DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজিৰে পৰা কোকৰাঝাৰত আছুৰ ‘নাছিৰ হুছেইন সোঁৱৰণী স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতা’

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
February 8, 2018 10:20 am
ASSU Volleyball Championship
97
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে আয়োজন কৰি অহা ছাত্ৰ নেতা নাছিৰ হুছেইন সোঁৱৰণী আন্তঃজিলা আছু স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতা আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰত আৰম্ভ হৈছে ।

কোকৰাঝাৰ জিলা আছুৰ উদ্যোগত আৰু বালাজান তিনালী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত কোকৰাঝাৰ বালাজান তিনালীৰ নিকটৰ গৌৰাং হাইস্কুল খেলপথাৰত আৰম্ভ হোৱা আছু স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতাত ৰাজ্যৰ ২৩ টা ভলীবল দলে অংশগ্ৰহণ কৰিছে।

প্ৰতিযোগিতাখনৰ আজিৰ কাৰ্যসূচী অনুসৰি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাঙ্কৰ নাথে আছুৰ পতাকা উত্তোলন কৰে। ৰাজ্যখনত প্ৰচুৰ সম্ভাৱনাময় খেলুৱৈ আছে বুলি মতপোষণ কৰি সভাপতি গৰাকীয়ে কয় যে আছুৱে শৈক্ষিক দিশৰ উপৰিও ক্ৰীড়াৰ উন্নয়নতো মনোনিৱেশ কৰিব।

সংগঠনটোৰ সোধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে শ্বহীদ তৰ্পন কৰা আজিৰ শুভাৰম্ভণি অনুষ্ঠানত আছুৰ মুখ্য উপদেষ্ঠা ড° সমুজ্জ্বল ভট্টাচাৰ্যই গৌৰাং নামৰ স্মৰণিকাখন উন্মোচন কৰে।

ইয়াৰোপৰি অনুষ্ঠানটোত নাছিৰ হুছেইনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে প্ৰয়াত হুছেইনৰ সহধৰ্মিনী নাৰ্জি হুছেইন চৌধুৰীয়ে।

বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা কৃষ্টি প্ৰদৰ্শনৰ পিছতে ভাৰতীয় ৰাষ্ট্ৰীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যই আছুৰ আন্তঃজিলা স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰে।

আজিৰ অনুষ্ঠানতে ক্ৰীড়া সংগঠক চিমছন মুছাহাৰী আৰু প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ মানিক চন্দ্ৰ ৰায়ক আছুৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন  কৰা হয় ।

Recent News

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd