• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

আফিং খেতিৰ বিকল্প হিচাপে কৃষকৰ মাজত নেমুঘাঁহৰ পুলি বিতৰণ আছাম ৰাইফলছৰ

সভাপতি চামম by সভাপতি চামম
May 31, 2018 11:02 am
Transforming the lives of Hill People Lemon Grass (2)
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ সীমান্তত অৱস্থিত চান্দেল জিলাৰ ৫খন গাঁওৰ কৃষকসকলৰ মাজত ২৯ আছাম ৰাইফলছে আফিং খেতিৰ বিকল্প হিচাপে নেমুঘাঁহৰ সঁচ বিতৰণ কৰে। আছাম ৰাইফলছৰ (দক্ষিণ) জন-সম্পৰ্কৰক্ষী বিষয়াগৰাকীৰ মতে এই পাঁচখন গাঁও হৈছে জৌপি, ছাইবল জৌপি, টোলবাং, হেনচাম আৰু টি বোলেন।

আছাম ৰাইফলছৰ ২৮ ছেক্টৰৰ ব্ৰিগেডিয়াৰ নীলেশ ভনোটৰ উপস্থিতিত প্ৰায় ২ লাখ নেমুঘাঁহৰ পুলি বিতৰণ কৰা হয়।

Apply Now

আছাম ৰাইফলছৰ (দক্ষিণ) জন-সম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে সংবাদ টোকা যোগে জনাইছে যে এই ঠাইখিনি অত্যন্ত পিছপৰা আৰু পাহাৰীয়া এলেকা হোৱাৰ বাবে বাৰিষাৰ কালচোৱাত দীৰ্ঘ সময়ৰ বাবে বতৰ বেয়া হৈ থাকে। সেয়েহে ইয়াৰ বাসিন্দাসকলে আফিঙৰ খেতিৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয়।

উল্লেখ্য যে মে’ মাহৰ ২৬ তাৰিখে ম্যানমাৰৰ সীমান্তৱৰ্তী টেংনৌপল জিলাৰ অন্তৰ্গত ৩১খন গাঁওৰ কৃষকসকলৰ মাজত আছাম ৰাইফলছে ফল আৰু আংকাৰিক উদ্ভিদৰ ১,১০,০০০ টা পুলি বিতৰণ কৰিছিল।

যোৱা মাহত মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে চৰকাৰৰ দ্বাৰা ঘোষিত ‘নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান’ত সমৰ্থন জনোৱা বাবে আছাম ৰাইফলছৰ প্ৰশংসা কৰিছিল। এই অভিযানৰ অংশ হিচাপে আনকি চৰকাৰী সংস্থাসমূহে ৰাজ্যখনৰ আফিঙৰ খেতি ধ্বংস কৰিবলৈও আৰম্ভ কৰিছিল।

উল্লেখ্য যে জৌপি আৰু ডিংপি এলেকাৰ গাঁওবাসীসকলে আফিঙৰ পৰিৱৰ্তে নেমুঘাঁহৰ খেতি কৰিবলৈ সন্মত হোৱাৰ পাছত জৌপি এলেকাত মোতায়েন হৈ থকা ২৯ আছাম ৰাইফলছৰ কৰ্নেল সচীন জৈনৰ তত্বাৱধানত প্ৰায় ৩০০ একৰ এলেকাত আফিঙৰ খেতি ধ্বংস কৰা হৈছিল।

বিষয়াগৰাকীয়ে জনাইছে যে আফিং খেতি কৰা ৩০০ একৰ ভূমিৰ ২৫০ একৰ কৃষিভূমিত তেওঁলোকে নেমুঘাঁহৰ খেতি কৰাৰ লক্ষ্য স্থিৰ কৰিছে।

সভাপতি চামম

সভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd