• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমচাঙৰ উচ্ছেদিতক প্ৰতাৰণা : উচ্ছেদিত পৰিয়ালৰ সন্তানক শিক্ষা অব্যাহত ৰখাৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি অসাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 10, 2018 8:20 am
উচ্ছেদস্থলীৰ এটা দৃশ্য।

উচ্ছেদস্থলীৰ এটা দৃশ্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা বছৰৰ শেষৰ ফালে চৰকাৰী শিক্ষা বৰ্ষৰ বছৰেকীয়া পৰীক্ষাৰ ঠিক আগে আগে আমচাঙ সংৰক্ষিত বনাঞ্চলত চৰকাৰ তথা প্ৰশাসনৰ দ্বাৰা চলা অমানৱীয় উচ্ছেদৰ সময়ত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া দেখি চৰকাৰৰ ফালৰ পৰা লৰালৰিকৈ  উচ্ছেদিত পৰিয়াল সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা বৰ্ষৰ যাতে লোকচান নহয় তাৰ বাবে ব্যৱস্থা কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল। চৰকাৰে এই শিক্ষাৰ্থীসকলক ছাত্ৰাৱাস বা ছাত্ৰীনিৱাসৰ ব্যৱস্থা কৰি দিয়াৰ কথা কৈছিল।

কিন্তু চৰকাৰে এই প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ তুলিলে উচ্ছেদিত পৰিয়ালসমূহে। কালি  আমচাঙৰ জনশিমলুত জনশিমলু বিদ্যালয় প্ৰাংগণত উচ্ছেদিত লোকসকল একত্ৰিত হৈ মিছা প্ৰতিশ্ৰুতি দিয়া বাবে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্য্যসূচীৰ সময়ত তেওঁলোকে চৰকাৰ মুৰ্দাবাদ, অতুল বৰা মুৰ্দাবাদ ধ্বনি দিয়ে।

Apply Now

উচ্ছেদিত পৰিয়ালসমূহে ঘাইকৈ বিধায়ক অতুল বৰাৰ প্ৰতি ক্ষোভ উজাৰে। বিধায়ক অতুল বৰাই তেওঁলোকৰ খবৰ এটাও নোলোৱাৰ অভিযোগ তোলে। এই শীতৰ সময়ত উচ্ছেদিত পৰিয়াল সমূহে কি কষ্টত দিন কটাইছে সেইটোৰ সামান্য বুজ ল’বলৈও অতুল বৰাৰ সময় নহ’ল বুলি ক্ষোভ প্ৰকাশ কৰে। বিধায়কজনে ন্যূনতম মানৱীয়তাও প্ৰদৰ্শন নকৰিলে বুলি অভিযোগ কৰে।

উচ্ছেদিত পৰিয়ালসমূহৰ সন্তানে যাতে আগন্তুক মেট্ৰিক পৰীক্ষাত অসুবিধাহীনভাৱে অৱতীৰ্ণ হ’ব পাৰে তাৰ বাবে চৰকাৰে ছাত্ৰাৱাস বা ছাত্ৰীনিৱাসত তেওঁলোকক ৰখাৰ ব্যৱস্থা কৰি দিয়াৰ লগতে সকলো সা-সুবিধা কৰি দিয়াৰ কথা কৈছিল যদিও সেয়া নকৰিলে বুলিও প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে।

আনহাতে কালি জনশিমলু অঞ্চলত পুনৰ বন বিভাগ আৰু ৰাজহ বিভাগে যুটীয়া জৰীপ চলাবলৈ আহে। যুটীয়া জৰীপৰ সময়ত দুয়োটা বিভাগৰ মাজত কোনখিনি ঠাই বন বিভাগৰ অধীনত আৰু কোনখিনি ৰাজহ বিভাগৰ অধীনত পৰে সেই লৈ মতান্তৰৰ সৃষ্টি হয়। দুয়োটা বিভাগে সুকীয়া সুকীয়া ভাষ্য দি আঁতৰি যায় বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোভিডৰ আঁৰত উহান লেব? ‘আমেৰিকাৰ ধনেৰে কৰা হৈছিল গৱেষণা,’ বিস্ফোৰক দাবী

কোভিডৰ আঁৰত উহান লেব? ‘আমেৰিকাৰ ধনেৰে কৰা হৈছিল গৱেষণা,’ বিস্ফোৰক দাবী

June 20, 2026 8:03 am
খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

June 20, 2026 6:45 am
“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোভিডৰ আঁৰত উহান লেব? ‘আমেৰিকাৰ ধনেৰে কৰা হৈছিল গৱেষণা,’ বিস্ফোৰক দাবী

কোভিডৰ আঁৰত উহান লেব? ‘আমেৰিকাৰ ধনেৰে কৰা হৈছিল গৱেষণা,’ বিস্ফোৰক দাবী

June 20, 2026 8:03 am
খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

June 20, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd