• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম ক্ৰিকেটৰ আন এটা ভাল খবৰ : ভাৰতীয় মহিলা ক্ৰিকেটৰ এ দললৈ নিৰ্বাচিত ঢকুৱাখানাৰ মনীষা দাস

NE NOW NEWS এন ই নাও নিউজ
ঢকুৱাখানা , March 11, 2018 7:11 pm

1 min read

মনীষা দাস
85
VIEWS
Share on FacebookShare on Twitter

কিছু দিনৰ পূৰ্বে অসম সন্তান ৰিয়ান পৰাগে ১৯ অনূৰ্ধ্ব ভাৰতীয় ক্ৰিকেট দললৈ নিৰ্বাচিত হৈ ৰাজ্যখনলৈ সু-নাম কঢ়িয়াই অনাৰ পিছতে ভাৰতীয় মহিলা ক্ৰিকেটৰ এ দললৈ অসম জীয়ৰী তথা এন এফ ৰে’লৱেৰ কৰ্মচাৰী মনীষা দাস নিৰ্বাচিত হোৱা সু-খবৰে ৰাজ্যখনলৈ তথা অসক ক্ৰিকেটলৈ আন এটা সুনাম কঢ়িয়াই আনিছে।

ভাৰতীয় মহিলা ক্ৰিকেটৰ এ দললৈ নিৰ্বাচিত হোৱা মনীষা দাস লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ নিৱাসী বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে লখিমপুৰৰ জীয়ৰী মনীষাই ১৯ আৰু ২০ মাৰ্চত মুম্বাইত ইংলেণ্ডৰ বিৰুদ্ধে খেলিব।

ষষ্ঠ-সপ্তম শ্ৰেণীৰ পৰাই ক্ৰিকেটৰ প্ৰতি ধাউতি থকা মনীষাই ২০০৭ চনৰ পৰাই প্ৰথমে জিলা ভিত্তিক আৰু পিছলৈ ৰাজ্যিক ভিত্তিত খেল খেলি আহিছে বুলি জানিব পৰা গৈছে। আনহাতে মনীষাই ক্ৰিকেটৰ লগতে আনুষ্ঠানিক শিক্ষাও সমানে আগবঢ়াই নিছিল।

আনাহতে ২০১৪ চনৰ ১৫ জুলাইত ৰে’লৱে চাকৰিত মনীষাই যোগদান কৰিছিল যদিও সমানে ক্ৰিকেটৰ অনুশীলনো আগবঢ়াই নিছিল।

ৰাজ্যবাসীয়ে ভাৰতীয় মহিলা ক্ৰিকেটৰ এ দললৈ নিৰ্বাচিত হোৱা মনীষাই ইংলেণ্ডৰ বিৰুদ্ধে ভাল প্ৰদৰ্শন দেখুৱাই ৰাজ্যখনৰ লগতে দেশখনলৈও সু-নাম কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে।

 

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd