• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত ২টা আৰু মণিপুৰত ১টা নতুন মাছৰ প্ৰজাতি আৱিষ্কাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 26, 2018 6:58 pm

2 min read

genus garra
177
VIEWS
Share on FacebookShare on Twitter

অসম আৰু মণিপুৰত ৩টা নতুন মাছৰ প্ৰজাতি আৱিষ্কাৰ কৰিছে  অসম আৰু মণিপুৰৰ এদল গৱেষকৰ দলে। নতুনকৈ আৱিষ্কাৰ হোৱা মাছৰ প্ৰজাতিকেইটা হৈছে Garra biloborostris, Garra clavirostris  আৰু Garra substrictorostris। নিউজিলেণ্ডৰ অ’কলেণ্ডৰ পৰা প্ৰকাশিত আন্তঃজাতিক বিজ্ঞান আলোচনী জুটাক্সাক এই বিষয়ক এটা প্ৰৱন্ধ প্ৰকাশিত হৈছে।

ইয়াৰে প্ৰথম দুটা প্ৰজাতিৰ মাছ ভূটান সীমান্তত থকা ব্ৰহ্মপুত্ৰৰ উপনদী কানামাক্ৰা নিজৰা আৰু হাফলঙৰ সমীপৱৰ্তী দিয়াং নদীত আৰু আনটো প্ৰজাতি বৰাকৰ উপনদী লেইমটক নিজৰাত পোৱা গৈছে।

মণিপুৰ বিশ্ববিদ্যালয়ৰ নাৰেংবাম ৰ’নি নামৰ গৱেষকগৰাকীয়ে কৈছে, ‘আমাৰ নতুন আৱিষ্কাৰটো সম্পৰ্কে লিখা গৱেষণাপত্ৰখন কিছু পূৰ্বে জমা দিয়া হৈছিল যদিও আন্তঃজাতিক পুনৰীক্ষকসকলে পুংখানুপুংখ পৰীক্ষা কৰাৰ পিছতহে ইয়াৰ অধিকভাগ গৃহীত হৈছিল।

৭-৮ ইঞ্চি দীঘল মাছৰ এই প্ৰজাতিকেইটা প্ৰৱল বৰষুণৰ পানীয়ে গঢ়া পাহাৰীয়া নিজৰাত পোৱা যায় । এই মাছক মণিপুৰত নগামু ছাংগুম আৰু অসমত শিল টকা (ডিমাছাত নাহলো আৰু বড়ো ভাষাত নাহ কান্দা) কোৱা হয়।

গৱেষকদলটোৰ গাইড ইণ্টাৰনেশ্যনেল য়ুনিয়ন ফ’ৰ কনজাৰভেশ্যন অব নেছাৰৰ (আই ইউ চি এন) পৰিস্কাৰ পানীৰ মাছ বিশেষজ্ঞ  গোটৰ অধ্যাপক ডব্লিউ বিশ্বনাথনে জানিবলৈ দিছে যে এখন বিশেষজ্ঞ পেনেলে এই নতুন প্ৰজাতিকেইটৰ চিনাক্তকৰণ আৰু মূল্যায়ন কৰিছিল (তাৰে এজন আই ইউ চি এনৰ) আৰু প্ৰত্যেকটো প্ৰজাতিকে এটা সুকীয়া চিনাক্তকৰণ সংকেত সংখ্যা দিয়া সংস্থা  লণ্ডনস্থিত ইণ্টাৰনেশ্যনেল কমিশ্যন অন জুঅ’লজিকেল নমেনক্লাছাৰ জমা দিছিল।

genus gara 1

Garra clavirostris প্ৰজাতিটো দিয়াং নদীত হাফলং চৰকাৰী মহাবিদ্যালয়ৰ গৱেষকদ্বয় নাৰেংবাম ৰ’নি আৰু থাওচেন সৰ্বজিতে যুটীয়াকৈ আৱিষ্কাৰ কৰিছে আনহাতে আনহাতে Garra biloborostris আৰু Garra substrictorostris প্ৰজাতি দুটা গৱেষক ৰ’নিয়ে অসমৰ কানামাক্ৰা আৰু মণিপুৰৰ লেইমাটাক নিজৰাত আৱিষ্কাৰ কৰিছিল।

ৰ’নি আৰু সৰ্বজিতে অধ্যাপক বিশ্বনাথৰ অধীনত মৎস বিজ্ঞানৰ ওপৰত বিশদ প্ৰশিক্ষণ লৈছিল।

মণিপুৰ বিশ্ববিদ্যালয়ৰ লাইফ ছাইন্স বিভাগৰ মৎস বিজ্ঞান গোটৰ মুৰব্বী অধ্যাপক বিশ্বনাথে কৈছে যে শেহতীয়াকৈ আৱিষ্কাৰ হোৱা মাছৰ এই ৩টা প্ৰজাতি বিজ্ঞানৰ দৃষ্টিত নতুনকৈপৰিছে।

তেওঁ আৰু কয় যে বৈচিত্ৰপুৰ্ণ পাহাৰীয়া নিজৰা থকা উত্তৰ পূব ভাৰত প্ৰজাতিৰ বৈচিত্ৰতাত চহকী আৰু এতিয়ালৈকে স্বীকৃতি লাভ কৰা সমগ্ৰ বিশ্বৰ ২০০ বিধ Garra গণীয় মাছৰ ৩২টা প্ৰজাতি এই অঞ্চলত পোৱা যায়।

এই নৱতম আৱিষ্কাৰএৰে অধ্যাপক বিশ্বনাথৰ দলটোৱে ১৯৮৬ত  আৱিষ্কাৰ কৰা Puntius jayaremi কে ( মণিপুৰৰ স্থানীয় নাম হেইকাক) ধৰি  প্ৰায় ৮৫টা মাছৰ প্ৰজাতি আৱিষ্কাৰ কৰিছে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd