• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ : আৰক্ষী সঞ্চালক প্ৰধান, আয়ুক্ত নিযুক্তিত য়ু পি এছ চিৰ অনুমোদন লওক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 4, 2018 12:57 pm

2 min read

supreme_court on nrc assam
219
VIEWS
Share on FacebookShare on Twitter

এটা গুৰুত্বপূৰ্ণ নিৰ্দেশত দেশৰ উচ্চতম ন্যায়ালয়ে ৩ জুলাইত সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলক এইবুলি নিৰ্দেশ দিছে যে কোনো আৰক্ষী বিষয়াকে ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান (ডি জি পি) ৰূপে নিযুক্তি দিব নালাগে। লগতে এইবুলিও নিৰ্দেশ দিয়ে যে ডি জি পি আৰু আৰক্ষী আয়ুক্তৰ পদত নিযুক্তিৰ বাবে জ্যেষ্ঠ আৰক্ষী বিষয়াসকলৰ নাম প্ৰাৰ্থী ৰূপে কেন্দ্ৰীয় লোকসেৱা আয়োগলৈ (য়ু পি এছ চি) প্ৰেৰণ কৰিব লাগে। য়ু পি এছ চিয়ে ইয়াৰ মাজৰ পৰা তিনিজনীয়া এখন তালিকা প্ৰস্তুত কৰিব। আৰু তাৰ পিছত ৰাজ্য চৰকাৰে এই তালিকাৰ পৰাই যিকোনো এজন বিষয়াক ডি জি পি ৰূপে নিযুক্তি দিব পাৰিব।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ ন্যায়াধীশৰ নেতৃত্বতৰ এখন বিচাৰপীঠে এই নিৰ্দেশটো দিয়া বুলি জানিব পৰা গৈছে।

বিৰাৰপীঠখনে নিৰ্দেশটোত লগতে কৈছে যে এনেকুৱা পদত নিযুক্তিৰ সময়ত নিযুক্তি দিবলগীয়া বিষয়াজনৰ কাৰ্যকাল যাতে যুক্তিসংগতভাৱে যথেষ্ট হয় সেইটোও চাব লাগে।

আনহাতে, আৰক্ষী বিষয়াৰ নিযুক্তিৰ সম্পৰ্কত ৰাজ্যসমূহৰ যদি কোনো ধৰণৰ নীতি-নিয়ম বা আইন আছে তেন্তে তাক সাময়িকভাৱে স্থগিত  ৰাখিবলৈও বিচাৰপীঠখনে নিৰ্দেশ দিছে। লগতে এনেধৰণৰ আইন থকা ৰাজ্যবোৰে উচ্চতম ন্যায়ালয়ত ইয়াৰ ৰায়ৰ সংশোধনৰ বাবে আৱেদন জনাব পাৰিব। আৰক্ষীৰ সংস্কাৰ সম্পৰ্কীয় এটা গোচৰত উচ্চতম ন্যায়ালয়ে দিয়া সংশোধনী বিচাৰি কেন্দ্ৰই দাখিল কৰা এখন আৱেদনৰ শুনানি লৈ উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশ দিছে বুলি জানিব পৰা গৈছে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd