DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আমচাঙৰ উচ্ছেদিতক সংস্থাপন আৰু স্বায়ত্ত্ব পৰিষদসমূহক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী ট্ৰাইবেল সংঘৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 10, 2017 3:59 pm
আমচাঙৰ উচ্ছেদিতক সংস্থাপন আৰু স্বায়ত্ত্ব পৰিষদসমূহক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী ট্ৰাইবেল সংঘৰ
113
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে সদৌ অসম ট্ৰাইবেল সংঘৰ গুৱাহাটী জিলা কমিটিৰ এখন জৰুৰী কৰ্যনিৰ্বাহক বৈঠক গণেশগুৰিৰ নয়নপুৰত অৱস্থিত কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়। সংঘৰ জিলা উপ সভাপতি নৰেশ্বৰ কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত সাধাৰণ সম্পাদক ভোলাৰাজ দলেই সভাৰ উদ্দেশ্য বাখ্যা কৰি কয় যে আমচাঙৰ খিলঞ্জীয়া লোকসকলৰ উচ্ছেদ বন্ধ কৰিব লাগে আৰু উচ্ছেদ কৰাসকলক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে পুনৰ সংস্থাপনৰ দিহা কৰিব লাগে।

অহা ১৯,২০ আৰু ২১ ডিচেম্বৰত সদৌ অসম ট্ৰাইবেল সংঘৰ কেন্দ্ৰীয় সাধাৰণ অধিবেশন অনুষ্ঠিত হ’ব। উক্ত অধিবেশনতেই জনজাতিসকলৰ চাকৰিৰ বেকলগসমূহ পূৰণ কৰা, জনজাতি বেল্ট আৰু ব্লকৰ বেদখল হৈ থকা চৰণীয়া পথাৰ মুক্ত কৰা, ছাত্ৰ-ছাত্ৰীৰ জলপানি সময়মতে মুকলি কৰি দিয়া, চৰকাৰী চাকৰিৰ নিযুক্তিৰ ক্ষেত্ৰত সংৰক্ষণ বিধি কাৰ্যকৰী কৰা আদি বিভিন্ন দাবী সম্পৰ্কত প্ৰস্তাৱ গ্ৰহণ কৰা হ’ব ।

উক্ত সমস্যাসমূহৰ স্থায়ী সমাধান অবিহনে সংঘই অসমৰ জনজাতীয় সংগঠনসমূহৰ সৈতে মিলি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সাধাৰণ সম্পাদক ভোলাৰাজ দলেই জানিব দিয়ে।

আনহাতে, ৰাভা হাচং, তিৱা, মিচিং, দেউৰী, সোণোৱাল-কছাৰী, ঠেঙাল-কছাৰী জনগোষ্ঠীক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাই সংঘই অন্যান্য স্বায়ত্ত্ব পৰিষদসমূহকো ষষ্ঠ অনুসূচীত অন্তৰ্বুক্ত কৰাৰ দাবী উত্থাপন কৰে।

ট্ৰাইবেল সংঘৰ জিলা সমিতিৰ প্ৰচাৰ সম্পাদক এল এন দেউৰীয়ে কয় যে সদৌ অসম ট্ৰাইবেল সংঘই যিকোনো ত্যাগৰ বিনিময়ত অসমত জনজাতিসকলৰ মৰ্যাদা প্ৰতিষ্ঠা কৰিবলৈ বদ্ধ পৰিকৰ আৰু শীঘ্ৰেই তেওঁলোকে এই সম্পৰ্কত এক কাৰ্যসূচী প্ৰস্তুত কৰিব।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd