DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আন্তঃজিলা বক্সিং চেম্পিয়নশ্বিপত মহিলাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান বিশ্ব চেম্পিয়ন অংকুশিতা বড়োৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 17, 2018 12:41 pm
Ankushita_Boro_2-678x381

অংকুশিতা বড়োৰ ফাইল ফটো

98
VIEWS
Share on FacebookShare on Twitter

তেজপুৰৰ পল’ ফিল্ডত সদ্য সমাপ্ত আন্তঃজিলা বক্সিং চেম্পিয়নশ্বিপত শ্ৰেষ্ঠ মহিলা বক্সাৰ হিচাপে খিতাপ অৰ্জন কৰে আন্তঃৰাষ্ট্ৰীয় বক্সাৰ অংকুশিতা বড়ো ।

৪৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বণ্ডিতা কৰা অংকুশিতাই প্ৰতিযোগিতাৰ ফাইনেলত মুখা মুখি হয় ওদালগুৰিৰ আন এক প্ৰতিভাশালী বক্সাৰ লাইমন বসুমতাৰীৰ বিৰুদ্ধে। চূড়ান্ত খেলখনত লাইমনক সহজে প্ৰতিহত কৰি অংকুশিতাই লাভ কৰে স্বৰ্ণ পদক।

উল্লেখ্য যে প্ৰতিযোগিতাখনৰ মাজ ভাগতে সোঁহাতৰ আঘাতত ভোগা অংকুশিতাই স্বৰ্ণ পদক জয় কৰাৰ বাবে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বুলি সকলোৱে ধাৰণা কৰিছিল। কিন্তু অংকুশিতাই সকলোৰে ধাৰণা অসাৰ কৰি বক্সিং ৰিঙত অতি কৌশলগত ভাৱে বাঁওহাতেৰেই প্ৰতিপক্ষক আক্ৰমণ কৰে। তেওঁৰ এই বিস্ময়কৰ প্ৰতিভাৰ আগত লাইমন বসুমতাৰী নিৰ্বিকাৰ হৈ পৰে আৰু সহজে মেচখনত পৰাজয় বৰণ কৰে।

ইফালে জানিব পৰা মতে অংকুশিতা বড়োৱে বৰ্তমান নাহৰলগুণ ছাই কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

উল্লেখ্য যে বিগত বছৰৰ নবেম্বৰ মাহৰ শেষৰ ফালে গুৱাহাটীত অনুষ্ঠিত হোৱা বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতাৰ ৬৪ কেজি শাখাৰ ফাইনেলত ৰাছিয়ান প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে জয় সাব্যস্ত কৰি অংকুশিতা বড়োৱে অসমৰ ক্ৰীড়াৰ জগতত এক সোণালী ইতিহাসৰ সংযোজন ঘটাবলৈ সক্ষম হৈছিল।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd