• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষীৰে সংঘৰ্ষত মৃত্যুৰ ঘটনা : ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান তৃতীয়

ৰাজীৱ ৰয় by ৰাজীৱ ৰয়
March 12, 2018 10:51 am
encounter-1516255480-570x320

প্ৰতিনিধিত্বমূলক ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ চিৰাং জিলাত যোৱা বছৰ মাৰ্চ মাহত নেশ্যনেল ডেম’ক্ৰেটিক ফ্ৰন্ট অফ বড়োলেণ্ড (এনডিএফবি)ৰ বিদ্ৰোহী বুলি দুজন লোকক হত্যা কৰা ঘটনা এটা উদাহৰণহে মাত্ৰ।

পৰিসংখ্যাই দেখুৱাইছে যে যোৱা বছৰৰ এপ্ৰিল মাহৰ পৰা এই বছৰৰ ফেব্ৰুৱাৰীলৈকে অসমৰ বিভিন্ন স্থানত ১৫ টা আৰক্ষীৰে সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে।

Apply Now

যোৱা বছৰ ৩০ মাৰ্চত চিৰাং জিলাত সেনা, অসম আৰক্ষী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ)আৰু সশস্ত্ৰ সীমা বল(এছএছবি)ৰ যৌথ অভিযানত দুজন বড়ো যুৱকক গুলীয়াই হত্যা কৰা হৈছিল।

পিছত ভাৰতৰ মানৱ অধিকাৰ সংস্থা ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগেও ঘটনাটোৰ সম্পৰ্কত গোচৰ এটা গ্ৰহন কৰিছিল।

আৰক্ষীৰে সংঘৰ্ষৰ ঘটনাৰ সংখ্যাগত দিশেৰে অসমে এক উদ্বেগজনকভাৱে তৃতীয় স্থানত আছে।

উত্তৰ প্ৰদেশ (৩৭টা) আৰু ছত্তীশগড়ৰ (৩৪ টা) পিছতে অসমে যোৱা বছৰৰ এপ্ৰিল মাহৰ পৰা এই বছৰৰ ফেব্ৰুৱাৰীলৈকে ১৫ টা এনে ঘটনাৰে তৃতীয় স্থানত আছে।

অৱশ্যে, অসমত সংখ্যাৰ দিশৰ পৰা পূৰ্বৰ বছৰৰ তুলনাত এনে ঘটনা হ্ৰাস পাইছে।

২০১৬-১৭ বৰ্ষত বিজেপি শাসিত ৰাজ্য অসমত ৩১ টা আৰক্ষীৰ সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে। ২০১৫-১৬ বৰ্ষত আৰক্ষীৰ সংঘৰ্ষৰ ৪৩ টা ঘটনা আৰু ২০১৪-১৫ বৰ্ষত এনে ৮২ টা ঘটনা কংগ্ৰেছ শাসিত ৰাজ্যখনত সংঘটিত হৈছিল।

তাৎপৰ্যপূৰ্ণভাৱে, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে আৰক্ষীৰ সংঘৰ্ষত নিহত হোৱা ঘটনাসমূহৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি সকলো ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় শাসিত অঞ্চললৈ নিৰ্দেশনা জাৰি কৰিছে যে ৰাজ্যত আৰক্ষীৰে সংঘৰ্ষত নিহত হোৱা সকলোবোৰ ঘটনা সংশ্লিষ্ট জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু আৰক্ষী অধীক্ষকে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক জনাৱ লাগিব।

এয়া ৪৮ ঘন্টাৰ ভিতৰতে জনাৱ লাগিব আৰু ইয়াৰ পৰৱৰ্তী প্ৰতিবেদন মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন, দণ্ডাধীশৰ তদন্ত আৰু জ্যেষ্ঠ বিষয়াৰ তদন্তৰ প্ৰতিবেদনসহ বিশদ প্ৰতিৱেদন তিনিমাহৰ ভিতৰত পঠাবই লাগিব।

‘’দণ্ডাধীশৰ তদন্ত তথা আৰক্ষীৰ অনুসন্ধানত দোষী সাৱ্যস্ত হোৱা সকলো অভিযুক্ত বিষয়াৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া তথা অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব,’’-ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ এগৰাকী জ্যেষ্ঠ বিষয়া জেমিনি শ্ৰীবাস্তৱে এইদৰে কয়।

ৰাজীৱ ৰয়

ৰাজীৱ ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বান মুক্ত অসমৰ বাবে ১৮,০০০ কোটি টকাৰ প্ৰতিশ্ৰুতি অসম চৰকাৰৰ

বান মুক্ত অসমৰ বাবে ১৮,০০০ কোটি টকাৰ প্ৰতিশ্ৰুতি অসম চৰকাৰৰ

August 12, 2026 6:08 pm
বানত প্ৰতিবন্ধী লোকৰ সুৰক্ষা আৰু সাহায্যক লৈ IIRDDA-ৰ উদ্বেগ, তথ্য ৰাজহুৱা কৰাৰ দাবী

বানত প্ৰতিবন্ধী লোকৰ সুৰক্ষা আৰু সাহায্যক লৈ IIRDDA-ৰ উদ্বেগ, তথ্য ৰাজহুৱা কৰাৰ দাবী

August 12, 2026 6:01 pm
বিৰোধীৰ তীব্ৰ আপত্তিৰ অন্তত বিতৰ্কিত এফ চি আৰ এ বিধেয়ক যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কেন্দ্ৰৰ

বিৰোধীৰ তীব্ৰ আপত্তিৰ অন্তত বিতৰ্কিত এফ চি আৰ এ বিধেয়ক যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কেন্দ্ৰৰ

August 12, 2026 5:07 pm
অসম-অৰুণাচল সীমান্তৰ সংঘাত : ভাতৃ হিচাপে আলোচনাৰে সমস্যা সমাধানৰ আহ্বান টি এম পি কেৰ

অসম-অৰুণাচল সীমান্তৰ সংঘাত : ভাতৃ হিচাপে আলোচনাৰে সমস্যা সমাধানৰ আহ্বান টি এম পি কেৰ

August 12, 2026 4:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বান মুক্ত অসমৰ বাবে ১৮,০০০ কোটি টকাৰ প্ৰতিশ্ৰুতি অসম চৰকাৰৰ

বান মুক্ত অসমৰ বাবে ১৮,০০০ কোটি টকাৰ প্ৰতিশ্ৰুতি অসম চৰকাৰৰ

August 12, 2026 6:08 pm
বানত প্ৰতিবন্ধী লোকৰ সুৰক্ষা আৰু সাহায্যক লৈ IIRDDA-ৰ উদ্বেগ, তথ্য ৰাজহুৱা কৰাৰ দাবী

বানত প্ৰতিবন্ধী লোকৰ সুৰক্ষা আৰু সাহায্যক লৈ IIRDDA-ৰ উদ্বেগ, তথ্য ৰাজহুৱা কৰাৰ দাবী

August 12, 2026 6:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd