DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, September 24, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজি মাজ নিশা প্ৰকাশ পাব এন আৰ চিৰ প্ৰথমখন খচৰা : শংকিত নহ’বলৈ ৰাজ্যবাসীক মুখ্য মন্ত্ৰীৰ আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2017 9:13 pm
210
VIEWS
Share on FacebookShare on Twitter

বহু প্ৰত্যাশিত তথা বহু চৰ্চিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কামে ইতিমধ্য এটা গুৰুত্বপূৰ্ণ পৰ্য্যায় অতিক্ৰম কৰিছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি আজি ৰাতি ১২ বজাৰ ঠিক পিছতে প্ৰকাশ পাব এন আৰ চিৰ প্ৰথমখন খচৰা। অৱশ্যে খচৰ প্ৰকাশৰ প্ৰাক মুহূৰ্তত অসমৰ জনসাধাৰণৰ মাজত যিমান উৎকণ্ঠা থাকিব পাৰে বুলি ভবা হৈছিল সিমান উৎকণ্ঠা চকুত পৰা নাই।

আনহাতে এই ক্ষেত্ৰত অসমৰ জনসাধাৰণক অপ্ৰয়োজনীয় উত্তেজনা পৰিহাৰ কৰি চলিবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আহ্বান জনাইছে। এন আৰ চিৰ পৰা কোনো লোকৰ নাম বাদ পৰিলেও শংকিত নহ’বলৈ তেওঁ আহ্বান জনাই এই ক্ষেত্ৰত চৰকাৰে সকলো পক্ষকে প্ৰয়োজনীয় সহায় কৰিব বুলি আশ্বাস দিছে।

আনহাতে nenow.in ৰ তৰফৰ পৰা এন আৰ চি কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি জনসাধাৰণৰ সহায় হোৱাকৈ এক ভিডিঅ’ প্ৰস্তুত কৰা হৈছে। তলত এই ভিডিঅ’টো সাঙুৰি দিয়া হ’ল।

Recent News

সাৱধান! মাহেকীয়াৰ সময়ত নাখাব চকলেট আৰু আইচক্ৰীম 

সাৱধান! মাহেকীয়াৰ সময়ত নাখাব চকলেট আৰু আইচক্ৰীম 

আকৌ পোহৰলৈ নিযুক্তি কেলেংকাৰী : চাকৰি দিয়াৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ বিজেপি নেতা

আকৌ পোহৰলৈ নিযুক্তি কেলেংকাৰী : চাকৰি দিয়াৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ বিজেপি নেতা

নিৰ্বাচনৰ আগত প্ৰধানমন্ত্ৰীৰ সিদ্ধান্ত : বিক্ৰী বন্ধ হ’ব পাৰে চিগাৰেটৰ

নিৰ্বাচনৰ আগত প্ৰধানমন্ত্ৰীৰ সিদ্ধান্ত : বিক্ৰী বন্ধ হ’ব পাৰে চিগাৰেটৰ

কথা পাহৰি যোৱাটো অভ্যাসত পৰিণত হৈছে নেকি? তেন্তে পঢ়ক এইটো লেখা –

কথা পাহৰি যোৱাটো অভ্যাসত পৰিণত হৈছে নেকি? তেন্তে পঢ়ক এইটো লেখা –

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd