• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচল প্ৰদেশৰ লিকাঙত কেইবাহাজাৰে বিজেপিৰ পৰা যোগদান কৰিলে কংগ্ৰেছত

প্ৰণব কুমাৰ দাস by প্ৰণব কুমাৰ দাস
February 16, 2018 11:25 pm
APCC-president-Takam-Sanjoy-570x320
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ লিকাং বিধানসভা সমষ্টিৰ কেইবাহাজাৰ পুৰুষ-মহিলা আজি কংগ্ৰেছ দলত যোগদান কৰে। অৰুণাচল প্ৰদেশ কংগ্ৰেছৰ সভাপতি টাকাম সঞ্জয়ে ইয়াক ৰাজ্যখনৰ মংগলৰ বাবে গণজাগৰণ আখ্যা দিছে। তেওঁ ইয়াক বিকাশৰ বাবে ঐক্যবদ্ধ স্থিতি বুলিও অভিহিত কৰে।

তেওঁ কয় যে ইয়াৰ মানুহবোৰ, বিশেষকৈ যুৱচাম যথেষ্ট পৰিশ্ৰমী হোৱা সত্ত্বেও স্থানীয় নেতাজনে কেইবাবাৰো জয়ী হৈয়ো তেওঁৰ ভোটাৰসকলৰ বাবে একো নকৰিলে। ভোটাৰসকলক তেওঁলোকৰ দুৰৱস্থাৰ মাজত বাস কৰিবলৈ তেওঁ বাধ্য কৰিছে। এইদৰে কয় সঞ্জয়ে।

Apply Now

‘আপোনালোকে আপোনালোকৰ অধিকাৰ পাবৰ বাবে ন্যায়সংগত বিদ্ৰোহ কৰিছে।’ তেওঁ কয়।

তেওঁ ৱ’মেন ইনটেৰিম গ্ৰুপ প্ৰেছিডেণ্ট লোকেশ্বৰী মিলি(টায়ে) আৰু প্ৰাক্তন মন্ত্ৰী বিদা টাকোৰ উদ্বৃতি দি কয় যে লিকাং আৰু মহাদেৱপুৰৰ বাবে নিৰ্ধাৰিত পুঁজি অন্যফালে লৈ যোৱা হৈছে।

তেওঁ কংগ্ৰেছত যোগদান কৰা পুৰুষ-মহিলাসকলক সম্বুধি কয়, ‘কংগ্ৰেছ দল আপোনালোকৰ কাষত থিয় দিবৰ বাবে সাজু, আপোনালোক সাজু নে?’ তেওঁ সকলো পুৰুষ-মহিলাক ঐক্যবদ্ধভাৱে থিয় হ’ব লাগিব বুলি কৈ কয় যে কংগ্ৰেছে একতাৰে বন্ধা তথা সংহতিৰ আদৰ্শ স্থাপন কৰা সমাজখন বিজেপিয়ে ভাঙি থান-বান কৰিছে। কংগ্ৰেছে গান্ধীৰ অহিংসাৰ আন্দোলনত বিশ্বাস কৰে, কিন্তু বিজেপিয়ে গান্ধীৰ হত্যাকাৰী নাথুৰামক চেলুট মাৰে।

 

নিখিল ভাৰত মহিলা কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদিকা জাৰজুম ইতে, অৰুণাচল প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক নুনেই তায়াঙে কয় যে ৰাজ্যখনৰ প্ৰথমজন সাংসদ চৌখাম গোহাঁইকে ধৰি কংগ্ৰেছে লিকাংবাসীক বহুত দিলে। কিন্তু তেওঁলোকৰ দল ত্যাগ আছিল অতি অবিশ্বাস্য। এতিয়া তেওঁলোকৰ দলটোলৈ পুনৰ প্ৰত্যাৱৰ্তনৰ সিদ্ধান্ত আদৰণীয় আৰু ইয়াক ঘৰ ৱাপচি বুলিব পাৰি। বিজেপি যে দুখীয়া আৰু পিছপৰাসকলৰ শোষণকাৰী সেয়া প্ৰমাণিত হ’ল। তেওঁ কয়।

উল্লেখযোগ্য যে লিকাঙৰ অধীনত সিতাপুৰি, ইৰালনি, কোপাটনি, উইচালি, কৃষ্ণপুৰ, কালগুডি, মাহালনি, ধৰমপুৰ, মহাদেৱপুৰ ১ ৰ পৰা মহাদেৱপুৰ ৫ আদি। ‘আমি মৰাণ, দেউৰী, মিচিং/মিৰি, আদিবাসী, মটক/মৰাণ, কচাৰী, সোণোৱাল, আহোম আৰু নেপালী সকলোৱে ইতিহাসে ঢুকি নোপোৱাৰ দিনৰ পৰা একেলগে বাস কৰি আহিছো। কিন্তু আমাৰ কোনো ভুল নোহোৱা সত্ত্বেও আমি আমাৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত। আমাৰ কোনো ভূমিৰ অধিকাৰ নাই। আনকি ৰাজ্য চৰকাৰৰ অধীনত চাকৰি কৰাসকলে পেন্সন নাপাই।’ তেওঁলোকৰ মাজৰে কেইজনমানে এইদৰে কয়।

প্ৰণব কুমাৰ দাস

প্ৰণব কুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd