• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম চৰকাৰৰ পৰা নিহত বা নিৰুদ্দিষ্ট সাংবাদিকৰ বৰ্তমান স্থিতিৰ প্ৰতিবেদন বিচাৰিছে প্ৰেছ কাউন্সিল অফ্ ইণ্ডিয়াই

এন ই নাও নিউজ by এন ই নাও নিউজ
January 13, 2018 8:47 am
প্রেছ কাউন্সিল অফ ইণ্ডিয়াৰ অধ্যক্ষ চন্দ্ৰমৌলি কুমাৰ প্ৰসাদ

প্রেছ কাউন্সিল অফ ইণ্ডিয়াৰ অধ্যক্ষ চন্দ্ৰমৌলি কুমাৰ প্ৰসাদ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰেছ কাউন্সিল অফ্ ইণ্ডিয়াই অসম চৰকাৰৰ পৰা ৰাজ্যখনত নিহত বা নিৰুদ্দিষ্ট সাংবাদিকৰ ঘটানাসমূহৰ বৰ্তমান স্থিতিৰ প্ৰতিবেদন বিচাৰিছে।

কাউন্সিলৰ অধ্যক্ষ চন্দ্ৰমৌলি কুমাৰ প্ৰসাদে বিষয়টোৰ গুৰুত্ব গ্ৰহণ কৰি ৰাজ্যখনত হত্যাৰ বলি হোৱা বা নিৰুদ্দিষ্ট হৈ থকা ৩২ টা ঘটনাৰ তদন্তৰ ক্ষেত্ৰত গতি লেহেমীয়া হোৱাৰ অভিযোগ সম্পৰ্কত প্ৰতিবেদন বিচাৰিছে।

Apply Now

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৩২ গৰাকী সাংবাদিকৰ পৰিয়াললৈ ৫ লাখ টকাৰ এক কালীন সাহায্য আগবঢ়োৱাৰ পিছতে প্ৰেছ কাউন্সিলে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই ৩২ গৰাকী সাংবাদিকক বিগত তিনি দশকত হত্যা কৰা হৈছিল কিম্বা নিৰুদ্দিষ্ট হৈছিল।

এই সম্পৰ্কত এটা বিবৃতি জাৰি কৰি প্ৰেছ কাউন্সিল অফ্ ইণ্ডিয়াই কৈছে, ‘’ বিগত তিনি দশকত অসমত হত্যাৰ বলি হোৱা বা নিৰুদ্দিষ্ট হোৱা সাংবাদিকৰ ৩২ টা গোচৰৰ তদন্ত প্ৰক্ৰিয়া বিলম্ব হোৱাৰ প্ৰতিবেদন সম্পৰ্কত চিন্তা ব্যক্ত কৰি অধ্যক্ষ চন্দ্ৰমৌলি কুমাৰ প্ৰসাদে বিষয়টোৰ গুৰুত্ব গ্ৰহণ কৰি অসমৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা বৰ্তমান স্থিতি সম্পৰ্কত প্ৰতিবেদন বিচাৰিছে।‘’

২০১৫ চনত তেওঁলোকলৈ প্ৰেৰণ কৰা সাংবাদিকৰ সুৰক্ষা বিষয়ক কমিটিৰ পৰামৰ্শাৱলীৰ ভিত্তিত গ্ৰহণ কৰা কাৰ্য ব্যৱস্থাৰ প্ৰতিবেদন দাখিল কৰিবলৈকো নিৰ্দেশ দিয়া হৈছে। প্ৰেছ কাউন্সিল অফ্ ইণ্ডিয়াৰ বিবৃতিত এই কথা প্ৰকাশ পাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

June 20, 2026 6:34 pm
লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

June 20, 2026 5:40 pm
মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

June 20, 2026 5:13 pm
বিনা টিকটে ৰেল ভ্ৰমণ কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা, ৰেল বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

বিনা টিকটে ৰেল ভ্ৰমণ কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা, ৰেল বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

June 20, 2026 4:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

June 20, 2026 6:34 pm
লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

June 20, 2026 5:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd