• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইণ্ডিজেনাছ ষ্টুডেণ্ট ফ’ৰামৰ ৰে’ল অৱৰোধ কাৰ্যসূচীত স্তব্ধ ডিমা হাচাওৰ ৰেল যাতায়াত

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
April 19, 2018 4:24 pm
rail blocade

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰ পৰা ইণ্ডিজেনাছ ষ্টুডেণ্ট ফ’ৰাম চমুকৈ আইএছএফৰ নেতৃত্বত ডিমা হাচাও জিলাত অনিৰ্দিষ্ট কালৰ কাৰণে গঢ়ি তোলা হৈছে ৰে’ল অৱৰোধ কাৰ্যসূচী। এন এফ ৰে’লৱেৰ ব্ৰডগজ ৰে’লপথ নিৰ্মাণত ক্ষতিগ্ৰস্ত হোৱা পাহাৰীয়া ৰাইজৰ বাকী থকা ক্ষতিপূৰণ মোকলাই দিয়াৰ ক্ষেত্ৰত বিভাগটোৱে অনীহা প্ৰদৰ্শন কৰাত ক্ষুণ্ণ হৈ আইএছএফে উক্ত প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখনীয় যে যোৱা ১ মাৰ্চত ক্ষতিপূৰণ সংক্ৰান্ত বিষয়লৈ হাফলং জিলা উপায়ুক্ত কাৰ্যালয়ত ৰে’ল বিভাগৰ বিষয়াৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। উক্ত বৈঠকত ক্ষতিপূৰণ আদায় দিয়াৰ বাবে ৰে’ল বিভাগৰ ফালৰ পৰা এমাহ সময় বিচৰা হৈছিল। কিন্তু এমাহ সময় অতিক্ৰম কৰাৰ পাছতো বৰ্তমান পৰ্যন্ত ক্ষতিপূৰণ আদায়ৰ কাম আগ বঢ়া নাই। আৰু ইয়াৰ ফলশ্ৰুতিতে সংগঠনটোৱে আজিৰ পৰা ৰে’ল অৱৰোধৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Apply Now

উল্লেখ্য যে আজি প্ৰায় শতাধিক আইএছএফ সদস্যৰ লগতে ক্ষতিগ্ৰস্ত ৰাইজ নিউ হাৰাঙ্গাজাও ষ্টেচনত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদস্থলীত উপস্থিত থকা আইএছএফৰ সভাপতি ডেভিদ কেইভমে এই সন্দৰ্ভত কয় যে ৰে’ল কৰ্তৃপক্ষই বাৰম্বাৰ প্ৰতিশ্ৰুতি দিলেও ক্ষতিপূৰণ মোকলাই দিয়াৰ ক্ষেত্ৰত আজিলৈ কোনো ব্যৱস্থা লোৱা নাই।

লগতে কালিৰ পৰা আজিলৈকে ৰে’ল অৱৰোধ সন্দৰ্ভত বিভাগটোৱে আইএছএফৰ লগত কোনো ধৰনৰ যোগাযোগ কৰা নাই বুলিও জনায় সভাপতিগৰাকীয়ে। তেওঁ আৰু কয় ‘ সৰ্বসাধাৰন ৰাইজক হাৰাশাস্তি কৰাৰ আমাৰ কোনো ইচ্ছা নাই। কিন্তু ৰে’ল কৰ্তৃপক্ষই বাৰম্বাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে এই সম্পৰ্কত পোন্ধৰ বাৰ বৈঠক কৰাৰ পাছতো কিয় সমাধান সূত্ৰ উলিয়াব পৰা নাই’।

ইফালে সংগঠনটোৱে আজিৰ পৰা ৰে’ল অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে যদিও ৰে’ল কৰ্তৃপক্ষই বুধবাৰৰ নিশাৰ পৰাই পাহাৰ লাইনত সকলো ধৰণৰ ৰে’ল চলাচল বাতিল কৰি দিয়ে। ৰে’ল অৱৰোধ কাৰ্যসূচীৰ ফলত সৰ্বসাধাৰণ ৰাইজ নানা সমস্যাৰ সন্মুখীন হোৱা বুলিও জানিব পৰা গৈছে।

ইফালে ৰে’ল অৱৰোধৰ সময়ত প্ৰতিবাদকাৰীসকলে যাতে কোনো ধৰণৰ বিক্ষিপ্ত ঘটনাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে মাহুৰৰ পৰা ডিটকচৰা লৈকে প্ৰতিটো ষ্টেশ্যনতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে।

উল্লেখ্য যে লামডিং-শিলচৰ ব্ৰডগজ নিৰ্মাণৰ কাৰণে ক্ষতিগ্ৰস্ত হোৱা ৰাইজৰ ক্ষতিপূৰণ আদায় দিয়াৰ দাবীত দীৰ্ঘ দিন ধৰি উক্ত লোকসকলৰ হৈ ইণ্ডিজেনাছ স্টুডেন্ট ফ’ৰামে আন্দোলন কৰি আহিছে। আৰু এই ক্ষতিপূৰণ অনতি পলমে আদায় দিয়াৰ দাবী জনায় সংগঠনটোৱে আজিৰ পৰা পুনৰ আন্দোলন সাব্যস্ত কৰা পৰিলক্ষিত হয়।

পংকজকুমাৰ দেব

পংকজকুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd