• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চতম ন্যায়ালয়ক অৱমাননা কৰা শিলাদিত্য দেবক গ্ৰেপ্তাৰ কৰক : কৃষক মুক্তি সংগ্ৰাম সমিতি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 3, 2018 9:01 pm
Shiladitya Dev

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি বিধায়ক শিলাদিত্য দেবে এন আৰ চিত বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি চলোৱা প্ৰচাৰৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিধায়কজনক গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰক দাবী জনাইছে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰা আৰু ভাস্কো ডি শইকীয়া আৰু সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰ আৰু মুকুট ডেকাই আজি এন ই নাওলৈ প্ৰেৰণ কৰা এটা বিবৃতিত কয় যে একাংশ ৰাজনৈতিক নেতাই এন আৰ চিক লৈ ষড়যন্ত্ৰ কৰিবলৈ এতিয়াও এৰা নাই। সংগঠনটোৰ মতে যদি চৰকাৰে শিলাদিত্য দেবক গ্ৰেপ্তাৰ নকৰে তেন্তে বিজেপি-আৰ এছে এছে তেওঁৰ জৰিয়তেই এন আৰ চিৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আছে বুলি ভাবিবলৈ তেওঁলোক বাধ্য হ’ব।

Apply Now

সংগঠনটোৱে লগতে কয় যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথমখন খচৰাৰ শান্তিপূৰ্ণ প্ৰকাশে আৰ এছ এছ-বিজেপিৰ চক্ৰান্ত বিফল কৰিলে।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰতি অসমৰ ৰাইজৰ শান্তিপূৰ্ণ অথচ উৎসাহজনক সঁহাৰিৰ বাবে সংগঠনটোৱে অসমৰ সমূহ ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে।

 

এন আৰ চি প্ৰসংগত আছু আৰু ২৮ টা জনজাতীয় সংগঠনৰ আহ্বান

নাগৰিকপঞ্জীৰ প্ৰথম খচৰা প্ৰকাশৰ পৰৱৰ্তী কামখিনি দুগুণ উদ্যমেৰে জাতীয় দায়িত্ব হিচাপে গণ্য কৰি এখন শুদ্ধ নাগৰিকপঞ্জী অসমৰ ৰাইজলৈ আগবঢ়াবলৈ প্ৰক্ৰিয়াটোৰ লগত জড়িত উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু বিষয়া-কৰ্মচাৰী সকলৰ প্ৰতি আহ্বান জনাইছে আছু আৰু ২৮ টা জনগোষ্ঠীয় সংগঠনে।

সংগঠনসমূহৰ হৈ আছুৰ সভাপতি দীপাংক কুমাৰ নাথে এন ই নাওলৈ প্ৰেৰণ কৰা এক বিবৃতিত  কয় যে প্ৰ-পত্ৰ পূৰণৰ পৰা আৰম্ভ কৰি খচৰা চোৱালৈকে অসমৰ ৰাইজে জনোৱা শান্তিপূৰ্ণ সঁহাৰিয়ে উচ্চতম ন্যায়ালয়ৰ প্ৰতি থকা অসমৰ ৰাইজৰ আস্থা প্ৰমাণ কৰিলে।

বিবৃতিটোত লগতে কোৱা হয় এখন সম্পূৰ্ণ বাংলাদেশী নাম মুক্ত শুদ্ধ নাগৰিকপঞ্জী সম্পন্ন নোহোৱালৈকে অসমৰ জনসাধাৰণ সজাগ আৰু সচেতন হৈ থাকিব লাগিব।

সংগঠনকেইটাই নাগৰিকপঞ্জী উন্নীতকৰণৰ লগত  জড়িত বিষয়া-কৰ্মচাৰী সকলকো দিনে-নিশাই কাৰ পৰিশ্ৰমৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

 

 

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd