DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি পদত ড০ পৰমানন্দ ৰাজবংশী, প্ৰধান সম্পাদক পদত পদুম ৰাজখোৱা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2017 8:25 am
Paramananda-Rajbangshi-680x365-678x365-678x381

পৰমানন্দ ৰাজবংশী। প্ৰতীকী ছবি।

5.2k
VIEWS
Share on FacebookShare on Twitter

অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে ড০ পৰমানন্দ ৰাজবংশী। বৃহস্পতিবাৰে বৰপেটাৰোড সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা ভোট গণনাৰ অন্তত আজি ঘোষণা কৰা ফলাফল অনুসৰি ৰাজবংশীয়ে তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী প্ৰহ্লাদ তাছাক দুশ ভোটৰ ব্যৱধানত পৰাজিত কৰে।

ঘোষিত ফলাফল অনুসৰি সভাৰ প্ৰধান সম্পাদক পদত নিৰ্বাচিত হৈছে নগাঁৱৰ পদুম ৰাজখোৱা। ৰাজখোৱাই নিকটতম প্ৰতিদ্বন্দ্বী যাদব শৰ্মাক ৮টা ভোটৰ ব্যৱধানত পৰাজিত কৰি নিৰ্বাচিত হৈছে। উপ সভাপতি পদত নিৰ্বাচিত হৈছে ড০ হেমন্ত কুমাৰ বৰুৱা। তেওঁ নোমল গগৈক ১৬ টা ভোটত পৰাজিত কৰিছে। বৰুৱাই ২১১ টা ভোট পোৱাৰ বিপৰীতে গগৈয়ে ১৯৫ টা আৰু স্বাধীনতা মহন্তই ১৩২ টা ভোট লাভ কৰিছে।

অসম সাহিত্য সভাৰ এইবাৰৰ সভাপতি পদৰ প্ৰাৰ্থীৰ হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল সভাৰ বৰ্তমানৰ প্ৰধান সম্পাদক ড০ পৰমানন্দ ৰাজবংশী, বিশিষ্ট ঔপন্যাসিক য়েছে দৰজে ঠংচি, সাহিত্যিক ড০ কৰবী ডেকা হাজৰিকা আৰু সাহিত্য সভাৰ এগৰাকী প্ৰাক্তন প্ৰধান সম্পাদক নাহেন্দ্ৰ পাদুন।

আজি পুৱতি নিশালৈকে ভোট গ্ৰহণ চলা অসম সহিত্য সভাৰ নিৰ্বাচনৰ ভোটগণনাৰ দায়িত্বত আছিল নিৰ্বাচনী বিষয়া দাসো কলিতা, নিৰ্বাচনী বিষয়া বিজন মহাজন আৰু ভূপেন শৰ্মা। পৰ্যবেক্ষক হিচাপে আছিল ৰত্নেশ্বৰ বসুমতাৰী, পাৰি লংপি, সুপ্ৰভা মেধি, নুৰুল চুলতান আৰু গিৰিশ সন্দিকৈ। বৃহস্পতিবাৰে বেলট বাকচ সমূহ গণনাৰ বাবে যোৰহাটৰ পৰা বৰপেটা ৰোডলৈ অনা হৈছিল।

Recent News

SC to hear Gyanvapi Mosque case

জ্ঞানৱাপী মছজিদ বিতৰ্ক: শুকুৰবাৰে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

Navjot Sidhu Gets 1 Year In jail

৩৪ বছৰ পুৰণি গোচৰত এবছৰ কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত প্ৰাক্তন ক্ৰিকেটাৰ, কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধু

ৰাইজৰ দলৰ প্ৰতিবাদত বাধা আৰক্ষী প্ৰশাসনৰ; সমদলকাৰীক আধা বাটতে আৱদ্ধ কৰিলে আৰক্ষীয়ে

ৰাইজৰ দলৰ প্ৰতিবাদত বাধা আৰক্ষী প্ৰশাসনৰ; সমদলকাৰীক আধা বাটতে আৱদ্ধ কৰিলে আৰক্ষীয়ে

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd