• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আলোকচিত্ৰৰ উৎসাহী পৰ্যটক : আৰ্টিষ্ট গীল্ডত ফেচবুক মিত্ৰৰ কেণ্ডিড ক্লিক্ছত ছাঁ-পোহৰৰ খেল

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
July 17, 2018 1:17 pm
আলোক চিত্ৰ

আৰ্টিষ্ট গীল্ডত আলোকচিত্ৰ প্ৰদৰ্শনী দৰ্শনৰ মুহূৰ্তত ৰাজ্যৰ বিশিষ্ট ব্যক্তি দিলীপ কুমাৰ হাজৰিকা, পুলক গগৈ আৰু অৰূপ বৰবৰা। ফটো : ত্রিদীপ ডেকা

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৪ চনত ৰাজ্যখনৰ এগৰাকী অত্যুৎসাহী আলোক চিত্ৰ শিল্পী দেৱাশীষ বৰুৱাই ফেচবুকৰ জৰিয়তে আৰম্ভ কৰা আলোক চিত্ৰৰ এক অভিনৱ শিল্পৰ সন্ধানে সম্প্ৰতি এক নৱজাগৰণৰ সৃষ্টি কৰিছে। সাম্প্ৰতিক সময়ৰ এটি জনপ্ৰিয় সামাজিক গণ মাধ্যম ফেচবুকত কেণ্ডিড ক্লিক্ছ হিচাপে পৰিচিত এই গোটৰ এখনি বৰ্ণাঢ্য আলোক চিত্ৰ প্ৰদৰ্শনী ১৪ জুলাইৰ পৰা আৰম্ভ হৈছে আৰু অহা ১৯ জুলাইলৈকে চলিব। উদ্যোক্তাসকলে জনোৱা মতে এইখন কেণ্ডিড ক্লিক্ছৰ চতুৰ্থ বাৰ্ষিক প্ৰদৰ্শনী।

আলোকচিত্ৰ প্ৰদৰ্শনীখন উদ্বোধন কৰে বিশিষ্ট অধিবক্তা, লেখক আৰু অভিনেতা দিলীপ কুমাৰ হাজৰিকাই। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক তথা চিত্ৰশিল্পী পুলক গগৈ আৰু সন্মানীয় অতিথি হিচাপে বিশিষ্ট অধিবক্তা অৰূপ বৰবৰা উপস্থিত থাকে। যশস্বী আলোক চিত্ৰশিল্পী সঞ্জীৱ গোঁহাই বৰুৱাই উদ্বোধনী সভাত সভাপতিত্ব কৰে।

Apply Now
আলোকচিত্ৰ
আলোকচিত্ৰ প্ৰদৰ্শনীত দৰ্শক-শিল্পীৰ সমাৱেশ। ফটো : ত্রিদীপ ডেকা

কেণ্ডিড ক্লিকছৰ এনে উদ্যোগক ভূয়সী প্ৰশংসা কৰি অতিথি কেইগৰাকীয়ে আলোকচিত্ৰ সম্পৰ্কত নিজৰ নিজৰ দৃষ্টিভংগী প্ৰকাশ কৰে। ক’লা-বগা আলোকচিত্ৰৰ পৰা বৰ্তমানৰ প্ৰযুক্তিগতভাৱে উন্নীত বহুবৰ্ণী আলোকচিত্ৰৰ আকৰ্ষণলৈকে সামৰি তেওঁলোকে এক সৰস অভিব্যক্তি দাঙি ধৰে।

প্ৰদৰ্শনীখন উপভোগ কৰি উপস্থিত দৰ্শকসকলে এইকেইদিন আলোকচিত্ৰসমূহৰ প্ৰশংসা কৰাৰ লগতে এনে ধৰণৰ প্ৰয়াসৰ শলাগ লয়। বহুকেইগৰাকী নবীন আলোকচিত্ৰ শিল্পীয়ে প্ৰথমবাৰৰ বাবে এইবাৰ প্ৰদৰ্শনীত আলোকচিত্ৰ প্ৰদৰ্শন কৰিছে আৰু উষ্ণ আৱেগেৰ দৰ্শকৰ প্ৰতিক্ৰিয়া লক্ষ্য কৰিছে।

প্ৰদৰ্শনীত কেইখনমান অতি উচ্চমানৰ আলোকচিত্ৰ প্ৰত্যক্ষ কৰা গৈছে। কেৱল বিষয়বস্তুৱে নহয়, কাৰিকৰী দিশৰ পৰাও এইকেইখন ছবিয়ে যে আলোকচিত্ৰপ্ৰেমীৰ দৃষ্টি কাঢ়িব তাত সন্দেহ নাই। আনহাতে, অধিক সংখ্যক আলোকচিত্ৰ প্ৰকৃতিৰ নিৰ্ভাৰ প্ৰতিৰূপ হোৱাৰ বিপৰীতে কেইখনমান আলোকচিত্ৰত প্ৰতিফলিত হৈছে জীৱন সংগ্ৰামৰ নান্দনিক মুহূৰ্ত। মুঠতে প্ৰদৰ্শনীৰ আলোকচিত্ৰসমূহে দৰ্শকক অৱশ্যেই আপ্লুত কৰিব।

ইপিনে আলোকচিত্ৰ প্ৰদৰ্শনীখনৰ মূল উদ্যোক্তা তথা এগৰাকী আলোকচিত্ৰ শিল্পী দেৱাশীষ বৰুৱাই কয় যে ইয়াৰ জৰিয়তে বহু প্ৰতিভাৱান নৱ প্ৰজন্মই এই দিশত আলোকপাত কৰি এটি শুভময় দিনৰ ইংগিত বহন কৰি আহিছে।

অনাগত সময়ত কেণ্ডিড ক্লিক্ছৰ পৰা আৰু অধিক গতিশীল তথা জীৱনমুখী আলোকচিত্ৰৰ সমাহাৰ আশা কৰাটো অৱশ্যেই ভুল নহ’ব।

 

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাংলাদেশীৰ বাবে পুনৰ পৰ্যটন ভিছা আৰম্ভ কৰিলে ভাৰতে, কেতিয়াৰ পৰা কৰিব পাৰিব আবেদন?

বাংলাদেশীৰ বাবে পুনৰ পৰ্যটন ভিছা আৰম্ভ কৰিলে ভাৰতে, কেতিয়াৰ পৰা কৰিব পাৰিব আবেদন?

June 25, 2026 6:38 pm
বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

June 25, 2026 5:47 pm
গুৱাহাটীত বিজেপি কৰ্মীক আৱদ্ধ কৰি ৩০ জনীয়া দুৰ্বৃত্তৰ প্ৰহাৰ : ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি

গুৱাহাটীত বিজেপি কৰ্মীক আৱদ্ধ কৰি ৩০ জনীয়া দুৰ্বৃত্তৰ প্ৰহাৰ : ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি

June 25, 2026 5:35 pm
পেলেষ্টাইনীসকলক উচৰ্গা কৰি ৰজাৰ ৱাটাৰ্ছে মুকলি কৰিলে পিংক ফ্লয়ডৰ জনপ্ৰিয় ‘কমফৰ্টেবলি ‎নাম্ব’ৰ গীতৰ নতুন সংস্কৰণ

পেলেষ্টাইনীসকলক উচৰ্গা কৰি ৰজাৰ ৱাটাৰ্ছে মুকলি কৰিলে পিংক ফ্লয়ডৰ জনপ্ৰিয় ‘কমফৰ্টেবলি ‎নাম্ব’ৰ গীতৰ নতুন সংস্কৰণ

June 25, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাংলাদেশীৰ বাবে পুনৰ পৰ্যটন ভিছা আৰম্ভ কৰিলে ভাৰতে, কেতিয়াৰ পৰা কৰিব পাৰিব আবেদন?

বাংলাদেশীৰ বাবে পুনৰ পৰ্যটন ভিছা আৰম্ভ কৰিলে ভাৰতে, কেতিয়াৰ পৰা কৰিব পাৰিব আবেদন?

June 25, 2026 6:38 pm
বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

June 25, 2026 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd