• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম বিধানসভাত ডিজিটেল মাধ্যমৰ চৰকাৰী স্বীকৃতি সম্পৰ্কীয় প্ৰসংগ উত্থাপন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 26, 2018 10:39 pm

1 min read

Abdul_Khalek
67
VIEWS
Share on FacebookShare on Twitter

গোটেই ভাৰতৰ লগতে অসমতো নতুনকৈ গঢ় লৈ উঠা ক্ষিপ্ৰ সংবাদ পৰিৱেশনৰ বৈশিষ্ট্যযুক্ত ডিজিটেল সংবাদ মাধ্যমলৈ সুখবৰ কঢ়িয়াই আজি এই মাধ্যমবোৰৰ চৰকাৰী স্বীকৃতি, অৰ্থাৎ গ্ৰহণযোগ্যতা সন্দৰ্ভত অসম বিধানসভাৰ মজিয়াত আলোচনা হয়।

আজি বিধানসভাৰ মজিয়াত জনিয়া সমষ্টিৰ কংগ্ৰেছী বিধায়ক আব্দুল খালেকে সোধা এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্থাপন কৰা হয়। তেওঁ ভাৰতৰ বিভিন্ন ৰাজ্যত ডিজিটেল মাধ্যমসমূহক সংশ্লিষ্ট চৰকাৰবোৰে স্বীকৃতি প্ৰদান তথা এইবোৰকো চৰকাৰী বিজ্ঞাপন লাভৰ বাবে যোগ্য বুলি বিবেচনা কৰাৰ প্ৰসংগ টানি আনি, অসম চৰকাৰে এই সন্দৰ্ভত কি স্থিতি লৈছে বা এই সম্পৰ্কীয় কেতিয়ালৈ নীতি-নিৰ্দেশনা নিৰ্ধাৰণ কৰিব আৰু কেতিয়াৰ পৰা ইয়াক কাৰ্য্যকৰী কৰিব জানিব বিচাৰে। তাৰকা চিহ্নযুক্ত তেওঁৰ এই গুৰুত্বপূৰ্ণ প্ৰশ্নটোৰ আজি মুখ্য মন্ত্ৰীৰ হৈ উত্তৰ দিয়ে মন্ত্ৰী ৰঞ্জিৎ দত্তই।

দত্তই জনায় যে সম্প্ৰতি সংবাদ মাধ্যমত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ডিজিটেল সংবাদ মাধ্যমৰ বাবে ছপা আৰু বৈদ্যুতিন মাধ্যমৰ ক্ষেত্ৰত প্ৰযোজ্য প্ৰচলিত নীতি-নিৰ্দেশনাত সংশোধনী অনা তথা নতুন সংযোজন কৰাৰ বাবে তথ্য আৰু জনসংযোগ বিভাগে চিন্তা-চৰ্চা কৰি কেতবোৰ প্ৰস্তাৱ যুগুত কৰি তুলিছে। এই সংশোধনী প্ৰস্তাৱসমূহৰ অন্তৰ্ভুক্তিকৰণ চূড়ান্ত হ’লেই যথাসম্ভৱ সোনকালে ইয়াক কাৰ্য্যকৰী কৰিব পৰা যাব।

উল্লেখযোগ্য যে বিধায়ক আব্দুল খালেক এজন প্ৰাক্তন সাংবাদিক আছিল।

Digital Media

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd