• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ কৰিব উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 17, 2018 9:12 am
Venkaiah-Naidu-678x381
92
VIEWS
Share on FacebookShare on Twitter

আজি গৌৰৱোজ্জ্বল অসম কৃষি বিশ্ববিদ্যালয়ৰ সোণালী জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব ভাৰতৰ উপ-ৰাষ্ট্ৰপতিয়ে এম ভেংকায়া নাইডুৱে।  বিশ্ববিদ্যালয়খনত দিনৰ ১০-৫০ বজাত উপ-ৰাষ্ট্ৰপতি পদাপৰ্ণ কৰাৰ লগে লগেই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ কমল মল্ল বুজৰবৰুৱা আৰু পঞ্জীয়ক অপৰ্ণ কুমাৰ শইকীয়াই মুখ্য অতিথিগৰাকীক আনুষ্ঠানিকভাৱে আদৰণি জনাব।

উল্লেখ্য যে কৃষি বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ সভাপতিত্বত অনুষ্ঠিত হ’ব লগা সোণালী জয়ন্তীৰ শুভ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে কৃষিমন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাই অংশগ্ৰহণ কৰিব।

আনহাতে আজিৰ এই অনুষ্ঠানতে কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ১৫ গৰাকী বিশিষ্ট ব্যক্তিক অসমৰ সমাজ জীৱনৰ ভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য বৰঙনিৰ স্বীকৃতিস্বৰূপে ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হ’ব। তাৰোপৰি কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰি উলিওৱা ৩খন গ্ৰন্থও এই অনুষ্ঠানতে মুখ্য অতিথিয়ে উন্মোচন কৰিব।

কৃষি বিশ্ববিদ্যালয়ৰ  সোণালী জয়ন্তীৰ শুভাৰম্ভণি কাৰ্যসূচী সম্পন্ন হোৱাৰ পাছত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্ববিদ্যালয়তে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব। বিয়লি ৩ বজাত উপ-ৰাষ্ট্ৰপতি উত্তৰ-পূব বিজ্ঞান আৰু প্ৰয়ুক্তি বিদ্যা প্ৰতিষ্ঠানলৈ ( নেইষ্ট) যাব।

‘নেইষ্ট’ত উপ-ৰাষ্ট্ৰপতিয়ে এড্‌ভান্স চিভিল ইঞ্জীনিয়াৰিং গৱেষণা কেন্দ্ৰ পৰিদৰ্শন কৰাৰ  লগতে এই গৱেষণা কেন্দ্ৰৰ পৰা উপকৃত হোৱা হিতাধীকাৰী আৰু গৱেষকৰ সৈতে মত বিনিময় কৰিব।

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd