DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 6, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজিৰে পৰা টংলাত চাৰিদিনীয়া কাৰ্যসূচীৰে নিখিল ৰাভা সাহিত্য সভাৰ অধিৱেশন

এন ই নাও নিউজ by এন ই নাও নিউজ
December 27, 2017 11:18 am
103
VIEWS
Share on FacebookShare on Twitter

বৰ্নাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা ৩০ ডিচেম্বৰলৈ নিখিল ৰাভা সাহিত্য সভাৰ চাৰিদিনীয়া ৩৪ সংখ্যক পূৰ্ণাংগ অধিৱেশন টংলাৰ সতীশ চন্দ্ৰ ৰাভা সোঁৱৰণী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব। বি টি চিৰ কাৰ্যবাহী সদস্য জগদীশ সৰকাৰে ভাগ্য ৰাভা সোঁৱৰণী মূল তোৰন উন্মোচন কৰি অধিৱেশনৰ আনুষ্ঠানিক উদ্বোধন কৰে। ইয়াৰ পিছতে পদুৰাম ৰাভা সোঁৱৰণী ভোজনালয় উদঘাটন কৰে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ স্বাস্থ্য বিষয়া ডাঃ প্ৰদীপ ৰাভাই। ৯ বজাত অতিথিশালা উন্মোচন কৰে বিধায়ক মহেশ্বৰ বড়োৱে। ড০ গণেশ্বৰ চহৰীয়া সোঁৱৰণী মূল মঞ্চ উন্মোচন কৰে অবিভক্ত দৰং জিলা ৰাভা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কেশৱ চন্দ্ৰ দত্তই। তাৰ পিছতে অভ্যৰ্থনা সমিতিৰ সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰীয়ে ভলিবল প্ৰতিযোগিতা আৰু প্ৰতিনিধি শিবিৰৰ দ্বাৰ উন্মোচন কৰিব। দুপৰীয়া ১১.৩০ বজাত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব নিখিল ৰাভা সাহিত্য সভাৰ সভাপতি অমৰসিং কোচে। দিনৰ দুই বজাৰ পৰা প্ৰতিনিধিৰ নাম পঞ্জীয়ন, তিনিবজাত কেন্দ্ৰীয় কমিটিৰ শেষ কাৰ্যনিৰ্বাহক সভা, সন্ধিয়া ছয় বজাত প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব। নিশা আঠ বজাত খগেন্দ্ৰ ৰাভা সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট লেখক তথা অবিভক্ত দৰং জিলা ৰাভা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক অৰুণ ডেকাই। জানিব পৰা অনুসৰি ২৯ ডিচেম্বৰৰ কাৰ্যসূচীত অসমৰ ৰাজ্যপাল জগদীশ মুখী উপস্থিত থকাৰ সম্ভাৱনা আছে।

৩০ ডিচেম্বৰ তথা অধিৱেশনৰ শেষৰ দিনা বৰ্ণাধ্য সাংস্কৃতিক শোভাযাত্ৰাৰে কাৰ্যসূচী আৰম্ভ হ’ব। শোভাযাত্ৰা উদ্বোধন কৰিব ওদালগুৰি জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ দাসে। অধিৱেশনৰ শেষ মুকলি সভা দিনৰ ১১.৩০ বজাত অনুষ্ঠিত হ’ব। মুকলি সভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিশিষ্ট অতিথি হিচাপে থাকিব বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভা, মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকা আৰু ৰাজ্যসভাৰ সাংসদ শান্তিয়াছ কুজুৰ। ইয়াৰ পিছতে সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ’ব আৰু অধিৱেশনখনৰ আনুষ্ঠানিক ভাবে সমাপন ঘটিব।

Recent News

HS Result 2023: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বাণিজ্য শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS Result 2023: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বাণিজ্য শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2023: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2023: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS Result 2023: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ কলা শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS Result 2023: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ কলা শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2023: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা; কলাত ৭০.১২, বিজ্ঞানত ৮৪.৯৬ আৰু বাণিজ্যত ৭৯.৫৭ শতাংশ উত্তীৰ্ণ

HS result-2023: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা; কলাত ৭০.১২, বিজ্ঞানত ৮৪.৯৬ আৰু বাণিজ্যত ৭৯.৫৭ শতাংশ উত্তীৰ্ণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd