিবক নিৰ্দেশ দিয়ে।

নাৰীৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত ক্ষীপ্ৰ ব্যৱস্থা ল’বলৈ এক সুকীয়া কোষ গঠনৰ বাবে আৰু এনে সকলো গোচৰতে খৰতকীয়া তদন্ত নিশ্চিত কৰাৰ বাবেও মুখ্য মন্ত্ৰীয়ে আৰক্ষী সঞ্চালকক নিৰ্দেশ দিয়ে।

নিয়ম অনুসৰি বিষয়া আৰু কনিষ্টবলক ধৰি অসম আৰক্ষীত ৩০ শতাংশ মহিলা থাকিব লাগে। কিন্তু শাৰীৰিক পৰীক্ষাত সফল হ’ব নোৱৰাৰ বাবে মহিলা উপ-পৰিদৰ্শক পৰ্য্যায়ত বহুবিলাক পদ খালী হৈ আছে।

সেয়ে ৰাজ্যিক আৰক্ষী বাহিনীত নিযুক্তিৰ ক্ষেত্ৰত অসম চৰকাৰে নিয়ম সংশোধনীৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

 

Recent News

ভাৰতক নিলম্বন নকৰিবলৈ ফিফাক অনুৰোধ; গিয়ান্নি ইনফান্টিনোলৈ পত্ৰ প্ৰফুল পেটেলৰ

ভাৰতক নিলম্বন নকৰিবলৈ ফিফাক অনুৰোধ; গিয়ান্নি ইনফান্টিনোলৈ পত্ৰ প্ৰফুল পেটেলৰ

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

Mamata Banerjee hit out at the BJP

হিটলাৰ, মুছুলিনিতকৈও ভয়াৱহ বিজেপিৰ শাসন: বিজেপিৰ বিৰুদ্ধে সৰৱ তৃণমূল মূৰব্বী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd