DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অস্ত্ৰ তুলি লোৱাৰ হুংকাৰঃ আলফা নেতা জিতেন দত্তৰ বিৰুদ্ধে ডিগবৈ আৰক্ষীৰ গোচৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 10, 2018 1:59 pm
h21
145
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক লৈ সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ- বিক্ষোভৰ জুই জ্বলি থকাৰ মাজতে পুনৰ হাতত অস্ত্ৰ তুলি লোৱাৰ হুংকাৰ দিয়া আলফা নেতা জিতেন দত্তৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত গোচৰ ৰুজু কৰিছে ডিগবৈ আৰক্ষীয়ে।

মুখ্যতঃ ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত জিতেন দত্তৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে ডিগবৈ আৰক্ষীয়ে।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক লৈ যুটীয়া সংসদীয় সমিতিয়ে গুৱাহাটীত শুনানি লোৱাৰ সময়তে আলোচনাপন্থী অলাফা নেতা জিতেন দত্তই সকীয়নি প্ৰদান কৰি কৈছিল যে অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সন্ধিক্ষণত যদিহে চৰকাৰ নীৰৱ হৈ থাকে তেন্তে তেওঁলোকে যুদ্ধবিৰতি ত্যাগ কৰি পুনৰ সশস্ত্ৰ সংগ্ৰামৰ পথ ল’ব।

আনহাতে একেটা প্ৰসংগতে আলফাৰ শীৰ্ষ নেতৃত্বৰ প্ৰতি ক্ষোভ উজাৰি জিতেন দত্তই তেওঁলোকক টোপনিৰ পৰা সাৰ পাবলৈ আহ্বান জনাই তীব্ৰ সমালোচনা কৰিছিল। বিষয়টোৱে লগে লগে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি কৰিছিল তীব্ৰ বিতৰ্কৰ।

তাৰ মাজতে ডিগবৈ আৰক্ষীয়ে ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত আলফা নেতাগৰাকীৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰাটোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে। অৱশ্যে এই সন্দৰ্ভত আলফা নেতা জিতেন দত্তৰ প্ৰতিক্ৰিয়া এতিয়ালৈ জানিব পৰা হোৱা নাই।

Recent News

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

গোৰখনাথ মন্দিৰত আৰক্ষীৰ ওপৰত আক্ৰমণ; অভিযুক্ত মুৰ্তাজাক ‘নিয়া আদালত’ৰ মৃত্যুদণ্ড

গোৰখনাথ মন্দিৰত আৰক্ষীৰ ওপৰত আক্ৰমণ; অভিযুক্ত মুৰ্তাজাক ‘নিয়া আদালত’ৰ মৃত্যুদণ্ড

বোধোদয় নে পশ্চৎপট! ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়াৰ ঘোষণা বিডেনৰ

বোধোদয় নে পশ্চৎপট! ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়াৰ ঘোষণা বিডেনৰ

হেৰুৱালে লাখ কোটি টকাৰ সম্পত্তি! শ্বেয়াৰ বজাৰত পতন অব্যাহত; কিমান তললৈ নামিল আদানি?

হেৰুৱালে লাখ কোটি টকাৰ সম্পত্তি! শ্বেয়াৰ বজাৰত পতন অব্যাহত; কিমান তললৈ নামিল আদানি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd