• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়াৰ সাংবিধানিক ৰক্ষাকবচ নিশ্চিত কৰাৰ বাবে কমিটী গঠনৰ সিদ্ধান্ত কেন্দ্ৰৰ

ৰাজীৱ ৰয় by ৰাজীৱ ৰয়
May 30, 2018 5:48 pm
Assam CM Sonowal with Union HM Rajnath Singh
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ উদ্ধৃতি দি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে অসমীয়াৰ সাংবিধানিক ৰক্ষাকবচ স্বৰূপ অসম চুক্তিৰ ষষ্ঠ দফাটো বলৱৎ কৰিবলৈ এখন কমিটী গঠন কৰা হ’ব। অসমৰ জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি দৃষ্টি ৰখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি কেন্দ্ৰৰ তৰফৰ পৰা জনোৱা হৈছে।

উল্লেখ্য যে অসম চুক্তিৰ ষষ্ঠ দফাটোৱে অসমৰ খিলঞ্জীয়া অধিবাসীসকলক সাংবিধানিক নিৰাপত্তা প্ৰদান কৰিব।

Apply Now

নতুন দিল্লীৰ নৰ্থ ব্লকত অৱস্থিত গৃহ মন্ত্ৰ্যালয়ত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহ মন্ত্ৰ্যালয়ৰ বিষয়াবৰ্গৰ সৈতে মুখ্য মন্ত্ৰী সোণোৱাল আৰু দিশপুৰৰ শীৰ্ষস্থানীয় বিষয়াবৰ্গৰ সৈতে হোৱা আলোচনাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ আৰু নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ ওপৰত দুঘণ্টা ধৰি আলোচনা কৰা হয়।

মুখ্য মন্ত্ৰী সোণোৱালে কৈছে যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অন্তিম খচৰা প্ৰকাশিত হোৱাৰ সময় চোৱাত কেন্দ্ৰই অৰ্ধ-সামৰিক বাহিনীকে ধৰি সাম্ভাব্য সকলো প্ৰকাৰৰ সহায় আগবঢ়াব বুলি গৃহ মন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰিছে।

সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰিয়েই ৩০ জুনত অসম চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অন্তিম খচৰা প্ৰকাশ কৰিব। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথম খচৰা প্ৰকাশিত হোৱাৰ সময়ত অসমৰ জনসাধাৰণে চৰকাৰৰ সৈতে কৰা সহযোগিতাৰ কথা উল্লেখ কৰি পাছৰ পৰ্যায়তো একেই সহযোগিতা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে মুখ্য মন্ত্ৰীগৰাকীয়ে।

তেওঁ আৰু কয় যে প্ৰত্যেকেই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ওপৰত তেওঁলোকৰ দাবী আৰু অভিযোগ উত্থাপন কৰিব পাৰিব।

নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ প্ৰসংগ আনি মুখ্য মন্ত্ৰী সোণোৱালে কয় যে বিধেয়কখনৰ পৰা অসমৰ ৰাইজ ভীতিগ্ৰস্ত হোৱাৰ কোনো প্ৰয়োজন নাই।

মঙলবাৰে আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াসহ অসমৰ শীৰ্ষস্থানীয় বিষয়াসকলে গৃহ মন্ত্ৰ্যালয়ৰ বিষয়াসকলৰ সৈতে ৰাজ্যখনত আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ৰখাৰ বাবে অৰ্ধ-সামৰিক বাহিনী মোতায়েন কৰাৰ বিষয়ত বিতং আলোচনা কৰে।

সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমৰ জনসাধাৰণৰ নিৰাপত্তা জড়িত বিষয়টোৰ সৈতে কোনো সুৰুঙা ৰাখিব বিচৰা নাই।

ৰাজীৱ ৰয়

ৰাজীৱ ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

June 22, 2026 12:33 pm
ট্ৰাম্পৰ ভাবুকি! শান্তি বৈঠকৰ পৰা ওলাই গুচি গ’ল ক্ষুব্ধ ইৰাণ; ভেবা লাগি চাই ৰ’ল পাকিস্তান

ট্ৰাম্পৰ ভাবুকি! শান্তি বৈঠকৰ পৰা ওলাই গুচি গ’ল ক্ষুব্ধ ইৰাণ; ভেবা লাগি চাই ৰ’ল পাকিস্তান

June 22, 2026 11:52 am
‘মোদীয়ে ধ্বংস কৰিছে দেশ, ট্ৰাম্পে সমগ্ৰ বিশ্ব!’ প্ৰধানমন্ত্ৰীৰ ‘মাই গুড ফ্ৰেণ্ড’ নীতিক কটাক্ষ কংগ্ৰেছৰ

‘মোদীয়ে ধ্বংস কৰিছে দেশ, ট্ৰাম্পে সমগ্ৰ বিশ্ব!’ প্ৰধানমন্ত্ৰীৰ ‘মাই গুড ফ্ৰেণ্ড’ নীতিক কটাক্ষ কংগ্ৰেছৰ

June 22, 2026 11:03 am
“ৰংমিলিৰ হাঁহি”ৰ স্ৰষ্টা ৰংবং তেৰাঙে লিখিব নতুন উপন্যাস “ককাদেউতাৰ চাংঘৰ”

“ৰংমিলিৰ হাঁহি”ৰ স্ৰষ্টা ৰংবং তেৰাঙে লিখিব নতুন উপন্যাস “ককাদেউতাৰ চাংঘৰ”

June 22, 2026 9:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

June 22, 2026 12:33 pm
ট্ৰাম্পৰ ভাবুকি! শান্তি বৈঠকৰ পৰা ওলাই গুচি গ’ল ক্ষুব্ধ ইৰাণ; ভেবা লাগি চাই ৰ’ল পাকিস্তান

ট্ৰাম্পৰ ভাবুকি! শান্তি বৈঠকৰ পৰা ওলাই গুচি গ’ল ক্ষুব্ধ ইৰাণ; ভেবা লাগি চাই ৰ’ল পাকিস্তান

June 22, 2026 11:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd