• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত ২টা আৰু মণিপুৰত ১টা নতুন মাছৰ প্ৰজাতি আৱিষ্কাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 26, 2018 6:54 pm
genus garra
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰু মণিপুৰত ৩টা নতুন মাছৰ প্ৰজাতি আৱিষ্কাৰ কৰিছে  অসম আৰু মণিপুৰৰ এদল গৱেষকৰ দলে। নতুনকৈ আৱিষ্কাৰ হোৱা মাছৰ প্ৰজাতিকেইটা হৈছে Garra biloborostris, Garra clavirostris  আৰু Garra substrictorostris। নিউজিলেণ্ডৰ অ’কলেণ্ডৰ পৰা প্ৰকাশিত আন্তঃজাতিক বিজ্ঞান আলোচনী জুটাক্সাক এই বিষয়ক এটা প্ৰৱন্ধ প্ৰকাশিত হৈছে।

ইয়াৰে প্ৰথম দুটা প্ৰজাতিৰ মাছ ভূটান সীমান্তত থকা ব্ৰহ্মপুত্ৰৰ উপনদী কানামাক্ৰা নিজৰা আৰু হাফলঙৰ সমীপৱৰ্তী দিয়াং নদীত আৰু আনটো প্ৰজাতি বৰাকৰ উপনদী লেইমটক নিজৰাত পোৱা গৈছে।

Apply Now

মণিপুৰ বিশ্ববিদ্যালয়ৰ নাৰেংবাম ৰ’নি নামৰ গৱেষকগৰাকীয়ে কৈছে, ‘আমাৰ নতুন আৱিষ্কাৰটো সম্পৰ্কে লিখা গৱেষণাপত্ৰখন কিছু পূৰ্বে জমা দিয়া হৈছিল যদিও আন্তঃজাতিক পুনৰীক্ষকসকলে পুংখানুপুংখ পৰীক্ষা কৰাৰ পিছতহে ইয়াৰ অধিকভাগ গৃহীত হৈছিল।

৭-৮ ইঞ্চি দীঘল মাছৰ এই প্ৰজাতিকেইটা প্ৰৱল বৰষুণৰ পানীয়ে গঢ়া পাহাৰীয়া নিজৰাত পোৱা যায় । এই মাছক মণিপুৰত নগামু ছাংগুম আৰু অসমত শিল টকা (ডিমাছাত নাহলো আৰু বড়ো ভাষাত নাহ কান্দা) কোৱা হয়।

গৱেষকদলটোৰ গাইড ইণ্টাৰনেশ্যনেল য়ুনিয়ন ফ’ৰ কনজাৰভেশ্যন অব নেছাৰৰ (আই ইউ চি এন) পৰিস্কাৰ পানীৰ মাছ বিশেষজ্ঞ  গোটৰ অধ্যাপক ডব্লিউ বিশ্বনাথনে জানিবলৈ দিছে যে এখন বিশেষজ্ঞ পেনেলে এই নতুন প্ৰজাতিকেইটৰ চিনাক্তকৰণ আৰু মূল্যায়ন কৰিছিল (তাৰে এজন আই ইউ চি এনৰ) আৰু প্ৰত্যেকটো প্ৰজাতিকে এটা সুকীয়া চিনাক্তকৰণ সংকেত সংখ্যা দিয়া সংস্থা  লণ্ডনস্থিত ইণ্টাৰনেশ্যনেল কমিশ্যন অন জুঅ’লজিকেল নমেনক্লাছাৰ জমা দিছিল।

genus gara 1

Garra clavirostris প্ৰজাতিটো দিয়াং নদীত হাফলং চৰকাৰী মহাবিদ্যালয়ৰ গৱেষকদ্বয় নাৰেংবাম ৰ’নি আৰু থাওচেন সৰ্বজিতে যুটীয়াকৈ আৱিষ্কাৰ কৰিছে আনহাতে আনহাতে Garra biloborostris আৰু Garra substrictorostris প্ৰজাতি দুটা গৱেষক ৰ’নিয়ে অসমৰ কানামাক্ৰা আৰু মণিপুৰৰ লেইমাটাক নিজৰাত আৱিষ্কাৰ কৰিছিল।

ৰ’নি আৰু সৰ্বজিতে অধ্যাপক বিশ্বনাথৰ অধীনত মৎস বিজ্ঞানৰ ওপৰত বিশদ প্ৰশিক্ষণ লৈছিল।

মণিপুৰ বিশ্ববিদ্যালয়ৰ লাইফ ছাইন্স বিভাগৰ মৎস বিজ্ঞান গোটৰ মুৰব্বী অধ্যাপক বিশ্বনাথে কৈছে যে শেহতীয়াকৈ আৱিষ্কাৰ হোৱা মাছৰ এই ৩টা প্ৰজাতি বিজ্ঞানৰ দৃষ্টিত নতুনকৈপৰিছে।

তেওঁ আৰু কয় যে বৈচিত্ৰপুৰ্ণ পাহাৰীয়া নিজৰা থকা উত্তৰ পূব ভাৰত প্ৰজাতিৰ বৈচিত্ৰতাত চহকী আৰু এতিয়ালৈকে স্বীকৃতি লাভ কৰা সমগ্ৰ বিশ্বৰ ২০০ বিধ Garra গণীয় মাছৰ ৩২টা প্ৰজাতি এই অঞ্চলত পোৱা যায়।

এই নৱতম আৱিষ্কাৰএৰে অধ্যাপক বিশ্বনাথৰ দলটোৱে ১৯৮৬ত  আৱিষ্কাৰ কৰা Puntius jayaremi কে ( মণিপুৰৰ স্থানীয় নাম হেইকাক) ধৰি  প্ৰায় ৮৫টা মাছৰ প্ৰজাতি আৱিষ্কাৰ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

July 4, 2026 10:02 am
বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am
জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

July 4, 2026 10:02 am
বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd