• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম বিশ্ববিদ্যালয় : ছাত্ৰী নিৰ্যাতনৰ ঘটনাত ক্ষুদ্ধ ছাত্ৰই দলিয়ালে উপাচাৰ্যৰ চকী

NE NOW NEWS অপৰ্ণা লস্কৰ
শিলচৰ , July 28, 2018 9:21 am

2 min read

Sudipto_Sarkar-570x320
96
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে আবেলি অসম বিশ্ববিদ্যালয়ত এটা লণ্ডভণ্ড কাণ্ড সংঘটিত হয়। বিশ্ববিদ্যালয়খনত ড০ সুদীপ্ত সৰকাৰে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ ঘটনাত ক্ষুন্ন হৈ উঠা প্ৰায় ১০০ ছাত্ৰৰ এটা দলে উপাচাৰযগৰাকীৰ কোঠাত প্ৰৱেশ কৰে আৰু তেওঁৰ চকীখন স্থানচ্যুত কৰে।

অসমৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ সঞ্জীব ভট্টাচাৰ্যিয়ে বৃহস্পতিবাৰে আবেলি অভিযুক্ত ড০ সুদীপ্ত সৰকাৰক বিশ্ববিদ্যালয়খনৰ কৃষি অভিযান্ত্ৰিক বিভাগৰ মুৰব্বীৰ দায়িত্বৰ পৰা অপসাৰণ কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰাৰ লগতে তেওঁৰ ঠাইত প্ৰসন্ন কুমাৰ জি ভিক কাৰ্যভাৰ প্ৰদান কৰে। অসম বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই গম পায় যে ড০ সুদীপ্ত সৰকাৰৰ নিকট সহযোগী ড০ এল এন ছেট্টীয়ে বিভাগটোৰ সকলো কাম-কাজ চলাই আহিছে।

এয়াই নহয়, ড০ সুদীপ্ত সৰকাৰক ছুটি প্ৰদান কৰাক লৈও ছাত্ৰসকল জাঙুৰ খাই উঠিছে। তাৰ পাছত তেওঁলোকে প্ৰথমবাৰৰ বাবে পঞ্জীয়ক ড০ সঞ্জীব ভট্টাচাৰ্যি, উপাচাৰ্য ড০ দীনেশ কুমাৰ পাণ্ডে আৰু তাৰ পাছত অসম বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি মিলন দাসৰ সৈতে এই সম্পৰ্কে কথা পাতে। উপাচাৰ্য ড০ দীনেশ কুমাৰ পাণ্ডে বিশ্ববিদ্যালয়ত উপস্থিত নথকা হেতুকে তেওঁৰ সৈতে ফোনেৰে বাৰ্তালাপ কৰা হয়। ফোনত তেওঁক প্ৰকাৰান্তৰে কোৱা হয় যে সোমবাৰে বিশ্ববিদ্য্যালয়ত উপস্থিত হোৱাৰ পাছত তেওঁ ইয়াতকৈও অধিক তীব্ৰ প্ৰতিবাদৰ মুখামুখি হ’বলৈ সাজু থাকক।

নিৰ্যাতিতা ছাত্ৰী ৰিম্পী নাথে (নাম সলনি কৰা হৈছে) পাছত অসম বিশ্ববিদ্যালয়ৰ আৰক্ষী চকীত আটা গোচৰ পঞ্জীয়ণ কৰায়। অসম বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই এই গোচৰৰ এটা প্ৰতিলিপি কাচাৰৰ আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰে।

অসম বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি মিলন দাসে নৰ্থ-ইষ্ট নাওক জনাইছে, ‘‘উপাচাৰ্য ড০ দীনেশ কুমাৰ পাণ্ডে যদি ৩০ জুলাইৰ পূৰ্বে উভতি নাহে, তেন্তে পৰিস্থিতিয়ে বিৰূপ মোৰ ল’ব।’’

Recent News

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd