• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অৰুণাচলৰ মুখ্য মন্ত্ৰী খাণ্ডুক সাক্ষাত বিজ্ঞানী ড০ কৃষ্ণা চৌলুৰ

NE NOW NEWS ডামেইন লেপচা
ইটানগৰ , June 6, 2018 8:58 pm

2 min read

scientist Dr Krishna Chowlu
85
VIEWS
Share on FacebookShare on Twitter

বালচামিনাচি (Balsaminaceae) পৰিয়ালৰ অন্তর্গত ইমপেচেনছ  ডৰ্জিখাণ্ডুয়ি নাম দিয়া এবিধ নতুন প্ৰজাতিৰ উদ্ভিদৰ আৱিষ্কাৰ কৰোঁতা ভাৰতীয় উদ্ভিদবিদ্যা জৰীপৰ বিজ্ঞানী ড০ কৃষ্ণা চৌলুৱে আজি অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুক সাক্ষাৎ কৰে।

অৰুণাচলৰ প্ৰয়াত মুখ্য মন্ত্ৰী দৰ্জি খাণ্ডুৰ নামেৰে নামকৰম কৰা এই নতুন প্ৰজাতিৰ উদ্ভিদবিধ ২০১৭ চনৰ ছেপ্টেম্বৰত ৰাজ্যখনৰ টাৱাং জিলাৰ ঝেমিথাং এলেকাৰ পৰা সংগ্ৰহ কৰা হৈছে।

ড০ খাণ্ডুৱে কৈছে যে অৰুণাচলৰ উন্নয়নৰ বাবে প্ৰয়াত মুখ্য মন্ত্ৰী খাণ্ডুৰ অসামান্য বৰঙণিৰ প্ৰতি শ্ৰদ্ধাৰ চিনস্বৰূপে এই উদ্ভিদবিধৰ নাম তেওঁৰ নামেৰে দিয়া হৈছে।

তেওঁ আৰু কৈছে যে এই নামটো বৈজ্ঞানিক সম্প্ৰদায়ৰ মাজত সদায় অমৰ হৈ থাকিব আৰু যিয়ে বালচামিনাচি পৰিয়ালৰ উদ্ভিদৰ ওপৰত অধ্যয়ন কৰিব তেওঁ ইমপেচেনছ ডর্জিখাণ্ডুয়িৰ ওপৰত অধ্যয়ন কৰিব।

এই উদ্ভিদবিধৰ প্ৰচাৰৰ ক্ষেত্ৰত ড০ চৌলুৰ উপৰিও ড০ এছ এছ দাশ আৰু ড০ সৌৰভজ্যোতি বৰায়ো অৱদান যোগাইছিল।

মুখ্য মন্ত্ৰীয়ে এই নতুন পুষ্প উদ্ভিদবিধ আৱিষ্কাৰ কৰাৰ বাবে ড০ চ্যলু আৰু তেখেতত সহযোগীসকলক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে চাও পি চ্যৌলু আৰু নাং বি চৌলুৰ কন্যা ড০ কৃষ্ণা চৌলু হৈছে সংঘ লোকসেৱা আয়োগৰ দ্বাৰা ভাৰতীয় উদ্ভিদবিদ্যা জৰীপত নিয়োজিত একমাত্ৰ অৰুণাচলী বিজ্ঞানী।

এই অনুষ্ঠানত অৰুণাচলৰ উপ মুখ্য মন্ত্ৰী চৌনা মেইন আৰু পৰিকল্পনা বিভাগৰ সংসদীয় সচিব ঝিংনু নামচুমো উপস্থিত আছিল।

Recent News

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

a black t

চাপৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বিলালে ১৫ হাজাৰকৈ টকা, কাক দিলে এই ধন?

boat capsize

নাৱৰ পৰা পৰি তিনি শিশু, এগৰাকী মহিলাসহ পাঁচগৰাকী পৰ্যটকৰ হ্ৰদত সলিল সমাধি : ১৫ জন আহত

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd