• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে ৰাজ্যিক দিৱস উপলক্ষে ৰাজ্যবাসীক জনালে শুভেচ্ছা

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
February 19, 2018 7:09 pm
Pema Khandu: Chief Minister Of Arunachal Pradesh
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশৰ ৩২ সংখ্যক ৰাজ্যিক দিৱসৰ অনুষ্ঠানত ৰাজ্যবাসীক শুভেচ্ছা প্ৰদান কৰে মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে। ভাষণ প্ৰসংগত তেওঁ কয় যে প্ৰগতিৰ ক্ষেত্রত ৰাজ্যখনে আৰু এখোজ আগুৱাবলৈ সক্ষম হ’ব।

ৰাজ্যখনত এখন সুস্থিৰ সবল চৰকাৰ পৰিচালিত কৰিবলৈ সকলো ৰাইজে দুৰ্নীতিৰ বিৰুদ্ধে একগোট হৈ থিয় দিব লাগিব। ইয়াৰ উপৰি অনাগত দিনত ৰাজ্যখনৰ সকলো সম্ভৱণাপূৰ্ণ খণ্ডতে নিযোগ সৃষ্টি কৰি ৰাজ্যৰ নিৱনুৱাসকলক সুবিধা প্ৰদান কৰিব বুলিও মুখ্য মন্ত্ৰী খাণ্ডুৱে ৰাজ্যবাসীক ৰাজ্যিক দিৱসৰ দিনা আশ্বাস প্ৰদান কৰে।

Apply Now

‘বৰ্তমান সকলো অৰুণাচলবাসীয়ে প্ৰগতি, উন্নয়ন আৰু এখন সমৃদ্ধিশালী ৰাজ্যৰ দিশে আগবঢ়াটো বিচাৰে। এনে ধৰণৰ পৰিৱৰ্তনৰ বাবে এটা সুন্দৰ পৰিৱেশ গঢ়ি তোলাটো আমাৰ দায়িত্ব’, অনুষ্ঠানৰ জৰিয়তে এনেদৰে মন্তব্য কৰে খাণ্ডুৱে।

আনহাতে এই অনুষ্ঠানতে মুখ্য মন্ত্ৰী খাণ্ডুৱে তেওঁলোকৰ চৰকাৰে ৰাজ্যখনৰ উন্নয়নৰ বাবে কৰা বিভিন্ন কাম-কাজৰ খতিয়ানো দাঙি ধৰে। আমাৰ শাসনকালত তথ্য-প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত উদ্যোগ গ্ৰহণ, পূব আৰু পশ্চিম অৰুণাচলত দুটাকৈ মণ্ডল আয়ুক্ত স্থাপন, নতুন কমলে জিলা গঠন, বুনিয়াদী সা-সুবিধাৰ উন্নয়ন, যোগাযোগ ব্যৱস্থা আদি দিশত যথেষ্ট উন্নয়ন সাধন হৈছে। ইয়াৰ উপৰি ৰাজ্যখনৰ উন্নয়নৰ বাবে আৰু অধিক কৰিবলগীয়া আছে বুলিও কয় খাণ্ডুৱে।

‘আমাৰ চৰকাৰে ‘ড্ৰীম চেঞ্জ অৰুণাচল ২০২৭’ শীৰ্ষক এক অংশগ্ৰহণমূলক নীতিনিৰ্ধাৰক সন্মীলনৰ আয়োজন কৰিছিল য’ত এক হাজাৰৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল। অৰুণাচল প্ৰদেশৰ উন্নয়নৰ বাবে শিক্ষাবিদ, প্ৰগতিশীল কৃষক আদিয়ে সন্মীলনত অংশগ্ৰহণ কৰি বিভিন্ন পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে। একেদৰে ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাজেট দাখিলৰ পূৰ্বে সৰ্বসাধাৰণৰ পৰা পৰামৰ্শ লোৱাৰো ব্যৱস্থা গ্ৰহণ কৰিছো’, খাণ্ডুৱে মন্তব্য কৰে।

উন্নয়নত যাতে কোনো ধৰণৰ বাধাৰ সন্মুখীন নহয় তাৰ বাবে ৰাজ্যত শান্তি-শৃংখলা অটুট থকাতো অতিশয় প্ৰয়োজনীয়।

খাণ্ডুৱে ৩২ সংখ্যক ৰাজ্যিক দিৱসৰ অনুষ্ঠানৰ শেষত কয়, ‘এই ঐতিহাসিক ক্ষণত ৰাজ্যখনৰ অভূতপূৰ্ব উন্নয়নৰ গতি ৰুদ্ধ নহ’বলৈ মই সকলোকে সুখ-শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছো’।

প্ৰণৱ কুমাৰ দাস

প্ৰণৱ কুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd