• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম বিশ্ববিদ্যালয় : ছাত্ৰী নিৰ্যাতনৰ ঘটনাত ক্ষুদ্ধ ছাত্ৰই দলিয়ালে উপাচাৰ্যৰ চকী

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
July 28, 2018 9:21 am
Sudipto_Sarkar-570x320
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে আবেলি অসম বিশ্ববিদ্যালয়ত এটা লণ্ডভণ্ড কাণ্ড সংঘটিত হয়। বিশ্ববিদ্যালয়খনত ড০ সুদীপ্ত সৰকাৰে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ ঘটনাত ক্ষুন্ন হৈ উঠা প্ৰায় ১০০ ছাত্ৰৰ এটা দলে উপাচাৰযগৰাকীৰ কোঠাত প্ৰৱেশ কৰে আৰু তেওঁৰ চকীখন স্থানচ্যুত কৰে।

অসমৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ সঞ্জীব ভট্টাচাৰ্যিয়ে বৃহস্পতিবাৰে আবেলি অভিযুক্ত ড০ সুদীপ্ত সৰকাৰক বিশ্ববিদ্যালয়খনৰ কৃষি অভিযান্ত্ৰিক বিভাগৰ মুৰব্বীৰ দায়িত্বৰ পৰা অপসাৰণ কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰাৰ লগতে তেওঁৰ ঠাইত প্ৰসন্ন কুমাৰ জি ভিক কাৰ্যভাৰ প্ৰদান কৰে। অসম বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই গম পায় যে ড০ সুদীপ্ত সৰকাৰৰ নিকট সহযোগী ড০ এল এন ছেট্টীয়ে বিভাগটোৰ সকলো কাম-কাজ চলাই আহিছে।

Apply Now

এয়াই নহয়, ড০ সুদীপ্ত সৰকাৰক ছুটি প্ৰদান কৰাক লৈও ছাত্ৰসকল জাঙুৰ খাই উঠিছে। তাৰ পাছত তেওঁলোকে প্ৰথমবাৰৰ বাবে পঞ্জীয়ক ড০ সঞ্জীব ভট্টাচাৰ্যি, উপাচাৰ্য ড০ দীনেশ কুমাৰ পাণ্ডে আৰু তাৰ পাছত অসম বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি মিলন দাসৰ সৈতে এই সম্পৰ্কে কথা পাতে। উপাচাৰ্য ড০ দীনেশ কুমাৰ পাণ্ডে বিশ্ববিদ্যালয়ত উপস্থিত নথকা হেতুকে তেওঁৰ সৈতে ফোনেৰে বাৰ্তালাপ কৰা হয়। ফোনত তেওঁক প্ৰকাৰান্তৰে কোৱা হয় যে সোমবাৰে বিশ্ববিদ্য্যালয়ত উপস্থিত হোৱাৰ পাছত তেওঁ ইয়াতকৈও অধিক তীব্ৰ প্ৰতিবাদৰ মুখামুখি হ’বলৈ সাজু থাকক।

নিৰ্যাতিতা ছাত্ৰী ৰিম্পী নাথে (নাম সলনি কৰা হৈছে) পাছত অসম বিশ্ববিদ্যালয়ৰ আৰক্ষী চকীত আটা গোচৰ পঞ্জীয়ণ কৰায়। অসম বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই এই গোচৰৰ এটা প্ৰতিলিপি কাচাৰৰ আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰে।

অসম বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি মিলন দাসে নৰ্থ-ইষ্ট নাওক জনাইছে, ‘‘উপাচাৰ্য ড০ দীনেশ কুমাৰ পাণ্ডে যদি ৩০ জুলাইৰ পূৰ্বে উভতি নাহে, তেন্তে পৰিস্থিতিয়ে বিৰূপ মোৰ ল’ব।’’

অপৰ্ণা লস্কৰ

অপৰ্ণা লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

September 2, 2026 3:18 pm
অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

September 2, 2026 2:05 pm
‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am
অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

September 2, 2026 10:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

September 2, 2026 3:18 pm
অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

September 2, 2026 2:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd