• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম মহিলা বিশ্ববিদ্যালয়ক লৈ এইবাৰ প্ৰতিশ্ৰুতি বিধানসভাৰ অধ্যক্ষৰ : আন্দোলন প্ৰত্যাহাৰৰ বাবে আহ্বান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 28, 2018 8:26 am

1 min read

Assembly speaker Hitendra Nath Goswami
82
VIEWS
Share on FacebookShare on Twitter

যোৰহাটত স্থাপিত অসম মহিলা বিশ্ববিদ্যালয়খনৰ স্বীকৃতি বাতিলক লৈ গোটেই ৰাজ্য উত্তাল হৈ থকাৰ সময়তে চৰকাৰক উদ্ধাৰৰ ভূমিকাত অৱতীৰ্ণ হোৱা দেখা গ’ল বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীক।

নিজৰ মন্তব্যত অধ্যক্ষজনে বিশ্ববিদ্যালয়খনক লৈ কোনেও ক্ৰেডিট ল’ব নালাগে বুলি কৈ তাৎপৰ্য্যপূৰ্ণভাৱে অথচ কোনো স্পষ্ট ছবি দাঙি নধৰাকৈ কয় যে মহিলা বিশ্ববিদ্যালয়খন মহিলাৰ চালিকা শক্তি। চৰকাৰৰ সদিচ্ছাৰে বিশ্ববিদ্যালয়খনলৈ ইতিবাচক খবৰ আহিব।

তেওঁ লগতে আন্দোলনকাৰীসকলক আন্দোলন প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। অৱশ্যে তেওঁ নিজৰ বক্তব্যৰ মাজেৰে কি ধৰণৰ ইতিবাচক খবৰৰ কথা কৈছে সেয়া স্পষ্ট নহ’ল।

কেৱল চলি থকা আন্দোলন প্ৰশমন কৰি চৰকাৰক সকাহ দিয়াৰ স্বাৰ্থতে এইদৰে কৈছে নে সঁচাকৈয়ে চৰকাৰে কিবা ইতিবাচক স্থিতি লোৱাৰ ইংগিত পাই কৈছে, সেয়া স্পষ্ট নহয়।

তেওঁ কয়, আন্দোলনে বহু সময়ত জটিলতাৰ সৃষ্টি কৰে। গতিকে আন্দোলন পৰিহাৰ কৰা উচিত। তেওঁ  শিক্ষানুষ্ঠানখনত দেখা দিয়া জটিলতা দূৰ কৰাত চৰকাৰৰ সদিচ্ছা থকাৰ কথা উল্লেখ কৰি বিধানসভাত বিৰোধীকো সবল ভূমিকা ল’বলৈ আহ্বান জনায়।

আন এটা তাৎপৰ্য্যপূৰ্ণ মন্তব্যত তেওঁ কয়, ‘অসম মহিলা বিশ্ববিদ্যালয়খন মোৰ সমষ্টিৰ এক অনুষ্ঠান, বিশ্ববিদ্যালয়খনত উপাচাৰ্যৰ পৰিৱৰ্তে মেণ্টৰ কিয় দিলে বুজি নাপালোঁ।‘

Recent News

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd