• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অহা ২৮ ডিচেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া তৃতীয় জুডিমা মহোৎসৱৰ বাবে সাজু হৈ উঠিছে হাফলং

NE NOW NEWS পংকজ কুমাৰ দেৱ
হাফলং , December 18, 2017 1:57 pm

2 min read

অহা ২৮ ডিচেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া তৃতীয় জুডিমা মহোৎসৱৰ বাবে সাজু হৈ উঠিছে হাফলং
84
VIEWS
Share on FacebookShare on Twitter

বহু অপেক্ষিত ‘জুডিমা’ মহোৎসৱৰ তৃতীয় সংস্কৰণটো ডিমা হাচাও জিলাত অহা ২৮-২৯ ডিচেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব।

ডিমা হাচাও পৰ্যটন বিভাগৰ সহযোগত ডিবৰাই হাফলঙৰ জুডিমা মহোৎসৱ আয়োজক কমিটিয়ে আয়োজন কৰা এই মহোৎসৱখনি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই উৎসৱত স্থানীয়ভাৱে চাউলেৰে প্ৰস্তুত কৰা সোৱাদ পানী জুডিমাই বিশেষভাৱে সমাদৰ লাভ কৰিব।

ডিবৰাইত অনুষ্ঠিত এক সংবাদ মেলত  জুডিমা মহোৎসৱ আয়োজক সমিতিৰ কাৰ্কৰী সভাপতি অমৃত কেমপ্ৰাই, উপ সভাপতি বীনা হাকমছা, সম্পাদক নৰোত্তম থাউচেন আৰু সহকাৰী সম্পাদক পীযুষ হাফলঙবাৰৰ উপস্থিতিত বিত্ত সম্পাদক প্ৰোজিত নাইডিঙে এই কাৰ্যসূচীৰ কথা প্ৰকাশ কৰিছে।

সংবাদ মেলক সম্বোধন কৰি নাইডিঙে ব্যক্ত কৰে যে জুডিমা মহোৎসৱৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে পৰ্যটনৰ বিকাশ।

য়ুথ এচোচিয়েচন ফৰ ডেভেলপমেন্ট এণ্ড এমপাওৰমেন্ট নামৰ সংগঠনৰ পৰিকল্পনাৰে প্ৰথম দুবাৰ এই মহোৎসৱ অনুষ্ঠিত কৰাত সহায় কৰিছিল মহিলা সমিতি আৰু ডিবৰাই গাওঁ সমিতিয়ে।

উক্ত দুয়োটা অনুষ্ঠানতে বিভিন্ন ব্যক্তি আৰু সংগঠনে ব্যাপকভাৱে সহায় কৰিছিল। তাৰ ভিতৰত ডিমা হাচাও পৰ্যটন বিভাগ আৰু ডিমা য়ুথ ফৰাম, আসাম মাউন্টেনাৰিং এচোচিয়েচন আদি আছিল অন্যতম।

এই মহোৎসৱৰ নাম ডিমাচা সম্প্ৰদায়ৰ পৰম্পৰাগত চাউলৰ পৰা বনোৱা সোৱাদ পানী ‘জুডিমা’ৰ নামেৰে  ৰখা হৈছে আৰু ই হৈছে ডিমাচাসকলৰ সমাজ জীৱনৰ এক অৱিচ্ছেদ্য অংগ।

জিলাখনৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ এক সাংকেতিক উৎযাপনৰ উপৰিও স্থানীয় মদ প্ৰস্তুতকাৰীসকলৰ বিকল্প জীৱিকাৰ সন্ধান আৰু জিলাখনত বাস কৰা জনগোষ্ঠীয় গোটসমূহৰ মাজত পৰ্যটনৰ সম্ভাৱনাসমূহ দাঙি ধৰাই এই মহোৎসৱ আয়োজনৰ মূল উদ্দেশ্য।

এই মহোৎসৱত জিলাখনৰ জনগোষ্ঠীয় খাদ্য, কাপোৰ আৰি পৰম্পৰা সংগীত,নৃত্য আৰু ক্ৰীড়া আদি উপভোগ কৰাৰ সুযোগ পাব পৰ্যটকসকলে।

এই অঞ্চলৰ তিনিটা শীৰ্ষ ৰক বেণ্ডে মহোৎসৱৰ সাংস্কৃতিক অনুষ্ঠানত ৰক সংগীত প্ৰদৰ্শন কৰিব।

উৎসাহী ক্ৰীড়াপ্ৰেমীসকলৰ মাজত এখন বাইক ৰেলীৰো আয়োজন কৰা হৈছে।

প্ৰকৃতিৰ অনাবিল সৌন্দৰ্য উপভোগ কৰাৰ বাবে আগ্ৰহী পৰ্যটকৰ বাবেও বিভিন্ন সুযোগ উপলব্ধ থাকিব।

Recent News

President-Kovind_COVID-vacc

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গ্ৰহণ কৰিলে কোভিডৰ ভেকচিন

Hiren Gohain_3

অখিল গগৈৰে মতানৈক্য: ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা পদত্যাগ ডঃ হীৰেন গোঁহাইৰ

Madrassas1_0

দেশৰ ১০০ খন মাদ্ৰাছাত পঢ়োৱা হ’ব গীতা-ৰামায়ণ

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd