• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰক্ষী-আবকাৰী বিভাগৰ যৌথ অভিযান : মাজুলীত উৎখাত অবৈধ সুৰাৰ ঘাটি

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , April 5, 2018 10:37 am

1 min read

22-570x320

অবৈধ সুৰাৰ ঘাটি উৎখাত

83
VIEWS
Share on FacebookShare on Twitter

মাজুলীৰ আবকাৰী বিভাগ আৰু মাজুলী আৰক্ষীয়ে বুধবাৰে যৌথভাৱে চলোৱা সুৰা-বিৰোধী এক অভিযানত মাজুলীত এটা অবৈধ সুৰাৰ ঘাটি উৎখাত কৰে।

মাজুলীৰ আবকাৰী চক্ৰ পৰিদৰ্শক অৰুণজ্যোতি ভৰালী আৰু আৰু গড়মূৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন দলেৰ নেতৃত্বত যোৱা যৌথ অভিযানকাৰী দলটোৱে বুধবাৰে দুপৰীয়া গড়মূৰ আৰক্ষী থানাৰ অন্তৰ্গত ফুটুকী, মহখুটি, বৰগুৰি, চিতাধৰচূক, গোপালপুৰ, কৰ্দৈগুৰি, বালিচাপৰি আৰু ছেলেক ঘাটত তালাচী চলাই প্ৰায় ১২০০ লিটাৰ চুলাই মদ ধ্বংস কৰে।

তেওঁলোকে লগতে তালাচীত অবৈধ বিদেশী সুৰাও জব্দ কৰে আৰু সেইবোৰো ধ্বংস কৰে।

আৰক্ষী আৰু আবকাৰী বিভাগে এনেধৰণৰ অবৈধ কাৰবাৰত জড়িত থকাৰ অভিযোগত ব্যক্তিসকলৰ বিৰুদ্ধে  ৬ টা গোচৰ ৰুজু কৰিছে।

উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে শোণিতপুৰ জিলাৰ ৰাঙাপাৰাত আবকাৰী বিভাগৰ বিষয়াই চাৰিদুৱাৰ আৰক্ষী থানাৰ অধীনৰ দুগৰাকী ব্যক্তিৰ পৰা ৬০ বাকচ আইএমএফএল/বীয়েৰ জব্দ কৰে।

শোণিতপুৰৰ আবকাৰী অধীক্ষকৰ নিৰীক্ষণৰ অধীনত তালাচীটো চলোৱা হৈছিল।

জব্দ কৰা সুৰাখিনি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত বিক্ৰীৰ বাবে নিবলৈ ৰখা হৈছিল।

Recent News

Sourav-Ganguly

বুকুত প্ৰচণ্ড বিষ— পুনৰ অসুস্থ সৌৰভ গাংগুলী, চিকিৎসালয়ত ভৰ্তি

index

৪ বছৰৰ পিছত জে’লৰ পৰা মুক্তি পালে জয়াললিতাৰ এসময়ৰ ছায়াসংগী ভি কে শশীকলা

অসম ৰাইফলছৰ অভিযানত হেৰোইন, বিদেশী চিগাৰেট আৰু বীয়েৰ জব্দ, দুজন সৰবৰাহকাৰীক আটক

অসম ৰাইফলছৰ অভিযানত হেৰোইন, বিদেশী চিগাৰেট আৰু বীয়েৰ জব্দ, দুজন সৰবৰাহকাৰীক আটক

Goat-kid

এইবিধ জন্তুই চাঞ্চল্যৰ সৃষ্টি কৰিলে দেশৰ এখন ৰাজ্যত ,কি জন্তু এয়া?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd